Application For Opening a Joint Savings Account in The Bank | বেঙ্কত যুটীয়া চেভিংছ একাউণ্ট খুলিবলৈ কৰা আবেদন পত্ৰ

বেঙ্কত যুটীয়া চেভিংছ একাউণ্ট খুলিবলৈ কৰা আবেদন পত্ৰ।

Join Telegram channel

প্ৰতি,                              

শাখা প্ৰৱন্ধক মহোদয় সমীপেষু,

অন্দ্ৰ বেঙ্ক, লিমিটেড

জামুগুৰিহাট, শোণিতপুৰ (অসম)।

তাৰিখ: ০৪/০৮/১২

বিষয়: বেঙ্কত যুটীয়া চেভিংছ একাউণ্ট খুলিবলৈ কৰা আবেদন পত্ৰ।

মহোদয়,

বিনীত নিবেদন এই যে আমি স্বামী-স্ত্ৰী দুয়োৰে এটা যুটীয়া একাউণ্ট (চেভিংছ) আপোনাৰ বেঙ্কত খুলিবলৈ আগ্ৰহ কৰিছোঁ। গতিকে প্ৰয়োজনীয় কাগজ-পত্ৰ, ফৰ্ম আদি দি আমাক উক্ত একাউণ্টটো খুলিবলৈ অনুমতি দিবলৈ অনুৰোধ জনালোঁ।

ধন্যবাদেৰে,

আপোনাৰ বিশ্বাসী,

অভিজ্ঞান পৰাশৰ, সাগৰিকা পৰাশৰ

নতুন নগৰ, জামুগুৰিহাট, শোণিতপুৰ (অসম)।

Application For Opening a Joint Savings Account in The Bank.

To,                             

The Branch Manager,

Andhra Bank Limited,

Jamugurihat, Sonitpur (Assam)

Date: 04/08/2012

Sub: Application For Opening a Joint Savings Account in The Bank.

Sir,

With respect, we would like to state that we (husband and wife) intend to open a Joint Savings account in your bank.

Therefore, you are requested to kindly permit us to open the same and supply necessary papers and forms, etc. for the purpose and oblige.

With thanks,

Yours faithfully,

Abhijnan Parashar, Sagorika Parashar,

Natun Nagar, Jamugurihat, Sonitpur (Assam)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top