Application for an agricultural loan from Gramin Bank | গাৱলীয়া বেঙ্কৰ পৰা কৃষিঋণৰ বাবে আবেদন

Application for an agricultural loan from Gramin Bank

Join Telegram channel

To

The Manager

……………….. Bank

……………………………

Date________

Sub: Application for an agricultural loan from Gramin Bank.

Dear Sir,

I am a share-cropper. As last year’s crop was damaged by floods, I have not sufficient capital to meet the expenses of cultivation during the coming sowing season.

In these circumstances, I pray for a loan of six thousand rupees from your bank. I will repay the loan with interest in three equal instalments within a year.

I hope that you will sanction the loan as early as possible.

Thank you.

Yours faithfully

……………………….

গাৱলীয়া বেঙ্কৰ পৰা কৃষিঋণৰ বাবে আবেদন।

প্ৰতি

মেনেজাৰ,

………….বেঙ্ক

..……………

তাৰিখ…………..

বিষয়: গাৱলীয়া বেঙ্কৰ পৰা কৃষিঋণৰ বাবে আবেদন।

প্ৰিয় মহাশয়,

মই এজন………… গাঁৱৰ খেতিয়ক। যোৱা বছৰ বানপানীত শস্য নষ্ট হোৱা বাবে মূলধনৰ অভাৱত মই অহাটো খেতিৰ বতৰত শস্য ৰুব নোৱাৰিম।

এই পৰিস্থিতিত, মই আপোনাৰ বেঙ্কৰ পৰা ছয় হেজাৰ টকাৰ ঋণ ল’ব খুজিছো। অহা এবছৰৰ ভিতৰত তিনিটা সমান কিস্তিত ঋণৰ টকা সুতসহ পৰিশোধ কৰিম।

আশাকৰো যথাসম্ভৱ সোনকালে আপুনি মোৰ ঋণ অনুমোদন কৰি বাধিত কৰিব।

ধন্যবাদ।                          

আপোনাৰ বিশ্বাসী

_____________

Read Also:

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top