adplus-dvertising

Class 11 Geography MCQ Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Class 11 Geography MCQ Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 24 জৈৱ-বৈচিত্র্য আৰু ইয়াৰ সংৰক্ষণ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 24

ষষ্ঠ গোট: জীৱজগত

১। পৃথিৱীৰ জৈৱ-বৈচিত্র্যৰ সংকোচনৰ মুখ্য কাৰণ কি?

(ক) অধিক বৃষ্টিপাত।

(খ) অৰণ্য উচ্ছেদ আৰু প্ৰদূষণ।

(গ) নতুন প্ৰজাতিৰ সৃষ্টি।

(ঘ) প্ৰাকৃতিক শস্য উৎপাদন।

উত্তৰঃ (খ) অৰণ্য উচ্ছেদ আৰু প্ৰদূষণ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। IUCN ৰ সম্পূৰ্ণ ৰূপ কি?

(ক) International Union for Conservation of Nature.

(খ) International Union for Conservation of Nation.

(গ) International Utility for Conservation of Nature.

(ঘ) International Union of Chemical Nature.

উত্তৰঃ (ক) International Union for Conservation of Nature.

৩। কিহৰ দ্বাৰা বিপদাপন্ন প্ৰজাতিৰ তালিকা প্ৰস্তুত কৰা হয়?

(ক) WHO.

(খ) IUCN.

(গ) UNESCO.

(ঘ) UNEP.

উত্তৰঃ (খ) IUCN.

৪। প্ৰাকৃতিক বাসস্থান ধ্বংসৰ বাবে ক’ত বেছি প্ৰভাৱ পৰে?

(ক) খনি অঞ্চলত।

(খ) কৃষিক্ষেত্ৰত।

(গ) বনাঞ্চলত।

(ঘ) নদীত।

উত্তৰঃ (গ) বনাঞ্চলত।

৫। ভাৰত কিমান খন বহুল বৈচিত্র্যযুক্ত ৰাষ্ট্ৰৰ ভিতৰত আছে?

(ক) ১০ খন।

(খ) ১১ খন।

(গ) ১৪ খন।

(ঘ) ১২ খন।

উত্তৰঃ (ঘ) ১২ খন।

৬। মালাগাচি দ্বীপ ক’ত অৱস্থিত?

(ক) ভাৰতত।

(খ) আফ্ৰিকাত।

(গ) অষ্ট্ৰেলিয়াত।

(ঘ) দক্ষিণ আমেৰিকাত।

উত্তৰঃ (খ) আফ্ৰিকাত।

৭। বিশ্ব জৈৱ-বৈচিত্র্য শীৰ্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল?

(ক) ব্ৰাজিলত।

(খ) দিল্লীত।

(গ) পেৰিছত।

(ঘ) নেপালত।

উত্তৰঃ (ক) ব্ৰাজিলত।

৮। স্পৰ্শকাতৰ প্ৰজাতিক ইংৰাজীত কি বোলে?

(ক) Endangered.

(খ) Conservation of Biodiversity.

(গ) Rare Species.

(ঘ) Vulnarable Species.

উত্তৰঃ (ঘ) Vulnarable Species.

৯। IUCNৰ মতে বিপদাপন্ন প্ৰজাতিৰ তালিকা কি নামেৰে জনা যায়?

(ক) Blue List.

(খ) Green List.

(গ) Red Data Book.

(ঘ) Black Book.

উত্তৰঃ (গ) Red Data Book.

১০। পৃথিৱীত প্ৰতি বছৰে প্ৰায় কিমান প্ৰজাতি বিলুপ্ত হয় বুলি ধৰা হয়?

(ক) ১,০০০

(খ) ৫,০০০

(গ) ৫০,০০০

(ঘ) ১০,০০০

উত্তৰঃ (ঘ) ১০,০০০

১১। পৃথিৱীৰ এক-চাৰিভাগ মানৱ জনসংখ্যা ক’ত বাস কৰে?

(ক) সমুদ্রত।

(খ) ক্রান্তীয় মণ্ডলত।

(গ) মৰুভূমিত।

(ঘ) মেঘমল্লাৰত।

উত্তৰঃ (খ) ক্রান্তীয় মণ্ডলত।

১২। তলৰ কোনটো বিপদাপন্ন প্ৰজাতি?

(ক) গঁড়।

(খ) কুকুৰ।

(গ) ছাগলী।

(ঘ) সাপ।

উত্তৰঃ (ক) গঁড়।

১৩। বিলুপ্তি হোৱাৰ আশংকা থকা প্ৰজাতিসমূহক কি বোলে?

(ক) বিদেশাগত প্ৰজাতি।

(খ) দুষ্প্রাপ্য প্ৰজাতি।

(গ) বিপদাপন্ন প্ৰজাতি।

(ঘ) স্থানীয় প্ৰজাতি।

উত্তৰঃ (গ) বিপদাপন্ন প্ৰজাতি।

১৪। কোনখন দেশ বহুল বৈচিত্র্যযুক্ত ৰাষ্ট্ৰৰ তালিকাত নাপায়?

(ক) ভাৰত।

(খ) ব্রাজিল।

(গ) কানাডা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কানাডা।

১৫। কিমান চনত ভাৰত চৰকাৰে বন্যপ্ৰাণী সুৰক্ষা আইন প্ৰণয়ন কৰিছিল?

(ক) ১৯৭২ চনত।

(খ) ১৯৭৫ চনত।

(গ) ১৯২৭ চনত।

(ঘ) ১৯৭৭ চনত।

উত্তৰঃ (ক) ১৯৭২ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top