Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন

Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapters Assam Board HS Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন and select needs one.

Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. These solutions are part of AHSEC All Subject Solutions. Here we have given Assam Board Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন Solutions for All Subject, You can practice these here.

উদ্ভিদ পৰিবহন

পাঠ: ১১

চতুৰ্থ গোট

অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: ব‍্যাপনৰ ওপৰত প্ৰভাৱ পেলোৱা কাৰক কেইটা কি কি ?

উত্তৰ :- (ক) অণুৰ ঘনত্ব ।

(খ) অণুৰ আপেক্ষিক আয়তন ।

(গ) উচ্চতা ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) ব‍্যাপনৰ মাধ‍্যম ইত্যাদি ।

প্ৰশ্ন ২: পৰিনচ্ কি ? ব‍্যাপনত সিহঁতৰ ভূমিকা কি ?

উত্তৰ :- পৰিনচ্ এক ধৰণৰ প্ৰ’টিন কণিকা ।এই প্ৰ’টিনবোৰে প্লাষ্টিক , মাইট’কন্দিয়া আৰু কিছুমান বেক্টেৰিয়াৰ বহিঃ আৱৰণত ডাঙৰ ডাঙৰ বিন্ধা সৃষ্টি কৰি তাৰ মাজৰে সৰু সৰু প্ৰ’টিনৰ জোখক অণুবোৰ সহজতে পাৰ হৈ যোৱাত সহায় কৰে ।

প্ৰশ্ন ৩: উদ্ভিদত সংক্ৰিয় পৰিৱহনত প্ৰ’টিন পাম্পে লোৱা ভূমিকাৰ কথা বৰ্ণনা কৰা ।

উত্তৰ :- দ্ৰব্যৰ ঘনত্বৰ বিপৰীতে যেতিয়া অণু বিলাকে শক্তি ব‍্যৱহাৰ কৰি পৰিবাহিত হয় , তাক সংক্ৰিয় পৰিবহন বোলে । সংক্ৰিয় পৰিবহন আৱৰণত থকা প্ৰ’টিনৰ দ্বাৰা সংঘটিত হয় ।সেয়ে আৱৰণত থকা বিভিন্ন প্ৰ’টিনসমূহে  সংক্ৰিয় আৰু নিস্ত্ৰিয় পৰিবহনত এক উল্লেখনীয় ভূমিকা পালন কৰে । এই প্ৰ’টিসমূহে পাম্পৰ দ্বাৰা কাম কৰে । সিহঁতে শক্তিৰ সহায়ত নিম্ন গাঢ়তাৰ পৰা উচ্চ গাঢ়তালৈ দ্ৰব্যৰ অণু পৰিবাহিত কৰে। যেতিয়া আটাইবোৰ বাহক প্ৰ’টিন ব‍্যৱহাৰ হয় তেতিয়াই পৰিবহনৰ হাৰ আটাইতকৈ বেছি হয় ।

প্ৰশ্ন ৪: বিশুদ্ধ পানীৰ জলবিভৱ কিয় আটাইতকৈ বেছি হয় ?

উত্তৰ :- পানীৰ অণু গতি শক্তি থাকে । তৰল আৰু বাষ্প আকাৰত সিহঁত এক যাদৃচ্ছক গতিত থাকে যি খৰতকীয়া আৰু ধ্ৰুৱক । যি প্ৰণালীত পানীৰ ঘনত্ব যিমানে বেছি হয় , তাৰ গতিশক্তি অথবা জল বিভবো সিমানে বেছি হয় । সেয়ে বিশুদ্ধ পানীৰ জলবিভৱ আটাইতকৈ বেছি ।

প্ৰশ্ন ৫: পাৰ্থক্য লিখা :- 

(ক) ব‍্যাপন আৰু আসৃতি ।

উত্তৰ :- ব‍্যাপন আৰু আসৃতি ―

ব‍্যাপন ― 

(ক) এই প্ৰক্ৰিয়াত কোনো ভেদ্য বা অৰ্ধভেদ্য আৱৰণৰ প্ৰয়োজন নাই ।

(খ) এই প্ৰক্ৰিয়াত কোনো পদাৰ্থৰ গতিশীল অণু বেছি ঘনত্বৰ পৰা কম ঘনত্বৰ ফালে গতি কৰে ।

(গ) ব‍্যাপন বিষম প্ৰকৃতিৰ দ্ৰৱণৰ মিশ্ৰণতো ঘটিব পাৰে ।

(ঘ) একাধিক দ্ৰৱণৰ মিশ্ৰণত ব‍্যাপন বাধাপ্ৰাপ্ত নহয় । আৰু

আসৃতি ―

(ক) এই প্ৰক্ৰিয়া কেৱল অৰ্ধভেদ্য আৱৰণৰ মাজেদি হয় ।

(খ) এই প্ৰক্ৰিয়াত দ্ৰৱকৰ অণুবিলাক বেছি ঘনত্বৰ পৰা অৰ্ধভেদ্য আৱৰণৰ মাজেদি দ্ৰাৱকৰ কম ঘনত্বৰ ফালে গতি কৰে ।

