Class 11 Geography MCQ Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 2 পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
পৃথিৱীৰ উৎপত্তি আৰু বিৱৰ্তন
Chapter: 2
| দ্বিতীয় গোট: আমাৰ পৃথিৱী |
১। সৌৰজগতৰ কেন্দ্ৰস্থ নক্ষত্রটো হ’ল–
(ক) পৃথিৱী।
(খ) মংগল।
(গ) সূৰ্য।
(ঘ) বৃহস্পতি।
উত্তৰঃ (গ) সূৰ্য।
২। সৌৰজগতত মুঠ কেইটা গ্ৰহ আছে?
(ক) ৭ টা।
(খ) ৮ টা।
(গ) ৯ টা।
(ঘ) ৬ টা।
উত্তৰঃ (খ) ৮ টা।
৩। সৌৰজগতৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
(ক) বুধ।
(খ) মংগল।
(গ) শুক্ৰ।
(ঘ) পৃথিৱী।
উত্তৰঃ (ক) বুধ।
৪। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল–
(ক) শনি।
(খ) ইউৰেনাচ।
(গ) বৃহস্পতি।
(ঘ) নেপচুন।
উত্তৰঃ (গ) বৃহস্পতি।
৫। পৃথিৱীৰ গড় বয়স কিমান?
(ক) ১৩৭০ কোটি বছৰ।
(খ) ৬০০ কোটি বছৰ।
(গ) ৩০০ কোটি বছৰ।
(ঘ) ৪৫০ কোটি বছৰ।
উত্তৰঃ (ঘ) ৪৫০ কোটি বছৰ।
৬। সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব প্ৰায় কিমান কি.মি.?
(ক) ১৫০ নিযুত কি.মি.।
(খ) ১৪০ নিযুত কি.মি.।
(গ) ১০০ নিযুত কি.মি.।
(ঘ) ২০০ নিযুত কি.মি.।
উত্তৰঃ (ক) ১৫০ নিযুত কি.মি.।
৭। অধিবর্ষ কেতিয়া হয়?
(ক) প্ৰতিবছৰে।
(খ) প্ৰতিতৃতীয় বছৰে।
(গ) প্ৰতিচতুৰ্থ বছৰে।
(ঘ) প্ৰতিপঞ্চম বছৰে।
উত্তৰঃ (গ) প্ৰতিচতুৰ্থ বছৰে।
৮। বায়ুমণ্ডলটোয়ে কেইটা প্রধান পৰ্যায়ৰ মাজেৰে আগুৱাই আহি আজিৰ অৱস্থা লাভ কৰিছে বুলি ধাৰণা কৰা হয়?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৯। চন্দ্ৰ কাক বোলে?
(ক) গ্ৰহ।
(খ) উপগ্রহ।
(গ) নক্ষত্র।
(ঘ) ধূমকেতু।
উত্তৰঃ (খ) উপগ্রহ।
১০। নিকটৱৰ্তী গ্ৰহসমূহ সূৰ্যৰ পৰা কিমান ভিতৰত আছে?
(ক) ১৮কোটি কি.মি.।
(খ) ২০ কোটি কি.মি.।
(গ) ২৩ কোটি কি.মি.।
(ঘ) ২৫ কোটি কি.মি.।
উত্তৰঃ (ঘ) ২৫ কোটি কি.মি.।
১১। সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহত কি নাই?
(ক) আৱর্তন।
(খ) পৰিভ্ৰমণ।
(গ) গতি।
(ঘ) পৰিসৰ।
উত্তৰঃ (ক) আৱর্তন।
১১। পৃথৱীয়ে কিমান দিনত সূৰ্যৰ এক চক্ৰ পৰিভ্ৰমণ কৰে?
(ক) ১ দিনত।
(খ) ৩০ দিনত।
(গ) ৩৬৫ দিনত।
(ঘ) ৬ মাহত।
উত্তৰঃ (গ) ৩৬৫ দিনত।
১২। কিহৰ ফলত পৃথিৱীৰ ভিতৰত ভাঁজ আৰু ভূমিকম্প হয়?
(ক) পানীৰ প্ৰভাৱ।
(খ) পৰিচালন সোঁতৰ ফলত।
(গ) পৰিৱেশৰ ফলত।
(ঘ) চন্দ্ৰৰ প্ৰভাৱ।
উত্তৰঃ (খ) পৰিচালন সোঁতৰ ফলত।প
১৩। পৃথিৱীৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা আধুনিক মতবাদ হ’ল–
(ক) জোৱাৰবাদ।
(খ) নীহাৰিকাবাদ।
(গ) মহানাদ তত্ত্ব।
(ঘ) গতি তত্ত্ব।
উত্তৰঃ (গ) মহানাদ তত্ত্ব।
১৪। কিমান বছৰত বিশ্বব্ৰহ্মাণ্ডৰ তাপ ৪৫০০ কেলভিন হৈছিল?
(ক) ১ লাখ বছৰত।
(খ) ৩ লাখ বছৰত।
(গ) ১০ লাখ বছৰত।
(ঘ) ২ লাখ বছৰত।
উত্তৰঃ (খ) ৩ লাখ বছৰত।
১৫। পৃথিৱীত জীৱৰ আৱিৰ্ভাৱ কেতিয়া হৈছিল?
(ক) ৫০০ কোটি বছৰৰ আগতে।
(খ) ১০০ কোটি বছৰৰ আগতে।
(গ) ৩৮০ কোটি বছৰৰ আগতে।
(ঘ) ২০০ কোটি বছৰৰ আগতে।
উত্তৰঃ (গ) ৩৮০ কোটি বছৰৰ আগতে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.





