Application to The Bank For Loan Against Gold Mortgage | সোণৰ গহনা বন্ধক থৈ ঋণৰ বাবে বেঙ্কলৈ কৰা আবেদন

সোণৰ গহনা বন্ধক থৈ ঋণৰ বাবে বেঙ্কলৈ কৰা আবেদন।

প্ৰতি,

শাখা প্ৰৱন্ধক,                

চেণ্ট্ৰেল বেঙ্ক অৱ ইণ্ডিয়া

লক্ষীমপুৰ শাখা, লক্ষীমপুৰ (অসম)।

তাৰিখ: ০১/০১/১০

বিষয়: সোণৰ গহনা বন্ধক থৈ ঋণৰ বাবে বেঙ্কলৈ কৰা আবেদন।

মহাশয়,

সন্মানপূৰ্বক আপোনাক জনাব খোজোঁ যে মোৰ চিকিৎসাৰ বাবে মোক তৎক্ষণাৎভাবে এক লাখ টকাৰ প্ৰয়োজন হৈছে। মোৰ তাত ৫০ গ্ৰাম সাচতীয়া সোণ আৰু সোণৰ গহনা আছে। এইখিনি বেঙ্কত বন্ধক থৈ ইয়াৰ বিপৰীতে মই এক লাখ টকা বেঙ্কৰ পৰা ঋণ ল’বলৈ বিচাৰোঁ। যেতিয়া বেঙ্কক সূতে-মূলে সমুদায় টকা আদায় দিম তেতিয়া গহণাখিনি মুকলি কৰিম।

আশাকৰো মোৰ অনুৰোধ ৰক্ষা কৰি মোক ঋণটো দি বাধিত কৰিব।

ধন্যবাদেৰে,

আপোনাৰ বিশ্বাসী,

হৰিপ্ৰসন্ন মজুমদাৰ

ফুকন নগৰ, লক্ষীমপুৰ (অসম)।

Application to The Bank For Loan Against Gold Mortgage.

To,                               

The Branch Manager,

Central Bank of India,

Lakshimpur Branch,

Lakshimpur (Assam)

Date: 01/01/2010

Sub: Application to The Bank For Loan Against Gold Mortgage.

Sir,

With regards I would like to state that I immediately require one lakh of rupees for my medical treatment. I have about 50 grams of gold ornaments in my possession which I would like to keep as mortgage in the bank to avail the loan amount. I assure you that I will release the gold ornaments as and when I will repay the loan along with the interest thereon.

I hope your honor will kindly sanction the loan amount on this condition and oblige.

Thanks.

Yours faithfully,

Hari Prasanna Mazumdar

Phukan Nagar

Lakshimpur (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top