A letter for making pen – a friend
To
Dear……..,
I came to learn from the advertisement in the Statesman dated 15th January. 1997 that you want an Indian pen-friend. I wish earnestly to be your friend. I furnish the following particulars about myself.
(1) Name:
(2) Age:
(3) Address:
(4) Occupation:
(5) Education:
(6) Hobby:
With love
Yours sincerely,
পত্ৰমিতালী কৰাৰ বাবে চিঠি।
প্ৰতি
পত্ৰ প্ৰাপকৰ নাম
মৰমৰ,
এই বছৰ ১৫ জানুৱাৰী ১৯৯৭ তাৰিখে ষ্টেটচ্মেন কাকতত দেখিলো তুমি ভাৰতীয়সকলৰ লগত পত্ৰ বন্ধু হ’বলৈ বিচাৰিছা। মই আন্তৰিকভাবে তোমাৰ বন্ধু হ’বলৈ খুজিছো। মোৰ বিষয়ে সম্পূৰ্ণ বিৱৰণ তলত উল্লেখ কৰিলো।
(১) নাম
(২) বয়স
(৩) ঠিকনা
(৪) বৃত্তি
(৫) শিক্ষা
(৬) হবি
তোমালৈ মৰমেৰে…….
তোমাৰ বিশ্বাসী
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for a new credit card | ক্ৰেডিট কাৰ্ডৰ কাৰণে দিয়া আবেদন পত্ৰ
- Application For an Agricultural Loan From a Co – Operative Society | সমবায় সমিতিৰ পৰা কৃষি ঋণৰ বাবে আবেদন
- NCERT Class 8 Hindi Bharat ki Khoj Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.