Letter to the L.I.C. for transferring a policy to another Branch | জীৱন বীমাৰ পলিচি অন্য ঠাইলৈ বদলি কৰাৰ কাৰণে আবেদন।

Letter to the L.I.C. for transferring a policy to another Branch

Join Telegram channel

To

The Zonal Manager,

L.I.C Calcutta, Br, No.-9

Date___________

Sub: Letter to the L.I.C. for transferring a policy to another Branch.

Dear Sir,

As, I have been transferred to our Asansol office. I therefore request you to make necessary arrangements to get my above policy transferred to your Asansol office, So that future premium/s for the policy can be deposited at your Asansol office.

Thanking you.

Yours faithfully

___________

Address…………..

জীৱন বীমাৰ পলিচি অন্য ঠাইলৈ বদলি কৰাৰ কাৰণে আবেদন।

প্ৰতি

জোন মেনেজাৰ

ভাৰতীয় জীৱন বীমা নিগম

কলকাতা শাখা নং-৯

তাং………………

বিষয়: জীৱন বীমাৰ পলিচি অন্য ঠাইলৈ বদলি কৰাৰ কাৰণে আবেদন।

মহাশয়,

আপোনাৰ জ্ঞাতাৰ্থে জনাব বিচাৰো যে, মোক আচানচোল অফিচলৈ বদলি কৰা হৈছে।সেয়েহে মই আপোনাক অনুৰোধ জনাও যে মোৰ উক্ত পলিচিখন আপোনালোকৰ অফিচৰ আচানচোল শাখালৈ স্থানান্তৰ কৰি দিয়ে যেন, যাতে এই পলিচিৰ প্ৰিমিয়াম আদি তাত জমা দিব পাৰো।

ধন্যবাদ।                            

আপোনাৰ বিশ্বাসী

_____________

ঠিকনা

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top