Application for House Loan from Panchayat | পঞ্চায়তৰ পৰা গৃহঋণ লোৱাৰ বাবে আবেদন

Application for House Loan from Panchayat

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

To                     

The Pradhan          

…….Gram Panchayat        

………………………..

Date_________

Sub: Application for House Loan from Panchayat

Dear Sir,

I am a resident of Vill & P.O…………. Under your gram Panchayat area. My house has been destroyed by flood. I am a poor man. So it is impossible for me to build a new house. Now I live in a helpless condition.

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

In these circumstances, I pray for a Loan of six thousand rupees from your Panchayat. I will repay the loan in twenty-four equal monthly installments.

I hope that you will sanction the loan as early as possible.

Thinking of you.                

Yours faithfully

Applicant’s Name

Address

পঞ্চায়তৰ পৰা গৃহঋণ লোৱাৰ বাবে আবেদন।

প্ৰতি                             

মাননীয় সভাপতি,                       

…………গাওঁ পঞ্চায়ত,

তাৰিখ………….

বিষয়: পঞ্চায়তৰ পৰা গৃহঋণ লোৱাৰ বাবে আবেদন।

মহাশয়,

মই………জিলাৰ অন্তৰ্গত……… গাওঁপঞ্চায়ত এলেকাৰ এজন অধিবাসী। যোৱা বানপানীত মোৰ থকা ঘৰ নষ্ট হৈছে। মই খুব দুখীয়া মানুহ। সেয়েহে মোৰ পক্ষে নতুনকৈ ঘৰ বনোৱা অসম্ভৱ। বৰ্তমান মই খুব অসহায় অৱস্থাৰ মাজেৰে দিন কটাইছো।

এই অৱস্থাত, আপোনাৰ পঞ্চায়তৰ পৰা ছয় হেজাৰ টকাৰ গৃহঋণ লোৱাৰ বাবে মই এই আবেদন জনালো। অহা চব্বিছ মাহৰ ভিতৰত সমান কিস্তিত ঋণৰ টকা পৰিশোধ কৰিম।

আশাকৰো, যথাসম্ভৱ শীঘ্ৰে আপুনি মোৰ গৃহঋণ অনুমোদন কৰি বাধিত কৰিব।

ধন্যবাদ।                            

আপোনাৰ বিশ্বাসী

____________

আবেদনকাৰীৰ ঠিকনা

Read Also:

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top