adplus-dvertising

Class 11 Geography MCQ Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ

Class 11 Geography MCQ Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 26 ভাৰতৰ ভূ-প্রাকৃতিক বিভাগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 26

অষ্টম গোট: ভাৰতৰ ভূ-আকৃতি

১। ভাৰতৰ ভূ-প্রাকৃতিক বিভাগক মুঠ কেইটা ভাগত বিভক্ত কৰা হৈছে?

(ক) চাৰিটা।

(খ) পাঁচটা।

(গ) ছয়টা।

(ঘ) সাতটা।

উত্তৰঃ (গ) ছয়টা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পাঞ্জাৱ-হাৰিয়ানাৰ উপত্যকা ক’ত অৱস্থিত?

(ক) গুজৰাট।

(খ) উত্তৰ-পশ্চিম ভাৰত।

(গ) বিহাৰ।

(ঘ) অসম।

উত্তৰঃ (খ) উত্তৰ-পশ্চিম ভাৰত।

৩। ভাৰতৰ আটাইতকৈ বিস্তৃত মালভূমি অঞ্চল কোনটো?

(ক) ছত্তিশগড়।

(খ) গঙ্গা উপত্যকা।

(গ) মালৱা মালভূমি।

(ঘ) দাক্ষিণাত্য মালভূমি।

উত্তৰঃ (ঘ) দাক্ষিণাত্য মালভূমি।

৪। গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ বৈশিষ্ট্য কি?

(ক) পৰ্বতৰাজি।

(খ) উপত্যকা আৰু সমভূমি।

(গ) উচ্চ মালভূমি।

(ঘ) বালিময় অঞ্চল।

উত্তৰঃ (খ) উপত্যকা আৰু সমভূমি।

৫। গৃহভূমি বা হ্ৰস্ব মালভূমি কোনখন অঞ্চলৰ অংশ?

(ক) উত্তৰ-পূৰ্বাঞ্চল।

(খ) পশ্চিমঘাট।

(গ) দাক্ষিণাত্য মালভূমি।

(ঘ) মধ্য ভাৰত।

উত্তৰঃ (গ) দাক্ষিণাত্য মালভূমি।

৬। উচ্চ-হিমালয়ৰ গড় উচ্চতা কিমান মিটাৰ?

(ক) ৬১০০ মিটাৰ।

(খ) ৭১০০ মিটাৰ।

(গ) ৮১০০ মিটাৰ।

(ঘ) ৯১০০ মিটাৰ।

উত্তৰঃ (ক) ৬১০০ মিটাৰ।

৭। কিমান ডিগ্ৰী পূৱ দ্রাঘিমাৰ মধ্যাংশত গংগাৰ সোঁ-ফালে থকা ক্ষয়জাত সমতলপৃষ্ঠক বিন্ধ্যাচল সমভূমি বোলা হয়?

(ক) ৫৬-৪৩°

(খ) ৬৭-৮২°

(গ) ৭৬-৭২° 

(ঘ) ৮২-৮৪°

উত্তৰঃ (ঘ) ৮২-৮৪°

৮। দাক্ষিণাত্য মালভূমি কিহেৰে গঠিত?

(ক) নিৰ্মল পাহাৰ।

(খ) প্ৰবাল শিল।

(গ) প্ৰাচীন কঠিন শিল।

(ঘ) নৱীন স্ফটিক শিল।

উত্তৰঃ (গ) প্ৰাচীন কঠিন শিল।

৯। সহ্যাদ্ৰিৰ দক্ষিণ সীমান্তৰ ওখ অংশৰ নাম কি?

(ক) নীলগিৰি।

(খ) পশ্চিমঘাত।

(গ) পূৰ্ৱত্যভূমি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) নীলগিৰি।

১০। ভাৰতৰ উত্তৰ সীমান্তত থকা পৰ্বতমালা হ’ল—

(ক) নীলগিৰি।

(খ) শিৱালিক।

(গ) হিমালয়।

(ঘ) গাৰো পাহাৰ।

উত্তৰঃ (গ) হিমালয়।

১১। দাক্ষিণাত্য মালভূমিৰ উচ্চতা সাধাৰণতে—

(ক) ২০০-৫০০ মিটাৰ।

(খ) ৫০০-৭৫০ মিটাৰ।

(গ) ৯০০-১২০০ মিটাৰ।

(ঘ) ৬০০-৯০০ মিটাৰ।

উত্তৰঃ (ঘ) ৬০০-৯০০ মিটাৰ।

১২। গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা কিহৰ দ্বাৰা গঠন হৈছে।

(ক) পুৰণি শিলৰ দ্বাৰা।

(খ) প্লাৱন মাটিৰ দ্বাৰা।

(গ) আগ্নেয়গিৰি লাভা দ্বাৰা।

(ঘ) গন্ধক শিল দ্বাৰা।

উত্তৰঃ (খ) প্লাৱন মাটিৰ দ্বাৰা।

১৩। গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা কিমান লক্ষ বৰ্গ কিমি বিস্তৃত?

(ক) ২০ লক্ষ বৰ্গ কি.মি.।

(খ) ১০ লক্ষ বৰ্গ কি.মি.।

(গ) ৭ লক্ষ বৰ্গ কি.মি.।

(ঘ) ৫ লক্ষ বৰ্গ কি.মি.।

উত্তৰঃ (গ) ৭ লক্ষ বৰ্গ কি.মি.।

১৪। নীলগিৰিৰ ডোডাবেটা শৃংগৰ উচ্চতা কিমান মিটাৰ?

(ক) ২৬৩৭ মিটাৰ।

(খ) ২৩৪৩ মিটাৰ।

(গ) ২৮৭৬ মিটাৰ।

(ঘ) ২৫৬৯ মিটাৰ।

উত্তৰঃ (ক) ২৬৩৭ মিটাৰ।

১৫। ৰাণ অঞ্চলৰ মাটিকালি প্রায় কিমান বর্গ কি. মি.?

(ক) ২৪,৩০০ বর্গ কি. মি.।

(খ) ২১,৫০০ বর্গ কি. মি.।

(গ) ২২,৬০০ বর্গ কি. মি.।

(ঘ) ২৭’২০০ বর্গ কি. মি.।

উত্তৰঃ (খ) ২১,৫০০ বর্গ কি. মি.।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top