Letter on losing a credit card | ক্রেডিট কার্ড হেৰাই যোৱাৰ পত্ৰ

Letter on losing a credit card

To

The Branch Manager

UBI. Rajarhat

Date_______

Sub: Letter on losing a credit card.

Sir,

With due honor, I beg to inform you that I lost my UBI-VISA credit card issued by your branch on 20.05.2006. (No. NB 253041) while coming back from the office. Please immediately stop all transactions on this card issue me a new card along with a new PIN mailer and at the same time cancel my existing card. A copy of the G.D. is attached herewith.

Hope you will do the needful at the earliest.

Thank you.              

Yours faithfully

__________

Address

ক্রেডিট কার্ড হেৰাই যোৱাৰ পত্ৰ।

প্ৰতি,

ব্রাঞ্চ মেনেজাৰ,

ইউনাইটেড বেঙ্ক অব ইণ্ডিয়া

ৰাজাৰহাট।

তাৰিখ…………..

বিষয়: ক্রেডিট কার্ড হেৰাই যোৱাৰ পত্ৰ।

মহাশয়,

যথাযথ সন্মান সহকাৰে জনাব বিচাৰো যে আপোনাৰ বেঙ্কৰ পৰা যোৱা ২০/ ০৫/ ২০০৬ তাৰিখে মোৰ নামত ইছু কৰা SBI VISA ক্ৰেডিট কাৰ্ড খন (নং NB 253041) অফিচৰ পৰা অহাৰ পথত হেৰাই গৈছে। আপোনাক অনুৰোধ জনাওঁ যে অনুগ্ৰহ কৰি এতিয়াই এই কাৰ্ডৰ সকলো প্ৰকাৰৰ কাম-কাজ বন্ধ কৰি দিয়ক আৰু মোক এটা নতুন পিন-মেইলাৰ সহ এখন নতুন কাৰ্ড ইছু কৰক, লগতে বৰ্তমানৰ ক্ৰেডিট কাৰ্ড খন বাতিল কৰি দিয়ক। ইয়াৰ লগতে মই জি.ডি.ৰ. এটা কপি গাঠি দিলো। আশা কৰো আপুনি অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা ল’ব।

ধন্যবাদ।

আপোনাৰ বিশ্বাসী

__________

ঠিকনা……

Read Also:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top