Class 11 Geography MCQ Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি

Class 11 Geography MCQ Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 5 ভূমিকম্প আৰু আগ্নেয়গিৰি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 5

দ্বিতীয় গোট: আমাৰ পৃথিৱী

১। পৃথিৱীৰ অভ্যন্তৰৰ পৰা অহা বলক কি বোলে?

(ক) বাহ্যিক বল।

(খ) অন্তৰ্জাত বল।

(গ) চৌম্বক বল।

(ঘ) কেন্দ্ৰাত্মক বল।

উত্তৰঃ (খ) অন্তৰ্জাত বল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ভূ-ত্বকৰ ওপৰত অন্তৰ্জাত বলৰ প্ৰভাৱত হোৱা ক্ৰিয়া-কাণ্ডক কি বোলে?

(ক) ভূমিস্খলন।

(খ) হ্ৰদ সৃষ্টি।

(গ) ভূ-আন্দোলন।

(ঘ) সমভূমি সৃষ্টি।

উত্তৰঃ (গ) ভূ-আন্দোলন।

৩। কিমান চনত মহাৰাষ্ট্ৰৰ লাটুৰত হোৱা ভূমিকম্পত প্রাণনাশৰ সংখ্যাই ৩০,০০০ অতিক্রম কৰিছিল?

(ক) ১৯৮০ চনত।

(খ) ১৯৮৪ চনত।

(গ) ১৯৮৭ চনত।

(ঘ) ১৯৯৩ চনত।

উত্তৰঃ (ঘ) ১৯৯৩ চনত।

৪। ভূমিকম্পৰ প্রাবল্য মাপিবৰ বাবে ব্যৱহৃত স্কেলটো হ’ল—

(ক) Celsius স্কেল।

(খ) McLeod স্কেল।

(গ) Richter স্কেল।

(ঘ) Kelvin স্কেল।

উত্তৰঃ (গ) Richter স্কেল।

৫। ভূমিকম্পৰ তীব্রতা কিহৰ দ্বাৰা মাপা হয়?

(ক) Celsius Scale.

(খ) Mercalli Scale.

(গ) GPS.

(ঘ) Geoid Curve.

উত্তৰঃ (খ) Mercalli Scale.

৬। যি বলবোৰ ভূ-ত্বকৰ ওপৰৰ পৰা কার্য কৰে তাক কি বোলে?

(ক) বহিঃপ্ৰৱাহ বল।

(খ) অন্তৰ্জাত বল।

(গ) বায়ুমণ্ডলীয় বল।

(ঘ) পৃষ্ঠ বল।

উত্তৰঃ (ক) বহিঃপ্ৰৱাহ বল।

৭। আজিৰ পৰা প্ৰায় কিমান বছৰৰ আগতে মহাৰাষ্ট্ৰ আৰু ইয়াৰ কাষৰীয়া এলেকাৰ ভূ-ত্বকত সৃষ্টি হোৱা কিছুমান সৰু-বৰ ফাটেৰে বহুকাল ব্যাপী অতিশয় মন্থৰ গতিত লাভা-উদ্‌দ্গীৰণ ঘটিছিল?

(ক) পাঁচ কোটি।

(খ) চাৰি কোটি।

(গ) ছয় কোটি।

(ঘ) সাত কোটি।

উত্তৰঃ (ঘ) সাত কোটি।

৮। ভাৰতত মহাৰাষ্ট্ৰ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যকেইখনৰ অন্তৰ্গত কিমান কি.মি. অঞ্চলজুৰি বিস্তৃত লাভাপৃষ্ঠখনক দাক্ষিণাত্য লাভা অঞ্চল নামেৰে জনা যায়?

(ক) ৬.২ বৰ্গ. কি.মি.।

(খ) ৬.১ বৰ্গ. কি.মি.।

(গ) ৬.৩ বৰ্গ. কি.মি.।

(ঘ) ৬.৪ বৰ্গ. কি.মি.।

উত্তৰঃ (ঘ) ৬.৪ বৰ্গ. কি.মি.।

৯। আগ্নেয়গিৰিৰ জ্বালামুখত পানী জমা হৈ কি গঠন হয়?

(ক) লাভা গহ্বৰ।

(খ) আগ্নেয় হ্ৰদ।

(গ) ছুনামি।

(ঘ) লাভা সোঁত।

উত্তৰঃ (খ) আগ্নেয় হ্ৰদ।

১০। উদ্‌দ্গীৰণৰ ফলত উঠি আহি পৃথিৱীৰ উপৰিভাগত জমা হোৱা পদার্থৰ নাম কি?

(ক) লাভা।

(খ) লুপ্ত।

(গ) সুপ্ত।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) লাভা।

১১। ভূমিকম্পত ঢৌৰ সৃষ্টি হ’লে তাক কি বোলা হয়?

(ক) হিমস্খলন।

(খ) ছুনামী।

(গ) জ্বৰ।

(ঘ) বন্যা।

উত্তৰঃ (খ) ছুনামী।

১২। কিমান চনৰ প্রলয়ংকৰী ভূমিকম্পৰ পাছত হোৱা ব্ৰহ্মপুত্ৰৰ বানপানীয়ে অসমৰ নদী-কাষৰীয়া অঞ্চলটোলৈ দ্বিতীয় এটা বিপর্যয় নমাই আনিছিল?

(ক) ১৯৫০ চনৰ।

(খ) ১৯৬০ চনৰ।

(গ) ১৯৭০ চনৰ।

(ঘ) ১৯৮০ চনৰ।

উত্তৰঃ (ক) ১৯৫০ চনৰ।

১৩। ভূমিকম্পৰেই কেন্দ্রসমূহ উপৰিভাগৰ পৰা কিমান কি.মি. গভীৰতাত অৱস্থিত হোৱা দেখা যায়?

(ক) ৩০-১০০ কি.মি.।

(খ) ৪০-১০০ কি.মি.।

(গ) ৫০-১০০ কি.মি.।

(ঘ) ৬০-১০০ কি.মি.।

উত্তৰঃ (গ) ৫০-১০০ কি.মি.।

১৪। ১৮৯১ চনৰ আন এটা ভূমিকম্পত জাপানৰ স্থলভাগৰ একাংশ কিমান মিটাৰ তললৈ বহি গৈছিল?

(ক) ৩ মিটাৰ।

(খ) ৪ মিটাৰ।

(গ) ৫ মিটাৰ।

(ঘ) ৬ মিটাৰ।

উত্তৰঃ (ঘ) ৬ মিটাৰ।

১৫। ভূ-ত্বকৰ সমস্থিতিক বৈষম্য শীর্ষক কেইটা পৃথক কাৰণৰূপে চিহ্নিত কৰা হয়?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top