Application for Loan From a Society
The Secretary
……… Society,(Address)
Date_________
Dear Sir,
I like to start a business from ……. For which I have already arranged a room. However, due to some unforeseen circumstances, I could not manage the full fund. Therefore, I require a loan of Rs…………….. Only.
Hence, I earnestly request you to grant me a loan of the said amount at the earliest possible date which will be repaid (by me) at the rate of Rs…….. Per month from coming month………… With usual interest.
I am sure, realizing the urgency of the loan, You will do the needful immediately.
Thank you.
Yours faithfully,
……………………….
(Address of the Applicant)
Member No……….
কোনো সমিতিৰ পৰা টকা ধাৰ কৰাৰ বাবে আবেদন।
প্ৰতি
সম্পাদক,
………..সমিতি
…………(ঠিকনা)
তাৰিখ……….
বিষয়: কোনো সমিতিৰ পৰা টকা ধাৰ কৰাৰ বাবে আবেদন।
মহাশয়,
মই……চনৰ……. মাহৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছো আৰু তাৰ বাবে এটা কোঠাৰ ব্যৱস্থা ইতিমধ্যে কৰিছো। কিন্তু কিছুমান অসুবিধাৰ বাবে গোটেইখিনি টকা যোগাৰ কৰিব পৰা নাই। এতিয়াও মোৰ……..টকাৰ প্ৰয়োজন। সেয়েহে মই অনুৰোধ কৰো যে, আপুনি উল্লেখিত পৰিমাণৰ টকাখিনি মোক ঋণ হিচাপে মঞ্জুৰ কৰিব। টকাখিনি মই অহা……… মাহৰ পৰা প্ৰতি মাহে………. টকা পৰিমাণে সুতেৰে সৈতে পৰিশোধ কৰিবলৈ আৰম্ভ কৰিম।
মই একান্তভাৱে বিশ্বাস কৰো যে, আপুনি মোৰ ঋণৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি ঋণদানৰ বাবে অতি সোনকালে যথাবিহিত ব্যৱস্থা গ্ৰহণ কৰিব।
ধন্যবাদ।
ইতি
আপোনাৰ/ আপোনালোকৰ বিশ্বাসী
…………………………………..
(আবেদনকাৰীৰ ঠিকনা)
সদস্য নম্বৰ………..…
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- NCERT Class 8 Hindi Bharat ki Khoj Textbook PDF
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.