🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Geography MCQ Chapter 3 পৃথিৱীৰ অভ্যন্তৰ

Class 11 Geography MCQ Chapter 3 পৃথিৱীৰ অভ্যন্তৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 3 পৃথিৱীৰ অভ্যন্তৰ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 3 পৃথিৱীৰ অভ্যন্তৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 3

দ্বিতীয় গোট: আমাৰ পৃথিৱী

১। ঘূৰণীয়া পৃথিৱীখনৰ অন্তৰ্ভাগ কেইটা ঐক্যকেন্দ্রিক স্তৰেৰে গঠিত?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (খ) তিনিটা।

২। ভূমিকম্পৰ তৰংগ কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ।

(খ) চাৰি প্ৰকাৰৰ।

(গ) পাঁচ প্ৰকাৰৰ।

(ঘ) ছয় প্ৰকাৰৰ।

উত্তৰঃ (ক) তিনি প্ৰকাৰৰ।

৩। মাধ্যমিক তৰংগবোৰ কিমান কি. মি. গভীৰতাত নিখোজ হয়?

(ক) ২৫০০ কি. মি.।

(খ) ২৭০০কি. মি.।

(গ) ২৯০০ কি. মি.।

(ঘ) ৩১০০ কি. মি.।

উত্তৰঃ (খ) ২৭০০কি. মি.।

৪। প্রবাৰ ভৰৰ নিম্নপ্ৰদেশৰ পৰা পৃথিৱীৰ কেন্দ্র পর্যন্ত গভীৰতম অৱস্থানত থকা স্তৰটোক কি বোলা হয়?

(ক) মেন্টাল।

(খ) ভূ-ত্বক।

(গ) কৃশমণ্ডল।

(ঘ) কেন্দ্ৰমণ্ডল।

উত্তৰঃ (ঘ) কেন্দ্ৰমণ্ডল।

৫। ভূমিকম্পৰ তৰংগৰ গতিবিধি ধৰি ৰাখিব পৰা যন্ত্ৰটোৰ নাম কি?

(ক) ছিজ্ম’গ্রাফ।

(খ) গৌণ তৰংগ।

(গ) প্ৰাথমিক তৰংগ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ছিজ্ম’গ্রাফ।

৬। পৃথিৱীৰ অভ্যন্তৰৰ স্তৰ কেইটা?

(ক) দুটা।

(খ) চাৰিটা।

(গ) তিনিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (গ) তিনিটা।

৭। পৃথিৱীৰ দ্বিতীয় স্তৰটোৰ নাম কি?

(ক) ভূ-ত্বক।

(খ) চিমা।

(গ) কৃশমণ্ডল।

(ঘ) মেন্টাল।

উত্তৰঃ (খ) চিমা।

৮। দক্ষিণ আফ্রিকাত অৱস্থিত সোনৰ খনিৰ গভীৰতা প্রায় কিমান কিলোমিটাৰ?

(ক) চাৰি কি.মি.।

(খ) পাঁচ কি.মি.।

(গ) ছয় কি.মি.।

(ঘ) সাত কি.মি.।

উত্তৰঃ (ক) চাৰি কি.মি.।

৯। কোনটো তৰংগৰ গতিবেগ ছেকেণ্ডত ৩–৫ কিলোমিটাৰ?

(ক) S-তৰংগ।

(খ) P-তৰংগ।

(গ) L-তৰংগ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) L-তৰংগ।

১০। ভূমিকম্পৰ দ্বিতীয় তৰংগৰ নাম কি?

(ক) অনুপ্রস্থ।

(খ) প্ৰাথমিক।

(গ) গৌণ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অনুপ্রস্থ।

১১। ভূ-ত্বকৰ ওপৰ স্তৰৰ নাম কি?

(ক) চিমা।

(খ) চিয়াল।

(গ) মেন্টাল।

(ঘ) প্ৰবাৰ।

উত্তৰঃ (খ) চিয়াল।

১২। যি স্তৰটোত আগ্নেয়গিৰিৰ মেগমা সঞ্চাৰ হয় তাক কি বোলে?

(ক) প্ৰবাৰ।

(খ) লিথোস্ফিয়াৰ।

(গ) এস্থেনোস্ফিয়াৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) এস্থেনোস্ফিয়াৰ।

১৩। পৃথিৱীৰ খোলা স্তৰৰ সৰ্বনিম্ন ঘনত্ব কিমান?

(ক) 3.5

(খ) 2.5

(গ) 2.7

(ঘ) 5.5

উত্তৰঃ (গ) 2.7

১৪। ভূমিকম্পৰ উৎসস্থলক কি বোলে?

(ক) Focus.

(খ) Epicenter.

(গ) Core.

(ঘ) Lithosphere.

উত্তৰঃ (ক) Focus.

১৫। S-তৰংগ কিমান গভালৈকে অতিক্ৰম কৰিব পাৰে?

(ক) ৬০০ কি.মি.।

(খ) ১০০ কি.মি.।

(গ) ২৯০০ কি.মি.।

(ঘ) ৪৫০০ কি.মি.।

উত্তৰঃ (গ) ২৯০০ কি.মি.।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top