Application to the Electric Supply Corporation for a new meter.
To
The District Engineer
Electric Supply Corporation
District…………………………………..
Date_________
Sub: Application to the Electric Supply Corporation for a new meter.
Dear Sir,
I would like to inform you that I have built a new house in which I have recently shifted myself and my family. Since the service of electricity is essential to us, I want to install a new electric meter on my premises. For this purpose, I request you to send by post all the necessary particulars and the prescribed form regarding the installation of a new Meter to my premises.
I hope, that as soon as I shall furnish the particulars in the prescribed form required by you, you will do the needful at the earliest date.
Thanking you
Yours faithfully
……………………..
(Address of the Applicant)
নতুন মিটাৰৰ বাবে ইলেকট্ৰিক চাপ্লাই কৰ্পোৰেশ্যনৰ ওচৰত আবেদন।
প্ৰতি,
(কৰ্তৃপক্ষৰ ঠিকনা)
……………….
তাৰিখ………………..
মহাশয়,
আপোনাৰ জ্ঞাতাৰ্থে জনাও যে মই এটা নতুন ঘৰ নিৰ্মাণ কৰি সম্প্ৰতি তালৈকে মই মোৰ পৰিয়ালবৰ্গক লৈ আহিছো। যিহেতু বিদ্যুতৰ একান্ত প্ৰয়োজন, সেয়েহে মই মোৰ ঘৰত এটা নতুন মিটাৰ স্থাপন কৰিব বিচাৰিছো।
নতুন মিটাৰ বহোৱাৰ বাবে আৱশ্যকীয় নিৰ্দিষ্ট প্ৰপত্ৰ আৰু প্ৰয়োজনীয় নিয়মাৱলী সংক্ৰান্ত কাগজপত্ৰ মোৰ ঠিকনাত ডাকযোগে পঠাবলৈ অনুৰোধ কৰিলো।
আশা কৰো, নিৰ্দিষ্ট আবেদন পত্ৰৰ জৰিয়তে আপোনাৰ আৱশ্যকীয় সকলো তথ্য জনোৱাৰ লগে লগে আপুনি যথাশীঘ্ৰে উপযুক্ত ব্যৱস্থা ল’ব।
আপোনাৰ বিশ্বাসী
……………………..
আবেদনকাৰীৰ ঠিকনা
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Social Geography Resources and Development Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.