Class 11 Geography MCQ Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব

Class 11 Geography MCQ Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 4 মহাদেশীয় বিস্থাপন আৰু ফলক-বিৱৰ্তন তত্ত্ব

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 4

দ্বিতীয় গোট: আমাৰ পৃথিৱী

১। কিমান চনৰ পাছত ফলক-বিৱৰ্তন তত্ত্বৰ আধুনিক বিকাশ হৈছিল?

(ক) ১৯৬০ চনৰ পাছত।

(খ) ১৯৬২ চনৰ পাছত।

(গ) ১৯৬৪ চনৰ পাছত।

(ঘ) ১৯৯০ চনৰ পাছত।

উত্তৰঃ (ক) ১৯৬০ চনৰ পাছত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। মহাদেশীয় বিস্থাপন তত্ত্বৰ প্ৰস্তাৱ দিছিল–

(ক) ডব্লিউ জে. মৰগেন।

(খ) আলফ্ৰেড ওৱেজেনাৰ।

(গ) আর্থাৰ হ’মছ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) আলফ্ৰেড ওৱেজেনাৰ।

৩। আদিম মহাদেশ পেঞ্জিয়া কোনটো মহাসাগৰে ঘেৰি আছিল?

(ক) আৰ্কটিক।

(খ) টেথিছ।

(গ) পান্থালাচা।

(ঘ) আটলান্টিক।

উত্তৰঃ (গ) পান্থালাচা।

৪। “Convection Current Theory” কোনে প্ৰস্তাৱ কৰিছিল?

(ক) হেস।

(খ) ডেভিছ।

(গ) বুলাৰ্ড।

(ঘ) আৰ্থাৰ হ’মছ।

উত্তৰঃ (ঘ) আৰ্থাৰ হ’মছ।

৫। ব্রাজিল আৰু পশ্চিম আফ্রিকা উপকূলত পোৱা কিমান বছৰ পৰ্যন্ত পুৰণি শিলাসমূহৰ মাজত অভাৱনীয় সাদৃশ্য পোৱা যায়?

(ক) ২০০ কোটি।

(খ) ৩০০ কোটি।

(গ) ৪০০ কোটি।

(ঘ) ৫০০ কোটি।

উত্তৰঃ (ক) ২০০ কোটি।

৬। কাৰ মতে, এসময়ত পৃথিৱীৰ আটাইকেইখন মহাদেশ পেন্জিয়া নামৰ এখন অতিকায় মহাদেশ ৰূপত একত্ৰ অৱস্থাত আছিল?

(ক) আৰ্থাৰ হ’ম্ছ।

(খ) হেস।

(গ) ডেভিছ।

(ঘ) ওৱেজেনাৰ।

উত্তৰঃ (ঘ) ওৱেজেনাৰ।

৭। মহাসাগৰে পৃথক কৰি ৰখা কেইটা ভূ-খণ্ডক লেমুৰৰ বাসভূমি ৰূপে লেমুৰিয়া নামেৰে চিনাক্ত কৰা হয়?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ক) তিনিটা।

৮। মহাদেশৰ সঞ্চালন আৰু পুনৰ প্ৰতিষ্ঠাপনৰ সমগ্ৰ পৰিক্ৰমাটোক কি বোলে?

(ক) শৈলসিৰা।

(খ) মহাদেশীয় বিস্থাপন।

(গ) সমতল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মহাদেশীয় বিস্থাপন।

৯। টুজু উইলচনে কিমান চনত পৃথিৱীৰ খোলাটো কিছুমান বহুভুজ আকৃতিৰ সৰু-ডাঙৰ টুকুৰাৰে গঠিত বুলি মত প্রকাশ কৰে?

(ক) ১৯৫৬ চনত।

(খ) ১৯৬৯ চনত।

(গ) ১৯৬৫ চনত।

(ঘ) ১৯৬৭ চনত।

উত্তৰঃ (গ) ১৯৬৫ চনত।

১০। ছিয়াল অথবা ছিমা স্তৰৰ অন্তৰ্গত কিমান ঘনত্বৰ কিছুমান গোটা পদাৰ্থৰে গঠিত?

(ক) ৩.৬৫—২.৯০

(খ) ১.৬৫—২.৯০

(গ) ৪.৬৫—২.৯০

(ঘ) ২.৬৫—২.৯০

উত্তৰঃ (ঘ) ২.৬৫—২.৯০

১১। মহাদেশীয় বিস্থাপন তত্ত্বটো কোনে প্ৰস্তুত কৰিছিল?

(ক) ডাৰুইন।

(খ) ৱেগেনাৰ।

(গ) হেজেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ৱেগেনাৰ।

১২। ফলক কেই ধৰণৰ?

(ক) তিনি ধৰণৰ।

(খ) চাৰি ধৰণৰ।

(গ) পাঁচ ধৰণৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) তিনি ধৰণৰ।

১৩। মহাদেশসমূহৰ পৰস্পৰ মিল খোজা হয়—

(ক) গছপুলিৰ দ্বাৰা।

(খ) তাপমাত্রাৰ দ্বাৰা।

(গ) উপকূলৰ গঠনৰ দ্বাৰা।

(ঘ) বৃষ্টিপাতৰ পৰিমাণৰ দ্বাৰা।

উত্তৰঃ (গ) উপকূলৰ গঠনৰ দ্বাৰা।

১৪। ফলক-বিৱৰ্তন তত্ত্বটো কিহৰ ওপৰত আধাৰিত?

(ক) গৰ্ভৰ সঞ্চালন।

(খ) হিমবাহৰ গতি।

(গ) মহাদেশৰ উত্থান।

(ঘ) বৰষুণৰ পৰিসংখ্যা।

উত্তৰঃ (ক) গৰ্ভৰ সঞ্চালন।

১৫। প্লেট টেক্টনিক্স তত্ত্ব অনুসৰি পৃথিৱীটোৰ শীৰ্ষ ভাগক কি কোৱা হয়?

(ক) মেণ্টল।

(খ) কোৰ।

(গ) লিথোস্পিয়েৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) লিথোস্পিয়েৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top