Class 11 Geography MCQ Chapter 32 ভূমিকম্প, ছুনামি আৰু ভূমিপাত Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 32 ভূমিকম্প, ছুনামি আৰু ভূমিপাত and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Elective Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 32 ভূমিকম্প, ছুনামি আৰু ভূমিপাত
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Elective Geography MCQ in Assamese for All Chapters, You can practice these here.
ভূমিকম্প, ছুনামি আৰু ভূমিপাত
Chapter: 32
| দশম গোট: প্রাকৃতিক দুর্যোগ আৰু বিপর্যয় |
১। কিমান চনত সংঘটিত কচ্ছৰ ভূমিকম্পৰ মুহূৰ্তত গুজৰাট উপকূলত ছুনামি সৃষ্টি হৈছিল?
(ক) ১৮১৯ চনত।
(খ) ১৮২৫ চনত।
(গ) ১৮১৭ চনত।
(ঘ) ১৮২০ চনত।
উত্তৰঃ (ক) ১৮১৯ চনত।
২। ছুনামি কিহৰ ফলত সৃষ্টি হয়?
(ক) ভূমিকম্পৰ ফলত।
(খ) বজ্রপাতৰ ফলত।
(গ) বৃষ্টিপাতৰ ফলত।
(ঘ) সূৰ্যৰ তাপৰ পৰা।
উত্তৰঃ (ক) ভূমিকম্পৰ ফলত।
৩। কিমান চনৰ ডিচেম্বৰ মাহত উদ্ভৱ হোৱা আন এক ছুনামিৰ ফলত পূব উপকূলৰ চেন্নাই চহৰ বেয়াকৈ ক্ষতিগ্রস্ত হৈছিল।
(ক) ২০০০ চনৰ।
(খ) ২০০১ চনৰ।
(গ) ২০০২ চনৰ।
(ঘ) ২০০৪ চনৰ।
উত্তৰঃ (ক) ২০০০ চনৰ।
৪। কিমান চনত ছুনামি ভাৰতৰ উপকূলত বিপুল ক্ষতি সৃষ্টি কৰিছিল?
(ক) ২০১০ চনত।
(খ) ১৯৯৭ চনত।
(গ) ২০০৪ চনত।
(ঘ) ২০১২ চনত।
উত্তৰঃ (গ) ২০০৪ চনত।
৫। ভূ-কম্পন অথবা উদ্দ্গীৰণজনিত কাৰণত উৎপন্ন হোৱা ভয়ংকৰ তৰংগ ৰাশিক কি বোলে?
(ক) ভূমিকম্প।
(খ) ছুনামি।
(গ) ধুমুহা বতাহ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) ছুনামি।
৬। হিমালয়কেন্দ্রিক ভূমিকম্পপ্রৱণ অঞ্চলটোত সর্বমুঠ কেইটা সুবৃহৎ আৰু মজলীয়া পৰ্যায়ৰ ভূমিকম্প সংঘটিত হৈ যায়?
(ক) ৬০ টা।
(খ) ৬৭ টা।
(গ) ৭০ টা।
(ঘ) ৭৪ টা।
উত্তৰঃ (ঘ) ৭৪ টা।
৭। বিগত দুটা শতিকাত হিমালয়কেন্দ্রিক অঞ্চলত মোট কিমান বৃহৎ বা মজলীয়া ভূমিকম্প হৈছিল?
(ক) ৫০ টা।
(খ) ৬০ টা।
(গ) ৭৪ টা।
(ঘ) ৮৫ টা।
উত্তৰঃ (গ) ৭৪ টা।
৮। কিমান চনত সোৱণশিৰি নদীৰ প্ৰবাহ ভূমিকম্পৰ ফলত ৰুদ্ধ হৈছিল?
(ক) ১৮৯৭ চনত।
(খ) ১৯৩৪ চনত।
(গ) ১৯০৫ চনত।
(ঘ) ১৯৫০ চনত।
উত্তৰঃ (ঘ) ১৯৫০ চনত।
৯। ১৯৫০ চনৰ ভূমিকম্পৰ জোকাৰণিত হোৱা ভূমিস্খলনৰ ফলত ভৰবাৰিষাৰ সোৱণশিৰি নদী কেই দিন স্তব্ধ হৈ থকাৰ পিছত এনে এক প্রলয় সৃষ্টি হৈছিল?
(ক) এদিন।
(খ) দুই দিন।
(গ) তিনি দিন।
(ঘ) চাৰি দিন।
উত্তৰঃ (গ) তিনি দিন।
১০। হিমালয় পৰ্বতৰ ঠিক কোনটো দিশত ভূমিকম্পপ্রৱণ অঞ্চল অৱস্থিত?
(ক) উত্তৰ।
(খ) দক্ষিণ।
(গ) পূব।
(ঘ) পশ্চিম।
উত্তৰঃ (খ) দক্ষিণ।
১১। বৰঞ্চ ভাৰতৰ সৰ্বমুঠ কিমান দীঘল?
(ক) ৫২১০ কি.মি.।
(খ) ৬৫২৩ কি.মি.।
(গ) ৪২৫০ কি.মি.।
(ঘ) ৭৫২০ কি.মি.।
উত্তৰঃ (ঘ) ৭৫২০ কি.মি.।
১২। দাক্ষিণাত্যক পূৰ্বত ভূমিকম্প-মুক্ত বুলি ধৰা হৈছিল, কিন্তু কোনটো ভূমিকম্পই এই ধাৰণা ভুল প্ৰমাণ কৰে?
(ক) কাংগ্ৰা ভূমিকম্প।
(খ) কলিকতা ভূমিকম্প।
(গ) লাটুৰ ভূমিকম্প।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) লাটুৰ ভূমিকম্প।
১৩। ভূমিকম্পৰ মুখ্য কাৰণ কি?
(ক) বৰষুণ।
(খ) অন্তৰ্জাত বল।
(গ) চন্দ্ৰাকর্ষণ।
(ঘ) বায়ুমণ্ডলৰ চাপ।
উত্তৰঃ (খ) অন্তৰ্জাত বল।
১৪। ভাৰতীয় ফলক কোনটো ফলকৰ সৈতে সংঘৰ্ষ কৰে?
(ক) ইউৰেছীয় ফলক।
(খ) পেছিফিক ফলক।
(গ) আফ্ৰিকান ফলক।
(ঘ) অষ্ট্ৰেলিয়ান ফলক।
উত্তৰঃ (ক) ইউৰেছীয় ফলক।
১৫। ১৯৫০ চনৰ ভূমিকম্পত ধন-জন হানিৰ মূল কাৰণ কি আছিল?
(ক) আগ্নেয়গিৰি উদ্গাৰণ।
(খ) বানপানী।
(গ) সঁজুলি ধ্বংস।
(ঘ) ৰাস্তা বন্ধ।
উত্তৰঃ (খ) বানপানী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



