Letter to The Bank Manager For Granting an Overdraft Amount | অভাৰ ড্ৰাফট বিচাৰি বেঙ্কলৈ লিখা আবেদন পত্ৰ

অভাৰ ড্ৰাফট বিচাৰি বেঙ্কলৈ লিখা আবেদন পত্ৰ।

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

প্ৰতি,                             

শাখা প্ৰৱন্ধক,

আই, চি, আই, চি, আই, বেঙ্ক,

ভৰলুমুখ, গুৱাহাটী- ৯ (অসম)

তাৰিখ: ০১/০৪/১২

বিষয়: অভাৰ ড্ৰাফট বিচাৰি বেঙ্কলৈ লিখা আবেদন পত্ৰ।

মহাশয়,

সন্মানপূৰ্বক আপোনাক জনাব খোজোঁ যে মই যোৱা ৩০ বছৰ ধৰি ধান-চাউলৰ পাইকাৰী ব্যৱসায়ৰ লগত জড়িত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। আপোনাৰ বেঙ্কত মোৰ ৮৯৭৩ নম্বৰৰ এটা কাৰেণ্ট একাউণ্ট আছে যিটোৰে মই ইমান বছৰে মোৰ ব্যৱসায়ত ধনৰ লেন-দেনবোৰ কৰি আহিছোঁ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

মহাশয়, এইবছৰ মই বৃহৎ পৰিমাণৰ ধান-চাউল ক্ৰয় কৰিবলৈ মনস্থ কৰিছোঁ যাৰ বাবে মোক উপৰঞ্চিভাৱে নগদ এক লাখ টকাৰ বৰ প্ৰয়োজন হৈছে। সেয়েহে দয়ালু মহাশয়ৰ ওচৰত মোৰ এয়ে অনুৰোধ যেন মোৰ কাৰেণ্ট একাউণ্টৰ যোগেদি মোক অতিৰিক্তভাৱে এক লাখ টকা অভাৰ ড্ৰাফট ল’বলৈ অনুমতি প্ৰদান কৰে। মই আপোনাক কথা দিওঁ যে উক্ত অতিৰিক্তভাৱে লোৱা অভাৰ ড্ৰাফটৰ টকা এক লাখ লোৱাৰ দিনৰে পৰা এমাহৰ ভিতৰত সুতে-মূলে বেঙ্কক আদায় দিম।

ধন্যবাদেৰে

আপোনাৰ বিশ্বাসী,

কৈলাশ জৈন

এম.জি.ৰোড, ভৰলুমুখ, গুৱাহাটী (অসম)।

Letter to The Bank Manager For Granting an Overdraft Amount.

To,                            

The Branch Manager,

ICICI Bank,

Bharalumukh

Guwahati – 9 (Assam)

Date: 01/04/2012

Sub: Letter to The Bank Manager For Granting an Overdraft Amount.

Sir,

Respectfully I would like to state that I am dealing in wholesale trade of food grain in which I have been doing business for the last 30 years. I have a current account (No. 8973) in your bank from which I have been making transactions all these years.

Sir, this year I am going to purchase a huge stock of food grain for which I am in need of an additional Rs. 1 lakh. Therefore, I request you to kindly grant me an overdraft of Rs. 1 lakh from my current account and I assure you that the overdraft amount will be returned within one month from your payment along with interest.

Thanking you,

Yours faithfully,

Kailash Jain

M.G. Road, Bharalumukh

Guwahati – 9 (Assam)

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top