🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount | বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ

বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ।

প্ৰতি,                             

শ্ৰীকানহায়ালাল জয়ছোৱাল

গাওঁ আৰু ডাকঘৰ: টংলা

দৰং (অসম)

তাৰিখ: ২৩/০৩/১২

বিষয়: বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক জনাব খোজোঁ যে আপুনি আপোনাৰ চেভিংছ বেঙ্ক একাউণ্টৰ পৰা (নং ৫৬৭৮৯) ২২/০৩/২০১২ তাৰিখে ১২৩৪৫৬৭ নং চ্যেক যোগে দহ হাজাৰ টকা উলিয়াইছিল। কিন্তু আপুনি দুহাজাৰ টকা বেছিকৈ উলিয়ালে। যিটো বেঙ্কৰ মেনেজাৰৰ আগতীয়া অনুমতি নোলোৱাকৈ উলিয়াটো বেঙ্কৰ নিয়ম বিৰুদ্ধ।

গতিকে আপোনাক অতিৰিক্তভাৱে উলিওৱা দুহাজাৰ টকাটো অনতিপলমে বেঙ্কত আপোনাৰ একাউণ্টৰ জৰিয়তে জমা দিবলৈ অনুৰোধ জনালোঁ।

ধন্যবাদ

আপোনাৰ বিশ্বাসী,

স্বাক্ষৰ: শাখা প্ৰৱন্ধক,

ভাৰতীয় ষ্টেট বেঙ্ক

টংলা শাখা, দৰং (অসম)।

Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount.

To,                               

Mr. Kanhaiyalal Jaiswal,

Vill & P.O. Tangla

Darrang (Assam)

Date: 23/03/2012

Sub: Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount.

Sir,

I would like to state that you have withdrawn an amount of Rupees Ten thousand through your cheque No. 1234567 dated 22/03/2012 from your Savings Bank A/c No. 56789 which shown overdrawn by two thousand which is not permitted by bank rules without prior permission by the Bank Manager.

Therefore, you are requested to deposit the overdrawn amount of rupees two thousand at the earliest.

Thanks.

Yours faithfully,

Sd/-

Branch Manager,

State Bank of India

Tangla Branch, Darrang (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top