Letter to the L.I.C. after maturity of a policy | মিয়াদ পূৰ্ণ হোৱা টকা ঘূৰাই পোৱাৰ কাৰণে জীৱন বীমা নিগমৰ ওচৰত আবেদন

Letter to the L.I.C. after maturity of a policy

Join Telegram channel

To

The Zonal Manager,

L.I.Corpn. of India

Calcutta Division,

City Br. No. I/ Calcutta

Sub: Letter to the L.I.C. after maturity of a policy.

Dear Sir,

This is to inform you that my above-mentioned policy has matured on 1-1-96 and the entire amount including the amount for the bonus is due for repayment. Necessary papers including the policy in question have already been sent to your office for the purpose.

I request you to make payment at the earliest.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Thanking you,

Yours faithfully

__________

Address…………

মিয়াদ পূৰ্ণ হোৱা টকা ঘূৰাই পোৱাৰ কাৰণে জীৱন বীমা নিগমৰ ওচৰত আবেদন

প্ৰতি

জোনেল মেনেজাৰ

ভাৰতীয় জীৱন বীমা নিগম

ক’লকাতা ডিভিজন

চিটি ব্ৰাঞ্চ নং…….কলকাতা

তাং……………….

বিষয়: মিয়াদ পূৰ্ণ হোৱা টকা ঘূৰাই পোৱাৰ কাৰণে জীৱন বীমা নিগমৰ ওচৰত আবেদন।

মহাশয়,

মোৰ ওপৰত উল্লেখিত জীৱন বীমাৰ পলিচিখনৰ যোৱা ১-১-২০০১ তাৰিখে মিয়াদ পূৰ্ণ হৈছে। গতিকে উক্ত পলিচিৰ বোনাসসহ সকলো টকা ওভতাই পাবৰ যোগ্য হৈছে। এই কাৰণে উক্ত পলিচি আৰু অন্যান্য প্ৰমাণাদি সকলোবোৰেই আপোনাৰ অফিচলৈ পঠালো। যিমান সোনকালে সম্ভৱ সকলো টকা ঘূৰাই দিবলৈ টানি অনুৰোধ জনালো।

ধন্যবাদ।                                 

আপোনাৰ বিশ্বাসী

……………………..

ঠিকনা

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top