Class 11 Geography MCQ Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান

Class 11 Geography MCQ Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 6 খনিজ আৰু শিলাঃ ভূ-ত্বকৰ উপাদান

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 6

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা

১। কোৱাৰ্টজৰ মুখ্য উপাদান কি?

(ক) চিলিকা।

(খ) তাম।

(গ) পটাচিয়াম।

(ঘ) লোহা।

উত্তৰঃ (ক) চিলিকা।

২। চিলিকন-ডাইঅক্সাইড (SiO₂) কোনটো মণিকত পোৱা যায়?

(ক) অভ্ৰ।

(খ) কোৱাৰ্টজ।

(গ) হেমেটাইট।

(ঘ) অলিভিন।

উত্তৰঃ (খ) কোৱাৰ্টজ।

৩। মাৰ্বল কোনটো খনিজৰ ৰূপান্তৰিত ৰূপ?

(ক) শ্লেট।

(খ) বালিশিল।

(গ) চুণশিল।

(ঘ) কোৱাৰ্টজাইট।

উত্তৰঃ (গ) চুণশিল।

৪। ভূ-ত্বকৰ প্ৰায় ৪% কোনটো খনিজেৰে গঠিত?

(ক) অভ্ৰ।

(খ) অলিভিন।

(গ) পাইৰক্সিন।

(ঘ) হেমেটাইট।

উত্তৰঃ (ক) অভ্ৰ।

৫। বক্সাইটত কি ধাতু থাকে?

(ক) সোণ।

(খ) লোহা।

(গ) টিন।

(ঘ) এলুমিনিয়াম।

উত্তৰঃ (ঘ) এলুমিনিয়াম।

৬। শিলসমূহ মূলতঃ কেই প্ৰকাৰৰ?

(ক) এক প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) তিনিটা প্ৰকাৰৰ।

(ঘ) চাৰিটা প্ৰকাৰৰ।

উত্তৰঃ (গ) তিনিটা প্ৰকাৰৰ।

৭। শ্লেটৰ ৰং কেনেকুৱা?

(ক) ক’লা।

(খ) বগা।

(গ) নীলা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ক’লা।

৮। বিভিন্ন প্রক্রিয়াৰে নতুন শিলাৰ পৰা প্ৰাচীন শিলা আৰু ইয়াৰ বিপৰীতে প্রাচীন শিলাৰ পৰা নতুন শিলা গঠনৰ পৃথিৱীব্যাপী পৰিক্ৰমাটোক কি বোলে?

(ক) শ্লেট।

(খ) শৈলচক্র।

(গ) স্তৰীভূত শিলা।

(ঘ) প্রস্তৰীভৱন।

উত্তৰঃ (খ) শৈলচক্র।

৯। তলৰ কোনটো শিলা “ঐক-খনিজ শিলা”ৰ উদাহৰণ?

(ক) গ্ৰেনাইট।

(খ) নাইছ।

(গ) এন’ৰ্ঘচাইট।

(ঘ) কোৱার্টজাইট।

উত্তৰঃ (গ) এন’ৰ্ঘচাইট।

১০। কোৱাৰ্টজৰ ৰাসায়নিক সংকেত কি?

(ক) SiO

(খ) SiO₂ 

(গ) CO₂

(ঘ) Al₂O₃

উত্তৰঃ (খ) SiO₂

১১। নিচিনাক্ত খনিজসমূহৰ ভিতৰত শিলা গঠনকাৰী মাত্ৰ কেইটা খনিজৰ প্রাচুর্য থাকে?

(ক) তিনিটা।

(খ) চাৰিটা।

(গ) পাঁচটা।

(ঘ) ছয়টা।

উত্তৰঃ (ঘ) ছয়টা।

১২। মণিকৰ ক্ষুদ্রতম এককৰ আকৃতি কি হয়?

(ক) ধূলিকণা।

(খ) অণু।

(গ) কণিকা।

(ঘ) স্ফটীক।

উত্তৰঃ (ঘ) স্ফটীক।

১৩। কোৱাৰ্টজ খনিজত কি ধৰণৰ শিলাত সৰ্বাধিক পোৱা যায়?

(ক) গ্রেনাইট।

(খ) কংগ্ৰামাৰেট।

(গ) নাইছ।

(ঘ) শ্লেট।

উত্তৰঃ (ক) গ্রেনাইট।

১৪। হেমেটাইটৰ ৰাসায়নিক সংকেত কি?

(ক) FeO

(খ) Fe₂O₃ 

(গ) Fe₃O₄

(ঘ) FeCO₃

উত্তৰঃ (খ) Fe₂O₃

১৫। বক্সাইটৰ পৰা নিষ্কাশন কৰা ধাতু হ’ল—

(ক) লোহা।

(খ) পিতল।

(গ) এলুমিনিয়াম।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) এলুমিনিয়াম।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top