Letter asking for an Agency
To
The Managing Director
……………………… Paper Mill
Dear Sir,
In response to your advertisement in the……….dated 15th March 1998, we would like to apply for the Agency for your Produced Paper in……………….. district.
We are submitting the following details for your information and consideration:
1. We have a very good and specious 40 ft x 30 ft showroom at…………….town.
2. We can guarantee sale of 5000 Reams of paper per month.
3. We can deposit a sum of Rs.50,000/- required by you as security money.
Thanking you and expecting an early response.
Companies Name________
Address_________
Date________
Ref_________
Yours faithfully
……………………..
এজেঞ্চি পোৱাৰ বাবে চিঠি।
প্ৰতি
অধিকৰ্তা,
…………….পেপাৰ মিল।
মহাশয়,
যোৱা ১৫ মাৰ্চ ৯৮……..কাকতত প্ৰকাশিত আপোনালোকৰ বিজ্ঞাপনৰ উত্তৰত আমি………. জিলাৰ বাবে আপোনালোকৰ উৎপাদিত কাগজৰ এজেঞ্চি ল’ব বিচাৰিছো।
আমাৰ যোগ্যতাৰ বিষয়ে কিছু তথ্য আপোনালোকৰ জ্ঞাতাৰ্থে তলত দিয়া হ’ল।
১।…….চহৰত আমাৰ ভাল আহল-বহল ৪০ ফুট ৩০ ফুটৰ এটা শ্ব’ৰুম আছে।
২। আমি প্ৰতিমাহে ৫০০০ ৰীম কাগজ বিক্ৰীৰ গেৰাণ্টি দিব পাৰো।
৩। আপোনালোকে বিচৰাৰ দৰে আমি ৫০,০০০ টকা আমানত ৰাখিবলৈ ৰাজি আছো। অতি সোনকালে উত্তৰ পোৱাৰ আশা কৰিলো।
ধন্যবাদ।
নিজা কোম্পানীৰ নাম
ঠিকনা………………
তাৰিখ……
আপোনালোকৰ বিশ্বাসী
……………………………..
Read Also:
- Application for New Telephone at Residence – ঘৰত নতুন টেলিফোন লোৱাৰ বাবে সোৱৰণী আবেদন
- Application for Claim Compensation to the Railway Company – ক্ষতিপূৰণ বিচাৰি ৰেল কত্তৃপক্ষলৈ চিঠি
- Application for Birth Certificate (জন্মৰ প্ৰমাণ পত্ৰৰ বাবে পৌৰনিগমৰ ওচৰত আবেদন)
- Application for Changing the Ration Shop – ৰেশ্বন দোকান পৰিৱৰ্তনৰ বাবে আবেদন
- Application for wrong printing of Telephone No. | টেলিফোন নম্বৰ ভুলকৈ ছপা হোৱাৰ বাবে আবেদন
- Application to repair an ‘out-of-order’ Telephone | বেয়া টেলিফোন ভাল কৰাৰ বাবে আবেদন
- Application for cooking gas | ৰন্ধন গেছৰ বাবে আবেদন
- Application for police permission in connection with the use of microphone | মাইক্ৰোফোন ব্যৱহাৰৰ অনুমতি বিচাৰি পুলিচ কৰ্তৃপক্ষৰ ওচৰলৈ চিঠি
- Application for New Telephone at Residence
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.