Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount | বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ

বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ।

Join Telegram channel

প্ৰতি,                             

শ্ৰীকানহায়ালাল জয়ছোৱাল

গাওঁ আৰু ডাকঘৰ: টংলা

দৰং (অসম)

তাৰিখ: ২৩/০৩/১২

বিষয়: বেঙ্কৰ পৰা গ্ৰাহকে অভাৰ ড্ৰাফট লোৱা বাবে বেঙ্ক কৰ্তৃপক্ষৰ গ্ৰাহকলৈ পত্ৰ।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক জনাব খোজোঁ যে আপুনি আপোনাৰ চেভিংছ বেঙ্ক একাউণ্টৰ পৰা (নং ৫৬৭৮৯) ২২/০৩/২০১২ তাৰিখে ১২৩৪৫৬৭ নং চ্যেক যোগে দহ হাজাৰ টকা উলিয়াইছিল। কিন্তু আপুনি দুহাজাৰ টকা বেছিকৈ উলিয়ালে। যিটো বেঙ্কৰ মেনেজাৰৰ আগতীয়া অনুমতি নোলোৱাকৈ উলিয়াটো বেঙ্কৰ নিয়ম বিৰুদ্ধ।

গতিকে আপোনাক অতিৰিক্তভাৱে উলিওৱা দুহাজাৰ টকাটো অনতিপলমে বেঙ্কত আপোনাৰ একাউণ্টৰ জৰিয়তে জমা দিবলৈ অনুৰোধ জনালোঁ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ধন্যবাদ

আপোনাৰ বিশ্বাসী,

স্বাক্ষৰ: শাখা প্ৰৱন্ধক,

ভাৰতীয় ষ্টেট বেঙ্ক

টংলা শাখা, দৰং (অসম)।

Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount.

To,                               

Mr. Kanhaiyalal Jaiswal,

Vill & P.O. Tangla

Darrang (Assam)

Date: 23/03/2012

Sub: Letter From Bank Authority to a Customer Informing Him of Overdrawn Amount.

Sir,

I would like to state that you have withdrawn an amount of Rupees Ten thousand through your cheque No. 1234567 dated 22/03/2012 from your Savings Bank A/c No. 56789 which shown overdrawn by two thousand which is not permitted by bank rules without prior permission by the Bank Manager.

Therefore, you are requested to deposit the overdrawn amount of rupees two thousand at the earliest.

Thanks.

Yours faithfully,

Sd/-

Branch Manager,

State Bank of India

Tangla Branch, Darrang (Assam)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top