Class 11 Geography MCQ Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত

Class 11 Geography MCQ Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Elective Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 31 বানপানী, অনাবৃষ্টি আৰু চক্ৰবাত

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Elective Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 31

দশম গোট: প্রাকৃতিক দুর্যোগ আৰু বিপর্যয়

১। ভাৰতত বানপানীৰ মুখ্য কাৰণ কি?

(ক) অৰণ্য উচ্ছেদন।

(খ) অতিবৃষ্টি।

(গ) ভূমিকম্প।

(ঘ) তুষাৰপাত।

উত্তৰঃ (খ) অতিবৃষ্টি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। নিম্নলিখিত কোনটো ভাৰতৰ বন্যা-প্ৰবণ নদী?

(ক) যমুনা।

(খ) নর্মদা।

(গ) গোদাবৰি।

(ঘ) তাপী।

উত্তৰঃ (ক) যমুনা।

৩। ভাৰতত বানপানী সাধাৰণতে কোনটো ঋতুত হয়?

(ক) শীত।

(খ) গ্ৰীষ্ম।

(গ) বৰ্ষা।

(ঘ) বসন্ত।

উত্তৰঃ (গ) বৰ্ষা।

৪। ভাৰতৰ মুঠ ভূ-আকৃতিৰ প্ৰায় কিমান শতাংশ এলেকা বন্যা-প্ৰবণ?

(ক) ৬ শতাংশ।

(খ) ৮ শতাংশ।

(গ) ২০ শতাংশ।

(ঘ) ১২ শতাংশ।

উত্তৰঃ (ঘ) ১২ শতাংশ।

৫। আৰৱ সাগৰ আৰু বংগোপসাগৰৰ উপৰিভাগৰ কিমান ডিগ্ৰী উত্তৰ অক্ষাংশ অৱস্থানত কিছুমান ঘূর্ণী বতাহ অর্থাৎ চক্রবাত গঢ়ি উঠা দেখা যায়?

(ক) ৫-১৫ ডিগ্ৰী।

(খ) ৮-১৬ ডিগ্ৰী।

(গ) ৭-১৭ ডিগ্ৰী।

(ঘ) ৯-১৮ ডিগ্ৰী।

উত্তৰঃ (ক) ৫-১৫ ডিগ্ৰী।

৬। উত্তৰ বংগৰ জলপাইগুৰি জিলাৰ পৰা অসমৰ তিনিচুকীয়া জিলা পর্যন্ত পূবা-পশ্চিমাকৈ কিমান কি. মি. দীঘল অঞ্চলটো ব্রহ্মপুত্র উপত্যকাৰ অন্তৰ্গত?

(ক) ৫৪০ কি.মি.।

(খ) ৬৭০ কি.মি.।

(গ) ৮৫০ কি.মি.।

(ঘ) ৯০০ কি.মি.।

উত্তৰঃ (গ) ৮৫০ কি.মি.।

৭। বৰাক উপত্যকাৰ অন্তৰ্গত দক্ষিণ অসমৰ কেইখন জিলা স্থায়ী ৰূপত বন্যাক্রান্ত (গ্রীষ্ম ঋতুত বন্যা আব্দ খৰাং, শীত ঋতুত জালাহ) এলেকাৰ অন্তর্গত?

(ক) দুখন।

(খ) তিনিখন।

(গ) চাৰিখন।

(ঘ) পাঁচখন।

উত্তৰঃ (খ) তিনিখন।

৮। অতি চক্রবাতৰ সময়ত কিমান দিন ধৰি ধ্বংসলীলা চলিছিল?

(ক) ১ দিন।

(খ) ২ দিন।

(গ) ৩ দিন।

(ঘ) ৪ দিন।

উত্তৰঃ (গ) ৩ দিন।

৯। অতি চক্রবাতৰ ধ্বংসলীলাৰ ফলত কোনটো অঞ্চলত অধিক ক্ষতি হৈছিল?

(ক) কলকাতা।

(খ) চিক্কিম।

(গ) তামিলনাডু।

(ঘ) ওড়িশা।

উত্তৰঃ (ঘ) ওড়িশা।

১০। অতি চক্রবাতৰ ফলত কিমান হেক্টৰ কৃষিক্ষেত্ৰৰ শস্য নষ্ট হৈছিল?

(ক) ৫ লাখ হেক্টৰ।

(খ) ৭ লাখ হেক্টৰ।

(গ) ১০ লাখ হেক্টৰ।

(ঘ) ১.৭৫ নিযুত হেক্টৰ।

উত্তৰঃ (ঘ) ১.৭৫ নিযুত হেক্টৰ।

১১। অতি চক্রবাতৰ ঘটনাটো কেতিয়া সংঘটিত হৈছিল?

(ক) ১৯৯৮ চনত।

(খ) ১৯৯৯ চনত।

(গ) ২০০০ চনত।

(ঘ) ২০০১ চনত।

উত্তৰঃ (খ) ১৯৯৯ চনত।

১২। সহ্যাদ্রিৰ পূব ঢালত অৱস্থিত প্রায় কিমান কি.মি. বহল বৃষ্টিছায়া অঞ্চল এটাত বার্ষিক বৃষ্টিপাত ৪০-৬০ চেন্টিমিটাৰ হোৱাৰ উপৰিও এই বৃষ্টিপাত অত্যন্ত অনিয়মিত?

(ক) ১০০ কি.মি.।

(খ) ২০০ কি.মি.।

(গ) ৩০০ কি.মি.।

(ঘ) ৪০০ কি.মি.।

উত্তৰঃ (গ) ৩০০ কি.মি.।

১৩। দেশৰ কিমান শতাংশ কৃষিভূমি সিঁচৰতি হৈ থকা জিলাকো অনাবৃষ্টি অথবা খৰাং-প্রবণ ৰূপে চিহ্নিত কৰা হয়?

(ক) ৭ শতাংশ।

(খ) ৯ শতাংশ।

(গ) ১৩ শতাংশ।

(ঘ) ১৭ শতাংশ।

উত্তৰঃ (খ) ৯ শতাংশ।

১৪। দেশৰ অনাবৃষ্টিজনিত সমস্যাজর্জৰিত সমুদায় অঞ্চলে বার্ষিক কিমান চেন্টিমিটাৰতকৈ কম বৃষ্টিপাতৰ বলয়টোত পোৱা যায়?

(ক) ৭০ চে.মি.।

(খ) ৯০ চে.মি.।

(গ) ১০০ চে.মি.।

(ঘ) ১২০ চে.মি.।

উত্তৰঃ (গ) ১০০ চে.মি.।

১৫। সমগ্র দেশত হোৱা বানপানীজনিত বার্ষিক ক্ষয়-ক্ষতিৰ কিমান শতাংশ উত্তৰ প্ৰদেশ ৰাজ্যত ঘটা দেখা যায়?

(ক) ৩৩ শতাংশ।

(খ) ৩৮ শতাংশ।

(গ) ৪১ শতাংশ।

(ঘ) ৪৫ শতাংশ।

উত্তৰঃ (ক) ৩৩ শতাংশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top