adplus-dvertising

Class 11 Geography MCQ Chapter 29 ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ

Class 11 Geography MCQ Chapter 29 ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 29 ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Elective Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 29 ভাৰতৰ প্ৰাকৃতিক উদ্ভিদ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Elective Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 29

নৱম খণ্ড: ভাৰতৰ জলবায়ু, উদ্ভিদ আৰু মৃত্তিকা

১। ১৯৯৭ চনৰ বন জৰীপ অনুসৰি ভাৰতৰ কিমান শতাংশ অঞ্চল বনাঞ্চল আছিল?

(ক) ১৫.৮০ শতাংশ।

(খ) ১৯.২৭ শতাংশ।

(গ) ২১.৩৫ শতাংশ।

(ঘ) ২৫.৪০ শতাংশ।

উত্তৰঃ (খ) ১৯.২৭ শতাংশ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ভাৰতত কিমান বর্গ কি.মি. অঞ্চল বনাঞ্চল হিচাপে উল্লেখ কৰা হৈছে?

(ক) ৬,৫০,০০০ বর্গ কি.মি.।

(খ) ৬,০০,০০০ বর্গ কি.মি.।

(গ) ৬,৩৩,৩৯৭ বর্গ কি.মি.।

(ঘ) ৫,৫০,০০০ বর্গ কি.মি.।

উত্তৰঃ (গ) ৬,৩৩,৩৯৭ বর্গ কি.মি.।

৩। ক্রান্তীয় সিক্ত চিৰহৰিৎ বনক ইংৰাজীত কি বোলা হয়?

(ক) Tropical Wet Evergreen Forest.

(খ) Tropical Dry Deciduous Forest.

(গ) Tropical Semi-Evergreen Forest.

(ঘ) Tropical Moist Deciduous Forest.

উত্তৰঃ (ক) Tropical Wet Evergreen Forest.

৪। কাজিৰঙা অভয়াৰণ্য কিহৰ বাবে বিখ্যাত?

(ক) সিংহ।

(খ) বাঘ।

(গ) ঘৰিয়াল।

(ঘ) এশিঙীয়া গঁড়।

উত্তৰঃ (ঘ) এশিঙীয়া গঁড়।

৫। গীৰ অভয়াৰণ্য কিহৰ বাবে জনাজাত?

(ক) বাঘ।

(খ) সিংহ।

(গ) হাতী।

(ঘ) গঁড়।

উত্তৰঃ (খ) সিংহ।

৬। কিমান চনৰ পৰা বন-মহোৎসৱ উদযাপন কৰা হৈছে?

(ক) ১৯৫০ চনৰ।

(খ) ১৯৪৭ চনৰ।

(গ) ১৯৬২ চনৰ।

(ঘ) ১৯৭২ চনৰ।

উত্তৰঃ (ক) ১৯৫০ চনৰ। 

৭। চিপকো আন্দোলন কোনটো দেশত আৰম্ভ হৈছিল?

(ক) চীন।

(খ) নেপাল।

(গ) ভুটান।

(ঘ) ভাৰত।

উত্তৰঃ (ঘ) ভাৰত।

৮। অৰণ্যৰ পৰিস্থিতিক মূল্যৰ ভিতৰত কি অন্তৰ্ভুক্ত নহয়?

(ক) জলবায়ু নিয়ন্ত্রণ।

(খ) মৃত্তিকা সংৰক্ষণ।

(গ) ঔষধি উৎপাদন।

(ঘ) ধাতু উৎপাদন।

উত্তৰঃ (ঘ) ধাতু উৎপাদন।

৯। কোনটো অঞ্চলত কণ্টকিত উদ্ভিদ দেখা যায়?

(ক) উপক্রান্তীয় অঞ্চল।

(খ) আল্লাইন অঞ্চল।

(গ) নাতিশীতল অঞ্চল।

(ঘ) ক্রান্তীয় অঞ্চল।

উত্তৰঃ (ঘ) ক্রান্তীয় অঞ্চল।

১০। চিপকো আন্দোলনৰ মূল উদ্দেশ্য কি আছিল?

(ক) অৰণ্য উচ্ছেদ।

(খ) বন সংৰক্ষণ।

(গ) খনন কাৰ্য।

(ঘ) পশুপালন বৃদ্ধি।

উত্তৰঃ (খ) বন সংৰক্ষণ।

১১। ভাৰতত প্ৰায় কিমান প্ৰজাতিৰ সাপ পোৱা যায়?

(ক) ১০০ প্ৰজাতিৰ।

(খ) ১৫০ প্ৰজাতিৰ।

(গ) ২০০ প্ৰজাতিৰ।

(ঘ) ৩০০ প্ৰজাতিৰ।

উত্তৰঃ (গ) ২০০ প্ৰজাতিৰ।

১২। কেৱল জলজ উদ্ভিদৰ সৈতে গঠিত বনক কি বোলে?

(ক) কণ্টকিত বন।

(খ) শুষ্ক বন।

(গ) জালাহ বন।

(ঘ) আর্দ্ৰ বন।

উত্তৰঃ (গ) জালাহ বন।

১৩। বনভূমি কিহৰ বাবে গুৰুত্বপূর্ণ?

(ক) জলবায়ু নিয়ন্ত্রণৰ বাবে।

(খ) বায়ু দূষণ বৃদ্ধিৰ বাবে।

(গ) মৃত্তিকা ক্ষয় বৃদ্ধিৰ বাবে।

(ঘ) জনসংখ্যা বৃদ্ধিৰ বাবে।

উত্তৰঃ (ক) জলবায়ু নিয়ন্ত্রণৰ বাবে।

১৪। ২০০০ চনত ভাৰতৰ বন গৱেষণা পৰিষদৰ এক সমীক্ষা অনুসৰি, অৰণ্যভূমিৰ পৰা কিমান পৰিমাণৰ মূল্যৱান কাঠ আহৰণ কৰা হৈছিল?

(ক) ৪০ নিযুত ঘনমিটাৰ।

(খ) ৬৪ নিযুত ঘনমিটাৰ।

(গ) ৮০ নিযুত ঘনমিটাৰ।

(ঘ) ১০০ নিযুত ঘনমিটাৰ।

উত্তৰঃ (খ) ৬৪ নিযুত ঘনমিটাৰ।

১৫। ভাৰতত বনভূমিৰ পৰা প্ৰায় কিমান টন কাগজৰ মণ্ড আহৰণ কৰা হৈছিল?

(ক) ২ নিযুত টন।

(খ) ৬ নিযুত টন।

(গ) ৪ নিযুত টন।

(ঘ) ৮ নিযুত টন।

উত্তৰঃ (গ) ৪ নিযুত টন।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top