(গ) কেৱল সম প্ৰকৃতিৰ দ্ৰৱণৰ মাজত ঘটিব পাৰে ।

(ঘ) কেৱল একে ধৰণৰ তৰল দুটাৰ ঘনত্বৰ পাৰ্থক্য হ’ল আসৃতি ঘটে ।

(খ) প্ৰস্বেদন আৰু বাষ্পীভৱন ।

উত্তৰ :- প্ৰস্বেদন ―

(ক) ই এক ধৰণৰ শৰীৰ ক্ৰিয়া ।

ই কেৱল উদ্ভিদ দেহত হয় ।

(খ) পত্ৰৰন্ধ , বাতৰন্ধ  আৰু বহিস্তকৰ মাজেদি হয় ।

(গ) শৰীৰ ক্ৰিয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ।

(ঘ) জীৱিত কোষৰ পৰা হয় ।

(ঙ) ইয়াৰ দ্বাৰা পাত ঠাণ্ডা আৰু সেমেকা হয় ।

বাষ্পীভৱন ―

(ক) ই এক ধৰণৰ ভৌতিক ক্ৰিয়া । ই যিকোনো ঠাইৰ পানীৰ উপৰিভাগৰ পৰা হয় ।

(খ) মুক্ত যিকোনো অঞ্চলৰ পৰা হয় ।

(গ) কোনো ধৰণৰ নিয়ন্ত্ৰণ নাথাকে ।

(ঘ) জড় জীৱ উভয়ৰে পৰা হয় ।

(ঙ) যি ঠাইৰ পৰা হয় সেই ঠাইৰ শুষ্ক হৈ পৰে ।

Sl. No.Contents
প্ৰথম গোটজীৱজগতৰ বৈচিত্ৰতা
Chapter 1জীৱজগত
Chapter 2জীৱৰ বৰ্গকৰণ
Chapter 3উদ্ভিদ ৰাজ্য
Chapter 4প্ৰাণীজগৎ
দ্বিতীয় গোটউদ্ভিদ আৰু প্ৰাণীৰ দৈহিক
গঠন
Chapter 5সপুষ্পক উদ্ভিদৰ দৈহিক
গঠন বা আকাৰ
Chapter 6সপুষ্পক উদ্ভিদৰ শাৰীৰিক
গঠন
Chapter 7প্ৰাণীৰ গঠনিক সংগঠন
তৃতীয় গোটকোষ : গঠন আৰু কাৰ্য
Chapter 8কোষ : জীৱৰ একক
Chapter 9জৈৱ অণু
Chapter 10কোষ চক্ৰ আৰু কোষ
বিভাজন
চতুৰ্থ গোটউদ্ভিদৰ শৰীৰ বিজ্ঞান
Chapter 11উদ্ভিদৰ পৰিবহন
Chapter 12খনিজ পুষ্টি
Chapter 13উচ্চবৰ্গৰ উদ্ভিদৰ সালোক
সংশ্লেষণ
Chapter 14উদ্ভিদৰ শ্বাস – প্ৰশ্বাস
Chapter 15উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
পঞ্চম গোটমানুহৰ শৰীৰ প্ৰক্ৰিয়া
Chapter 16পাচন আৰু অৱশোষণ
Chapter 17শ্বাস – প্ৰশ্বাস আৰু গেছ
বিনিময়
Chapter 18দেহ তৰল আৰু সঞ্চালন
Chapter 19ৰেচন দ্ৰব্য আৰু ইয়াৰ
বৰ্জন
Chapter 20 চলন আৰু গতি
Chapter 21স্নায়বিক নিয়ন্ত্ৰণ আৰু
সমন্বয়
Chapter 22ৰাসায়নিক যোগসূত্ৰ আৰু
এককীকৰণ

৬। যদিহে বিশুদ্ধ পানী আৰু এটা দ্ৰবত বায়ুমণ্ডলীয় চাপতকৈ অধিক চাপ প্ৰদান কৰা হয় তেতিয়া কি হ’ব পাৰে?

উত্তৰঃ যেতিয়া এটা দ্ৰবত বা বিশুদ্ধ পানীত বায়ুমণ্ডলীয় চাপতকৈ অধিক চাপ প্ৰদান কৰা হয় তেতিয়া দ্ৰৱটোৰ বা বিশুদ্ধ পানীৰ জলবিভৱৰ মান বৃদ্ধি হয়।

৭। উদিত পানী আৰু খনিজ দ্রব্য শোষণত মাইকৰাইজাই কেনেদৰে সহায় কৰে?

উত্তৰঃ মাইক’ৰহাইজ হ’ল ভেকুৰ আৰু উচ্চশ্রেণীৰ উদ্ভিদৰ শিপাৰ সহজীৱিতা। মাইক’ৰহাইজাত অংশ গ্রহণ কৰা ভেকুৰ বিধক মাইক’ৰহাইজেন ভেকুৰ বোলে। ই শিপাৰ চাৰিওফালে বিস্তৃতি লাভ কৰি পানী আৰু খনিজ লৱণ গছজোপাক যোগান ধৰে আৰু গছজোপাৰ পৰা নাইট্ৰ’জেনজাতীয় যৌগ আৰু শৰ্কৰা গছজোপাৰ পৰা ভেকুৰবিধে লাভ কৰে।

6 thoughts on “Class 11 Biology Chapter 11 উদ্ভিদ পৰিবহন”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top