🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Application for Loan From a Society | কোনো সমিতিৰ পৰা টকা ধাৰ কৰাৰ বাবে আবেদন

Application for Loan From a Society

The Secretary  

……… Society,(Address)          

Date_________

Dear Sir,

I like to start a business from ……. For which I have already arranged a room. However, due to some unforeseen circumstances, I could not manage the full fund. Therefore, I require a loan of Rs…………….. Only.

Hence, I earnestly request you to grant me a loan of the said amount at the earliest possible date which will be repaid (by me) at the rate of Rs…….. Per month from coming month………… With usual interest.

I am sure, realizing the urgency of the loan, You will do the needful immediately.

Thank you.

Yours faithfully,

 ……………………….

(Address of the Applicant)

Member No……….

কোনো সমিতিৰ পৰা টকা ধাৰ কৰাৰ বাবে আবেদন।

প্ৰতি                          

সম্পাদক,                               

………..সমিতি

…………(ঠিকনা)

তাৰিখ……….

বিষয়: কোনো সমিতিৰ পৰা টকা ধাৰ কৰাৰ বাবে আবেদন।

মহাশয়,

মই……চনৰ……. মাহৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছো আৰু তাৰ বাবে এটা কোঠাৰ ব্যৱস্থা ইতিমধ্যে কৰিছো। কিন্তু কিছুমান অসুবিধাৰ বাবে গোটেইখিনি টকা যোগাৰ কৰিব পৰা নাই। এতিয়াও মোৰ……..টকাৰ প্ৰয়োজন। সেয়েহে মই অনুৰোধ কৰো যে, আপুনি উল্লেখিত পৰিমাণৰ টকাখিনি মোক ঋণ হিচাপে মঞ্জুৰ কৰিব। টকাখিনি মই অহা……… মাহৰ পৰা প্ৰতি মাহে………. টকা পৰিমাণে সুতেৰে সৈতে পৰিশোধ কৰিবলৈ আৰম্ভ কৰিম।

মই একান্তভাৱে বিশ্বাস কৰো যে, আপুনি মোৰ ঋণৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ঋণদানৰ বাবে অতি সোনকালে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

ধন্যবাদ।                     

ইতি

আপোনাৰ/ আপোনালোকৰ বিশ্বাসী

…………………………………..

(আবেদনকাৰীৰ ঠিকনা)

সদস্য নম্বৰ………..…

Read Also:

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top