Class 7 Social Chapter 18 আমাৰ চৌপাশৰ বজাৰ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 18 আমাৰ চৌপাশৰ বজাৰ and select needs one.
SEBA Class 7 Social Chapter – 18 আমাৰ চৌপাশৰ বজাৰ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 7 Social Chapter – 18 আমাৰ চৌপাশৰ বজাৰ Solutions for All Subject, You can practice these here…
আমাৰ চৌপাশৰ বজাৰ
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
১। চমু উত্তৰ লিখা –
(ক) বিনিময় প্ৰথা কাক বোলে ?
উত্তৰ: সামগ্ৰী সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি বিনিময় প্ৰথা বুলি কওঁ ।
(খ) বজাৰ মানে কি?
উত্তৰ: বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিদিষ্ট ঠাইকে বুজো, যত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মখামুখি হয় আৰু টকা -পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা -বেচা কৰা হয় ।
(গ) দৈনিক বজাৰ সুবিধাসমূহ কি কি ?
উত্তৰ: দৈনিক বজাৰ সুবিধাসমূহ হল –
i) দৈনিক বজাৰসমূহ স্থায়ী হোৱা বাবে প্ৰয়োজন অনুসৰি বস্তু লাভ কৰিব পাৰি ।
ii) দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়।
(ঘ) বস্তু দাম বা দৰ মানে কি ?
উত্তৰ: বস্তু এটা ক্ৰয় কৰা বাবে আমি যি মূল্য প্ৰদান কৰোঁ তাকে বস্তু দাম বা দৰ বুলি কোৱা হয় ।
(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয় ?
উত্তৰ: সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বা বস্তু কেইবাখনো দোকানত থকা বাবে দামটো সস্তা হয়।
(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত ?
উত্তৰ: জোন-বিল মেলা বিনিময় প্ৰথা বাবে বিখ্যাত ।
২। উত্তৰ লিখা –
(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পাৰ্থক্য আছে ?
উত্তৰঃ দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হলে এই বজাৰবোৰ পৰা সংগ্ৰহ কৰিব পাৰো ।
আনহাতে সাপ্তাহিক বজাৰ হল সপ্তাহৰ এটা বা দুটা নিদিষ্ট বাৰত কোনো নিদিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্ৰয়োজনীয় সামগ্ৰী তক্ষাণীক কিনিব নোৱাৰো।
(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে ?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বজাৰসমূহে মানুহৰ দৈনিক প্ৰয়োজনসমূহ পূৰ কৰে । এই বজাৰবোৰ মানুহৰ তক্ষাণিক প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওথে । ইয়াৰ উপৰিও সাপ্তাহিক বজাৰে সমাজৰ অন্নান্য প্ৰয়োজন দূৰ কৰে ।
( গ ) পাইকাৰী বিক্রেতাৰ প্ৰয়ােজনীয়তা সম্পর্কে আলােচনা কৰা ।
উত্তৰঃ পাইকাৰী বিক্ৰেতা হল উতপাদন কাৰি পৰা অধিক সামগ্ৰী কম দামত কিনি খুচুৰা বিক্ৰেতাই যোগান ধৰা । পাইকাৰী বিক্ৰেতাৰ সামগ্ৰী দাম কম যদিও অধিক সামগ্ৰী বিক্ৰী কৰা ফলত অধিক ধন লাভ কৰে ।
( ঘ ) বজাৰ শৃংখল মানে কি ?
উত্তৰঃ বজাৰবোৰ শৃংখলভাৱে পৰিচালনা হবলৈ যিবোৰ নীতি নিয়ম থাকে তাক বজাৰ শৃংখল বোলে ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা—
(ক) গ্রাহকে বস্তু ক্রয় কৰে—
( i ) পাইকাৰী বিক্রেতাৰ পৰা
( ii ) খুচুৰা বিক্রেতাৰ পৰা
( iii ) উৎপাদনকাৰীৰ পৰা ।
উত্তৰঃ খুচুৰা বিক্ৰেতা পৰা ।
( খ ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ’লে ব্যৱসায়ীজনৰ –
( i ) / লাভ হয় ,
( ii ) লােকচান হয় ।
( iii ) একো নহয়
উত্তৰঃ লাভ হয় ।
( গ ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক –
( i ) পাইকাৰী বিক্রেতা
( ii ) খুচুৰা বিক্রেতা
( iii ) হকাৰ বা ফেৰীৱালা বােলে ।
উত্তৰঃ হকাৰ বা ফেৰিৱালা বোলে ।
( ঘ ) সকলাে ব্যৱসায়ীয়ে বস্তু ক্রয় – বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে –
( i ) বিক্রী বৃদ্ধি কৰা
( ii ) লাভ অর্জন কৰা
( iii ) লােকচান কৰা ।
উত্তৰঃ লাভ অজন কৰা ।
৪। খালী ঠাই পূৰ কৰা :
(ক) মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়ােজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনাে ।
( খ ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয়।
(গ) হাট বজাৰৰ পুৰণি ব্যৱস্থা ।
(ঘ) উৎপাদনকাৰীৰ পৰা পাইকাৰী বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে ।
( ঙ ) মুদ্ৰাৰ হৈছে বস্তু কিনা – বেচাৰ মাধ্যম ।
( চ ) ক্রয় দামতকৈ বিক্রী দাম কম হলে লোকচান হয় ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.