Class 7 Social Chapter 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Social Chapter – 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন and select needs one.
SEBA Class 7 Social Chapter – 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Solutions for All Subject, You can practice these here…
পৰিকল্পনা বাজেট আৰু উন্নয়ন
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
১ | চমু উত্তৰ লিখা—
( ক ) সঞ্চয়ৰ অর্থ কি ?
উত্তৰঃ কোনো এটা বস্ত ক্ৰয় কৰাৰ পিছত ৰাহী অংশ জমা কৰাকে সঞ্চয় বোলে ।
( খ ) পৰিকল্পনা কাক বােলে ?
উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ কামৰ চিন্তা আগতীয়া কৈ কৰা হয় , সেয়াই হৈছে পৰিকল্পনা ।
( গ ) বাজেট মানে কি ?
উত্তৰঃ পৰিকল্পনা মতে কাম কৰিবলৈ কিমান অৰ্থ বা চকা – পইচাৰ প্ৰয়েজন হব , সেই অৰ্থ কৰ পৰা পাব , কেনেকৈ খৰচ কিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট ।
( ঘ ) কল্যাণমূলক কাম কাক বােলে ?
উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয় । সেইবোৰ কামক কল্যানমূলক কাম বোলে ।
( ঙ ) কোনবোৰ ব্যক্তিক মানৱ সম্পদ বুলি কোৱা হয় ?
উত্তৰঃ কাৰ্যক্ষম ব্যক্তিক মানৱ সম্পদ বোলি কোৱা হয় । যিহেতু সিহতেঁ নিজৰ লগতে আনৰো উপকাৰ সাধন কৰে ।
২। উত্তৰ লিখা—
( ক ) কোনাে এখন দেশৰ পৰিকল্পনাত কোনবােৰ কামক গুৰুত্ব দিয়া হয় ? কামবােৰ কৰিবলৈ চৰকাৰে কেনেদ , অর্থ আহৰণ কৰে ?
উত্তৰঃ দেশৰ পৰিকল্পনাত দেশখনৰ আর্থিক উন্নতিৰ কামত গুৰুত্ব দিয়া হয় । আনহাতে দেশৰ জনসাধাৰণৰ জীৱন – ধাৰণৰ মান উন্নত কৰিব পৰা কামবােৰকো পৰিকল্পনাত গুৰুত্ব সহকাৰে লােৱা হয় ।
চমুকৈ ক’বলৈ গ’লে চৰকাৰী পৰিকল্পনাত উন্নয়নমূলক কাম কাজকহে গুৰুত্ব প্রদান কৰা হয় । আনহাতে এই কাম – কাজবােৰ ৰূপায়ণৰ বাবে চৰকাৰক অর্থ প্রয়ােজন হয় । চৰকাৰে কৃষি , উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা বুজন পৰিমাণৰ আয় কৰে । কৰ কাটলৰ যােগেদিও চৰকাৰে ৰাজহ সংগ্রহ কৰে । তদুপৰি চৰকাৰে ৰাহি ধনৰ সুদৰ পৰাও অর্থ সংগ্রহ কৰে ।
( খ ) পাঠত উল্লেখ কৰাৰ উপৰি চৰকাৰে আৰু কি কি ক্ষেত্ৰত ৰাহি ধন খৰচ কৰে ?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা ।
Sl.No | Contents |
ভূগোল খণ্ড | |
পাঠ-1 | ভূ- পৃষ্ঠত সময় গণনা |
পাঠ-2 | পৃথিৱীৰ অভ্যন্তৰ ভাগ |
পাঠ-3 | পৃথিৱীৰ উপৰিভাগৰ আৰু ইয়াৰ |
পাঠ-4 | আমাৰ পৰিৱেশ |
পাঠ-5 | মানৱ সৃষ্ট পৰিৱেশ |
পাঠ-6 | সম্পদ |
পাঠ-7 | অসমৰ সম্পদ |
পাঠ-8 | উত্তৰ পূব ভাৰত |
পাঠ-9 | ভাৰতৰ জলবায়ু, প্ৰাকৃতিক উদ্ভিদ, কৃষি আৰু জনসংখ্যা |
ইতিহাস খণ্ড | |
