Complaint For an Excess Electric Bill
To
The Revenue Officer,
…………. Electric Supply Corporation
…………… Branch
Sub: Complaint For an Excess Electric Bill.
Dear Sir,
I regret to observe that the electric bill for the last month which I received yesterday seems too high in relation to the other bills of the previous months. The amount charged in this bill is too much than what I actually pay every month, while the consumption is usual.
However, I am paying off the bill, although it is really difficult for me to pay such a heavy amount. I would, therefore, request you to be so good as to kindly make an enquiry into the matter and to adjust the excess amount in the next bill, if found excess due to some official discrepancy.
I hope you will sympathetically deal with my case and do the needful.
Thanking you,
Applicant’s Address
Yours faithfully
…………………….
(Meter No………… Consumer No………..)
বেছি টকাৰ ইলেকট্ৰনিক বিলৰ বাবে অভিযোগ।
প্ৰতি
অফিচৰ পদ
আৰু ঠিকনা
তাৰিখ………….
বিষয়: বেছি টকাৰ ইলেকট্ৰনিক বিলৰ বাবে অভিযোগ।
মহাশয়,
অতি দুখেৰে জনাব লগা হৈছে যে, যোৱা মাহৰ যি ইলেকট্ৰিক বিল মই যোৱা কালি পাইছো সেইটো আগৰ মাহবোৰৰ তুলনাত বহুতো বেছি বুলি অনুমান হৈছে। এই বিলত যি টকা ধাৰ্য্য কৰা হৈছে সেইটো পৰিমাণ মই সাধাৰণতে নিয়মিত যি পাই থাকো তাতকৈ বহুতো বেছি। অথচ বিদ্যুতৰ খৰছ আগৰ দৰে একেই আছে।
যি হওক, ইমান বেছি টকা দিয়া মোৰ বাবে কষ্টকৰ হ’লেও মই এই বিলৰ টকা জমা দিলো। মোৰ অনুৰোধ, আপুনি এই বিষয়ে অনুসন্ধান কৰি চাব আৰু যদি দেখা যায় অফিচৰ ভুলৰ বাবে বিলৰ টকাৰ পৰিমাণ বেছি হৈছে, তেতিয়াহ’লে সেই টকা পিছৰ মাহৰ বিলৰ পৰা বাদ দিব।
আশাকৰো, আপুনি সহানুভূতি সহকাৰে বিষয়টো বিবেচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।
ধন্যবাদ।
আবেদনকাৰীৰ ঠিকনা
আপোনাৰ বিশ্বাসী
…………………….
পত্ৰলিখকৰ ঠিকনা
মিটাৰ নং…………….গ্ৰাহক নং………….
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Hindi Sanshipt Budhcharit Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.