Application to Increase Salary
The Managing Director/ General Manager.
(Name and Address of the Company/Organisation)
Date________
Respected Sir,
Sub: Application to Increase Salary.
I have been working as a/an…..In the……… Department of your Company/Organisation for the last……. Years drawing a total emoluments of Rs….. Only per month,
I was maintaining my family somehow with the help of my young brother but very recently he has been transferred to other places. Naturally, therefore, he will not be able to send me sufficient funds after maintaining himself separately. Hence, I earnestly request you to increase my monthly salary at least by………… Rupees from the coming month. Otherwise, I shall face great financial difficulties.
I am sure that considering the facts stated above, you will be kind enough to do the needful.
Thanking you in anticipation and assuring you of my best services always, I remain.
Yours faithfully,
………………………
দৰমহা বঢ়োৱাৰ বাবে আবেদন।
প্ৰতি
মেনেজিং ডাইৰেক্টৰ/ জেনেৰেল মেনেজাৰ
(কোম্পানী/ প্ৰতিষ্ঠানৰ নাম, ঠিকনা…….)
তাৰিখ………….
বিষয়: দৰমহা বঢ়োৱাৰ বাবে আবেদন।
মাননীয় মহাশয়,
মই আপোনাৰ/আপোনালোকৰ কোম্পানীৰ/প্ৰতিষ্ঠানৰ………..বিভাগত যোৱা……….. বছৰ ধৰি……….. হিচাবে কাম কৰি আছো আৰু সমস্ত ভাত্তা মিলাই মুঠ……..টকা মাত্ৰ মাহিলি দৰমহা পাওঁ।
ইমান দিনে মোৰ সৰু ভাইৰ সাহায্যতে কোনোৰকমে মোৰ সংসাৰ চলাইছিলো, কিন্তু কেইদিনমান আগতে তাৰ অন্য ঠাইলৈ বদলি হৈছে। স্বাভাৱিকতে সি তাত নিজৰ খৰছ চলাই মোলৈ খুব বেছি টকা পঠাব নোৱাৰিব। সেয়েহে আপোনাৰ/আপোনালোকৰ ওচৰত মোৰ বিনীত অনুৰোধ অহা মাহৰ পৰা মোৰ মাহিলি দৰমহা অন্ততঃ………. টকা বঢ়াই দিয়ে যেন। নহ’লে মই খুবেই আৰ্থিক সংকটত পৰিব লাগিব।
মই একান্তভাবে বিশ্বাস কৰো যে মোৰ অৱস্থাৰ কথা জানিব পাৰি আপুনি/আপোনালোকে নিশ্চয় মোৰ প্ৰতি সদয় হ’ব।
আপোনাক/ আপোনালোকক ধন্যবাদ জনাই আৰু সকলো সময়তে ভালদৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দি ইয়াতেই শেষ কৰিছো।
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
_____________
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Science Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.