Application Requesting to Close The Current Account | বেঙ্কৰ কাৰেণ্ট একাউণ্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাই কৰা আবেদন পত্ৰ

বেঙ্কৰ কাৰেণ্ট একাউণ্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাই কৰা আবেদন পত্ৰ।

প্ৰতি,                              

শাখা প্ৰবন্ধক,

এলাহাবাদ বেঙ্ক,

জাগীৰোড, মৰিগাঁও (অসম)

তাৰিখ: ০২/০২/১২

বিষয়: বেঙ্কৰ কাৰেণ্ট একাউণ্ট বন্ধ কৰাৰ বাবে অনুৰোধ জনাই কৰা আবেদন পত্ৰ।

মহাশয়,

সন্মানপূৰ্বক জনাওঁ যে মই যিটো ব্যৱসায় কৰিবৰ বাবে আপোনাৰ বেঙ্কত এটা কাৰেণ্ট একাউণ্টটো (নং ৩৪৫) খুলিছিলো, সেইটো বন্ধ কৰি দিবলৈ আপোনাক এই পত্ৰযোগে অনুৰোধ কৰিলোঁ যিহেতু মই এই ব্যৱসায় বন্ধ কৰি দিছোঁ। উক্ত একাউণ্টত যি টকা জমা আছে সেয়া মোৰ চেভিংছ একাউণ্টত (নং ৬৭৮) জমা দিবলৈ ইয়াৰ দ্বাৰাই অনুৰোধ জনালোঁ।

আশাকৰো আপুনি উক্ত একাউণ্টটো বন্ধ কৰি মোক বাধিত কৰিব।

ধন্যবাদেৰে

আপোনাৰ বিশ্বাসী

ছবিলাল উপাধ্যায়

নখোলা বজাৰ

জাগীৰোড, মৰিগাঁও (অসম)

Application Requesting to Close The Current Account.

To,                              

The Branch Manager,

Allahabad Bank,

Jagiroad, Morigaon (Assam)

Date: 02/02/2012

Sub: Application Requesting to Close The Current Account.

Sir,

With due respect, I would like to state that I had opened a current account bearing no.345 to be used in my business transaction. Now I request you to kindly close the account because I have already shut down my business for unavoidable reasons.

The amount that is left in the said account No.345 may kindly be transferred and deposited in my Savings Bank account No.678.

I hope, your honor will kindly close that account and oblige.

With thanks,

Yours faithfully,

Chhabilal Upadhyaya

Nakhola Market

Jagiroad, Morigaon (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top