🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Letter to Bank Asking For a Bank Statement | বেঙ্কৰ পৰা লেন-দেনৰ বিতং তথ্য বিচাৰি ষ্টেটমেণ্টৰ বাবে লিখা পত্ৰ

বেঙ্কৰ পৰা লেন – দেনৰ বিতং তথ্য বিচাৰি ষ্টেটমেণ্টৰ বাবে লিখা পত্ৰ।

প্ৰতি,                             

শাখা প্ৰৱন্ধক,

এক্সিছ বেঙ্ক,

এ.টি.ৰোড, পল্টন বজাৰ, গুৱাহাটী (অসম)

তাৰিখ: ২৯/০১/১২

বিষয়: বেঙ্কৰ পৰা লেন – দেনৰ বিতং তথ্য বিচাৰি ষ্টেটমেণ্টৰ বাবে লিখা পত্ৰ।

মহাশয়,

ইয়াৰ দ্বাৰা আপোনাক জনাব খোজো যে অহা ৩১/০৩/২০১২ তাৰিখৰ আগতে ২০১১-২০১২ আৰ্থিক বছৰৰ আয়কৰৰ হিচাপ দাখিল কৰিব লাগে। গতিকে আপোনাৰ বেঙ্কত থকা মোৰ চেভিংছ বেঙ্ক নং ৯৮৭৬ একাউণ্টৰ পৰা ০১/০৪/২০১১ ৰ পৰা ৩১/০১/২০১২ লৈ হোৱা সমুদায় ধনৰ জমা-খৰচৰ হিচাপৰ এখন ষ্টেটমেণ্ট মোক দৰকাৰ হৈছে।

গতিকে ইয়াৰ দ্বাৰা আপোনাক অনুৰোধ কৰোঁ যাতে উক্ত সময়ছোৱাৰ হিচাপৰ ষ্টেটমেণ্টটো মোক সোনকালে দি বাধিত কৰে।

ধন্যবাদেৰে

আপোনাৰ বিশ্বাসী,

অমিত কুমাৰ আগৰৱালা

এ.টি.ৰোড, গুৱাহাটী (অসম)।

Letter to Bank Asking For a Bank Statement.

To,                               

The Branch Manager,

Axis Bank,

A.T.Road, Paltan Bazar

Guwahati (Assam)

Date: 29/01/2012

Sub: Letter to Bank Asking For a Bank Statement.

Sir,

This is to inform you that I have to submit income tax returns for the year 2011-2012 by 31/03/2012 and so I need the detail transactions of my Savings bank account No. 9876 so that I can assess my income.

Therefore, I request you to kindly make the statement available to me at earliest.

Thanks,

Yours faithfully,

Amit Kumar Agarwala

A.T. Road,

Guwahati (Assam)

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top