পাঠ-10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-11 | গুপ্ত সাম্ৰাজ্যৰ উখান |
পাঠ-12 | গুপ্তযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ |
পাঠ-13 | প্রাক ঐতিহাসিক অসম |
পাঠ-14 | মধ্য যুগত ভাৰতবর্ষ |
পাঠ-15 | দিল্লীৰ চুলতানসকল |
পাঠ-16 | মােগল ৰাজত্ব কালত ভাৰতবর্ষ |
পাঠ-17 | ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-18 | আমাৰ চৌপাশৰ বজাৰ |
পাঠ-19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন |
পাঠ-20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা |
পাঠ-21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য |
পাঠ-22 | গণতন্ত্র নাগৰিক আৰু নাগৰিকত্ব |
পাঠ-23 | নির্বাচন আৰু নির্বাচনী প্রক্রিয়া |
পাঠ-24 | গণতন্ত্র আৰু প্ৰচাৰ মাধ্যম |
পাঠ-25 | প্রান্তীয় গােট আৰু গণতান্তিক অধিকাৰ |
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—
( ক ) নীতি আয়ােগৰ অধ্যক্ষ
( i ) ৰাষ্ট্রপতি
( ii ) বিত্তমন্ত্রী
( iii ) প্রধানমন্ত্রী
( iv ) গৃ হমন্ত্রী ।
উত্তৰঃ ( iii ) প্রধানমন্ত্রী
( খ ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল—
( i ) ৪ বছৰ
( ii ) ৬ বছৰ
( iii ) ৮ বছৰ
( iv ) ৫ বছৰ
উত্তৰঃ ( iv ) ৫ বছৰ
( গ ) পৰিকল্পনাৰ কাম কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্রয়ােজন হয় ।
( i ) কৃষি
( iii ) অর্থ
( ii ) উদ্যোগ
( iv ) বাণিজ্য
উত্তৰঃ ( iii ) অর্থ
( ঘ ) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ জমা হয়—
( i ) বেংকত
( ii ) প্রধানমন্ত্রীৰ হাতত
( iii ) ৰাজকোষত
( iv ) বিত্তমন্ত্রীৰ হাতত ।
উত্তৰঃ ( iii ) ৰাজকোষত
( ঙ ) বিনিয়ােগ মানে –
( i ) দূর্গতসকলক দিয়া সাহায্য
( ii ) বিদেশলৈ পঠোৱা সাহায্য
( iii ) অধিক উৎপাদনৰ বাবে কৰা ব্যয়
( iv ) বানপীড়িতৰ বাবে কৰা ব্যয় ।
উত্তৰঃ ( iii ) অধিক উৎপাদনৰ বাবে কৰা ব্যয়
8) খালী ঠাই পূৰ কৰা
( ক ) পৰিয়ালটো সুখে সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰেগুৰুত্ৱ সদিচ্ছাবােৰক দিব লাগে ।
( খ ) অরুণিমা এগৰাকী মৃতব্যয়ি মবিলা ।
( গ ) প্ৰতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট বাজেট থাকে ।
( ঘ ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ । ” প্রস্তুত কৰি লােৱা চৰকাৰী বাজেট হয় ।
( ঙ ) দেশৰ উপাৰ্জনৰ এটা বুজন অংশ কৃষি ,উদ্যোগ , সেৱাৰ পৰা সংগ্রহ হয় ।
প্রকল্প : তােমালােকৰ নিজৰ বিদ্যালয়ত অনুষ্ঠিত কৰা যিকোনাে এটা অনুষ্ঠানৰ বাবে এটা পৰিকল্পনা প্রস্তুত কৰা । পৰিকল্পনা অনুযায়ী বিভিন্ন শিতানত হ’বলগীয়া খৰচৰ এখন তালিকা প্রস্তুত কৰা ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.