Application Asking to Replace a Defective Meter
To
The District Engineer
Electric Supply Corporation
…………………………. Branch
Date__________
Sub: Application Asking to Replace a Defective Meter.
Dear Sir,
I am sorry to inform you of the fact that my meter has not working for two months and for consecutive two months there has been no reading in the meter which is practically left defunct. You are sending me the monthly bills on average. But this cannot go on for long.
Under the circumstances, I request you to send your men to replace the defective meter at your earliest convenience, so that there may be a correct reading of the meter and the correct electric bills are prepared therefore.
I hope you will consider my case favorably and give the order for replacement at the earliest date.
Thanking you.
Yours faithfully
____________
Applicant’s Address
ক্ৰটিপূৰ্ণ মিটাৰ বদলি কৰাৰ বাবে আবেদন।
প্ৰতি
কৰ্তৃপক্ষৰ পদ,
নং……….
গ্ৰাহক নং……………..
তাৰিখ……………..
বিষয়: ক্ৰটিপূৰ্ণ মিটাৰ বদলি কৰাৰ বাবে আবেদন।
প্ৰিয় মহাশয়,
অতি দুখেৰে সৈতে জনাব লগা হৈছে যে, যোৱা দুমাহ ধৰি আমাৰ মিটাৰে কোনো কাম কৰা নাই। মিটাৰ বন্ধ হৈ থকা বাবে মিটাৰৰ পৰা ৰিডিং নিয়া হোৱা নাই। আপোনালোকে গড় অনুপাতে বিল পঠাইছে, কিন্তু এনেদৰে বেছি দিন চলাটো সমীচিন নহয়।
এই অৱস্থাত মোৰ অনুৰোধ, আপোনালোকে মানুহ পঠাই বেয়া হোৱা মিটাৰটো আতৰাই তাৰ ঠাইত এটি নতুন মিটাৰ বহুৱাব, যাতে ভালদৰে ৰিডিং নিয়া সম্ভৱ হয় আৰু ঠিকমতে বিল বনোৱা হয়।
আশাকৰো, মোৰ বিষয়টো ভালদৰে বিবেচনা কৰি যথাশীঘ্ৰে সম্ভৱ মিটাৰ পৰিৱৰ্তনৰ আদেশ দিব।
ধন্যবাদ।
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
_____________
আবেদনকাৰীৰ ঠিকনা
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Social and Political Life Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.