adplus-dvertising

Class 11 Geography MCQ Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য

Class 11 Geography MCQ Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 25 ভাৰতীয় ভূ-ভাগৰ বৈশিষ্ট্য

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 25

সপ্তম গোট: পৰিচিতি

১। ভাৰতৰ মুঠ মাটিকালি কিমান?

(ক) ৩,০০০,০০০ বৰ্গ কি.মি.।

(খ) ৩,২৮৭,২৬৩ বৰ্গ কি.মি.।

(গ) ৩,৫০০,০০০ বৰ্গ কি.মি.।

(ঘ) ২,৮০০,০০০ বৰ্গ কি.মি.।

উত্তৰঃ (খ) ৩,২৮৭,২৬৩ বৰ্গ কি.মি.।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ভাৰতৰ স্থলভাগৰ অংশ কিমান শতাংশ?

(ক) ২.০ শতাংশ।

(খ) ২.১ শতাংশ।

(গ) ৩.০% শতাংশ।

(ঘ) ২.২ শতাংশ।

উত্তৰঃ (ঘ) ২.২ শতাংশ।

৩। আৰৱ সাগৰৰ দ্বীপসমূহক কি বোলা হয়?

(ক) প্ৰবাল দ্বীপ।

(খ) ব-দ্বীপ।

(গ) ভু-আন্দোলন দ্বীপ।

(ঘ) কৃত্ৰিম দ্বীপ।

উত্তৰঃ (ক) প্ৰবাল দ্বীপ।

৪। ভাৰতৰ মুঠ উপকূলৰেখাৰ দৈৰ্ঘ্য কিমান?

(ক) ৭০০০ কি.মি.।

(খ) ৬১০০ কি.মি.।

(গ) ৭৫২০ কি.মি.।

(ঘ) ৮০০০ কি.মি.।

উত্তৰঃ (গ) ৭৫২০ কি.মি.।

৫। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন?

(ক) গুৰু নানক।

(খ) মহাবীৰ।

(গ) গৌতম বুদ্ধ।

(ঘ) চৈতন্য মহাপ্ৰভু।

উত্তৰঃ (গ) গৌতম বুদ্ধ।

৬। তলৰ কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ?

(ক) লাক্ষাদ্বীপ।

(খ) আন্দামান-নিকোবৰ।

(গ) প্ৰবাল দ্বীপ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) আন্দামান-নিকোবৰ।

৭। ভাৰতৰ মূল ভূ-ভাগৰ উপকূলৰেখাৰ দৈর্ঘ্য কিমান কিলোমিটাৰ?

(ক) ৫০০০ কি.মি.।

(খ) ৮০০০ কি.মি.।

(গ) ৭৫২০ কি.মি.।

(ঘ) ৬১০০ কি.মি.।

উত্তৰঃ (ঘ) ৬১০০ কি.মি.।

৮। ভাৰতৰ কেৱল দ্বীপপুঞ্জ সমূহৰ উপকূলৰেখাৰ দৈৰ্ঘ্য কিমান?

(ক) ৬১০০ কি.মি.।

(খ) ৭৫২০ কি.মি.।

(গ) ১৪০০ কি.মি.।

(ঘ) ১৫০০ কি.মি.।

উত্তৰঃ (গ) ১৪০০ কি.মি.।

৯। ভাৰতৰ চৰকাৰী যোগাযোগৰ ভাষা কি?

(ক) অসমীয়া।

(খ) হিন্দী আৰু ইংৰাজী।

(গ) মলয়ালম।

(ঘ) তেলেগু।

উত্তৰঃ (খ) হিন্দী আৰু ইংৰাজী।

১০। হিন্দুধৰ্মত পূজাৰ মুখ্য অংশ কি?

(ক) বাইবেল পঢ়া।

(খ) গীতা পাঠ।

(গ) কোৰান পাঠ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) গীতা পাঠ।

১১। মূল ভূ-ভাগৰ উপৰিও ভাৰতবৰ্ষৰ অন্তৰ্গত সৰু-ডাঙৰ দ্বীপৰ সংখ্যা কিমান?

(ক) ৫৩৭টা।

(খ) ৬৩৭ টা।

(গ) ৭৩৭ টা।

(ঘ) ৮৩৭ টা।

উত্তৰঃ (ক) ৫৩৭টা।

১২। গ্রিয়েৰচন প্রণীত “Linguistic Survey of India” নামৰ গ্ৰন্থখনৰ উল্লেখ অনুসৰি উনৈশ শতিকাৰ ভাৰতবৰ্ষত কেইটা ভাষা প্ৰচলন আছিল?

(ক) ১৪৭ টা।

(খ) ১৫৪  টা।

(গ) ১৬২  টা।

(ঘ) ১৭৯ টা।

উত্তৰঃ (ঘ) ১৭৯ টা।

১৩। কিমান শতিকাত ভাৰতবৰ্ষত ৫৪৪ টা দোৱানৰ প্ৰচলন আছিল?

(ক) ১৭ শতিকা।

(খ) ২০ শতিকা।

(গ) ১৯ শতিকা।

(ঘ) ১৮ শতিকা।

উত্তৰঃ (গ) ১৯ শতিকা।

১৪। ভাৰতৰ প্রধান ধৰ্মীয় সংস্কৃতি কোনটো পৰা সৃষ্টি হৈছে?

(ক) বৌদ্ধ ধৰ্ম।

(খ) খ্ৰীষ্টান ধৰ্ম।

(গ) হিন্দু ধৰ্ম।

(ঘ) ইছলাম।

উত্তৰঃ (গ) হিন্দু ধৰ্ম।

১৫। কোনটো দেশ চীনৰ পাছত বিশ্বৰ দ্বিতীয় জনবহুল দেশ?

(ক) ভাৰত।

(খ) ৰাছিয়া।

(গ) পাকিস্তান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ভাৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top