Class 11 Geography MCQ Chapter 30 ভাৰতৰ মৃত্তিকা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 30 ভাৰতৰ মৃত্তিকা and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Elective Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 30 ভাৰতৰ মৃত্তিকা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Elective Geography MCQ in Assamese for All Chapters, You can practice these here.
ভাৰতৰ মৃত্তিকা
Chapter: 30
| নৱম খণ্ড: ভাৰতৰ জলবায়ু, উদ্ভিদ আৰু মৃত্তিকা |
১। পলসুৱা মাটি ক’ত পোৱা যায়?
(ক) ব-দ্বীপ অঞ্চলত।
(খ) পাহাৰীয়া অঞ্চলত।
(গ) মৰুভূমি অঞ্চলত।
(ঘ) শীতল এলাকা।
উত্তৰঃ (ক) ব-দ্বীপ অঞ্চলত।
২। ৰঙা মাটি ক’ত পোৱা যায়?
(ক) পশ্চিমবঙ্গ।
(খ) মধ্যপ্ৰদেশ।
(গ) কাশ্মীৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) মধ্যপ্ৰদেশ।
৩। মৰুজ মাটিত কি উপাদানৰ অভাৱ থাকে?
(ক) চুণ।
(খ) জৈৱ পদাৰ্থ।
(গ) নাইট্র’জেন।
(ঘ) পটাশিয়াম।
উত্তৰঃ (গ) নাইট্র’জেন।
৪। ৰঙা মাটিত কি উপাদান থাকে?
(ক) আয়ৰন।
(খ) পটাশিয়াম।
(গ) লোণ।
(ঘ) চুণ।
উত্তৰঃ (খ) পটাশিয়াম।
৫। লেটেৰাইট মাটিত কি উপাদান থাকে?
(ক) এলুমিনিয়াম ধাতুৰ অক্সাইড।
(খ) নাইট্র’জেন।
(গ) কেলচিয়াম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) এলুমিনিয়াম ধাতুৰ অক্সাইড।
৬। মৰুজ মাটিত কি উপাদান মিশ্ৰিত থাকে?
(ক) লৱণ।
(খ) নাইট্র’জেন।
(গ) এলুমিনিয়াম অক্সাইড।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) লৱণ।
৭। কলীয়া মাটিত কি উপাদান অধিক থাকে?
(ক) শিল।
(খ) পটাশ।
(গ) চুণ।
(ঘ) এলুমিনিয়াম অক্সাইড।
উত্তৰঃ (গ) চুণ।
৮। কিমান অথবা ততোধিক বৃষ্টিপাতৰ অঞ্চলত লেটেৰাইট মাটিৰ উৎপত্তি ঘটে?
(ক) ১০০ চে.মি.।
(খ) ১৪০ চে.মি.।
(গ) ১৭৫ চে.মি.।
(ঘ) ২০০ চে.মি.।
উত্তৰঃ (ঘ) ২০০ চে.মি.।
৯। যমুনা দোৱাব আৰু পঞ্জাবৰ দোৱাব অঞ্চলবোৰৰ সৰ্বমুঠ কিমান এলেকাত উসৰ নামৰ এবিধ লোণা মাটি পোৱা যায়?
(ক) ২১,৫৬০ বর্গ কি.মি.।
(খ) ২৬,৩০০ বর্গ কি.মি.।
(গ) ২৪,৬০০ বর্গ কি.মি.।
(ঘ) ২৭,৫৫০ বর্গ কি.মি.।
উত্তৰঃ (গ) ২৪,৬০০ বর্গ কি.মি.।
১০। কিমান চনত ভাৰতত ভূমি আৰু জল সংৰক্ষণৰ ব্যাপক কাৰ্যসূচী আৰম্ভ হৈছিল?
(ক) ১৯৪৭ চনত।
(খ) ১৯৫১ চনত।
(গ) ১৯৬১ চনত।
(ঘ) ১৯৭৫ চনত।
উত্তৰঃ (খ) ১৯৫১ চনত।
১১। সমোন্নতি কর্ষণ পদ্ধতিৰ দ্বাৰা ভূমিক্ষয়ৰ প্ৰাৱল্য কিমান শতাংশৰ পৰা ৰোধ কৰিব পৰা গৈছে?
(ক) ১০-২০ শতাংশ।
(খ) ২০-৩০ শতাংশ।
(গ) ৬০-৭০ শতাংশ।
(ঘ) ৪০-৫৪ শতাংশ।
উত্তৰঃ (ঘ) ৪০-৫৪ শতাংশ।
১২। নীলগিৰি পৰ্বতৰ উডগমণ্ডলম অঞ্চলত ভূমিক্ষয়ৰ পৰিমাণ কিমান পৰিমাণে হ্ৰাস পোৱা দেখা গৈছে?
(ক) ১০ টন।
(খ) ১৫ টন।
(গ) ২০ টন।
(ঘ) ৪০ টন।
উত্তৰঃ (খ) ১৫ টন।
১৩। ভাৰতত লোণা মাটিৰ মুঠ পৰিমাণ কিমান?
(ক) ৬৮,০০০ বর্গ কিলোমিটাৰ।
(খ) ২০,০০০ বর্গ কিলোমিটাৰ।
(গ) ১৫,০০০ বর্গ কিলোমিটাৰ।
(ঘ) ৩০,০০০ বর্গ কিলোমিটাৰ।
উত্তৰঃ (ক) ৬৮,০০০ বর্গ কিলোমিটাৰ।
১৪। গংগা-যমুনা দোৱাব অঞ্চলত কিমান বর্গ কিলোমিটাৰ এলেকাত লোণা মাটি পোৱা যায়?
(ক) ৩২,০০০ বর্গ কিলোমিটাৰ।
(খ) ১৮,০০০ বর্গ কিলোমিটাৰ।
(গ) ১২,০০০ বর্গ কিলোমিটাৰ।
(ঘ) ২৪,৬০০ বর্গ কিলোমিটাৰ।
উত্তৰঃ (ঘ) ২৪,৬০০ বর্গ কিলোমিটাৰ।
১৫। ভূমি আবৰক শস্য উৎপন্ন কৰাৰ ফলত ভূমিক্ষয়ৰ প্ৰাৱল্য কিমান শতাংশ হ্ৰাস কৰিব পাৰি?
(ক) ৫-১০ শতাংশ।
(খ) ১০-২০ শতাংশ।
(গ) ১৫-৩৫ শতাংশ।
(ঘ) ২৫-৪৫ শতাংশ।
উত্তৰঃ (গ) ১৫-৩৫ শতাংশ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



