Application For an Agricultural Loan From a Co – Operative Society | সমবায় সমিতিৰ পৰা কৃষি ঋণৰ বাবে আবেদন

Application For an Agricultural Loan From a Co – Operative Society

Join Telegram channel

To,

The Secretary,            

Co – operative Societies

Date________

Sub: Application For an Agricultural Loan From a Co – Operative Society.

Dear Sir,

Due to some unavoidable circumstances, the economic condition of our family has gone worse this year. Therefore I cannot manage the full fund to execute the agricultural works in the coming season. I am in need of Four thousand rupees.

Hence, I earnestly request you to kindly grant me the loan of the said amount at the earliest possible date which will be repaid in the next year with usual interest. I am sure, regarding the urgency of the loan you will do the needful immediately.

Thanking you,

Yours faithfully

Name and Address

সমবায় সমিতিৰ পৰা কৃষি ঋণৰ বাবে আবেদন।

প্ৰতি,

সম্পাদক,

সমবায়, সমিতিৰ নাম

তাৰিখ…………..

বিষয়: সমবায় সমিতিৰ পৰা কৃষি ঋণৰ বাবে আবেদন।

প্ৰিয় মহাশয়,

কিছুমান এৰাব নোৱাৰা কাৰণত এই বছৰ আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা খুব বেয়া হৈছে। এই বাবে অহাটো কৃষি বতৰত খেতিৰ কাম চলোৱাৰ সামৰ্থ মোৰ নাই। ইয়াৰ বাবে মোৰ চাৰি হাজাৰ টকাৰ প্ৰয়োজন।

সেয়েহে মই আপোনাক সনিৰ্বন্ধ অনুৰোধ জনাওঁ যে, আপুনি উল্লেখিত পৰিমাণৰ টকা যথাসম্ভৱ সোনকালে মোৰ নামত ঋণ হিচাপে মঞ্জুৰ কৰিব। সেই টকা মই অহা বছৰ যথাৰীতি সুত সহ পৰিশোধ কৰিম।

মই এই বিষয়ে নিশ্চিত যে, মোৰ এই ঋণৰ প্ৰয়োজনীয়তাৰ গুৰুত্ব বুজি আপুনি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ।                           

আপোনাৰ বিশ্বাসী

(আবেদনকাৰীৰ ঠিকনা)     

……………………..

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top