Application for a new credit card | ক্ৰেডিট কাৰ্ডৰ কাৰণে দিয়া আবেদন পত্ৰ

Application for a new credit card.

Join Telegram channel

To

The Regional manager

SBI. Kolkata

Date_______

Sub: Application for a new credit card.

Sir,

I have been a regular consumer of your bank for the last five years with your Madhyamgram branch and my SBI account no. is 1290335. I would like to avail of the credit card facility of your bank currently extended to the consumers in collaboration with VISA namely SBI VISA credit card scheme. Since I am a businessman I awfully need a credit card very soon. Photocopies of my last month’s telephone bill and form no. 16 of my Income Tax returns are enclosed herewith.

Thinking of you.                  

Yours faithfully

___________

Duttapukur. 24pgs.(N).

ক্ৰেডিট কাৰ্ডৰ কাৰণে দিয়া আবেদন পত্ৰ।

প্ৰতি,

আঞ্চলিক প্ৰৱন্ধ

এচ বি আই, কলকাতা

তাৰিখ………..

মহাশয়,

যোৱা পাচ বছৰ ধৰি মই আপোনালোকৰ……. শাখাৰ গ্ৰাহক আৰু মোৰ একাউণ্ট নং…….। সম্প্ৰতি ভিছাৰ সৈতে যৌথভাবে আপোনালোকৰ বেঙ্কে যি SBI VISA ক্ৰেডিট কাৰ্ডৰ সুযোগ দিছে সেয়া মই ল’বলৈ আগ্ৰহী। মই এজন ব্যৱসায়ী আৰু মোৰ ক্ৰেডিট কাৰ্ডৰ অতি আৱশ্যক। ইয়াৰ সৈতে মই মোৰ যোৱা মাহৰ টেলিফোন বিলৰ কপি আৰু ইনকাম টেক্স ৰিটাৰ্নৰ ১৬নং ফৰ্মৰ ফটোকপি ইয়াৰ লগত গাঠি দিলো।

ধন্যবাদ।                       

আপোনাৰ বিশ্বাসী

………………………

(ঠিকনা)

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top