adplus-dvertising

Class 11 Geography MCQ Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ

Class 11 Geography MCQ Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 23 জীৱজগত আৰু পৰিস্থিতিতন্ত্ৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 23

ষষ্ঠ গোট: জীৱজগত

১। পৰিস্থিতিতন্ত্রৰ মূল উপাদান কেইটা?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ক) দুটা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অণুজীৱই দেহ পচাই যি ধৰণে পদাৰ্থ মুক্ত কৰে তাক কি কোৱা হয়?

(ক) উৎপাদন।

(খ) বিজাৰণ।

(গ) সালোকসংশ্লেষণ।

(ঘ) পুষ্টি সংহতি।

উত্তৰঃ (খ) বিজাৰণ।

৩। পৰিস্থিতিতন্ত্রত শক্তিৰ মূল উৎস কি?

(ক) জল।

(খ) অক্সিজেন।

(গ) সৌৰশক্তি।

(ঘ) নাইট্ৰ’জেন।

উত্তৰঃ (গ) সৌৰশক্তি।

৪। তলৰ কোনটো জীৱই সালোকসংশ্লেষণ কৰি খাদ্য তৈয়াৰ কৰে?

(ক) বিজাৰক।

(খ) ভক্ষক।

(গ) শিকাৰী।

(ঘ) উৎপাদক।

উত্তৰঃ (ঘ) উৎপাদক।

৫। তলৰ কোনটো খাদ্য-শৃংখলত ভক্ষক?

(ক) সূৰ্য আৰু জল।

(খ) তৃণভোজী আৰু মাংসভোজী।

(গ) উৎপাদক।

(ঘ) বিজাৰক।

উত্তৰঃ (খ) তৃণভোজী আৰু মাংসভোজী।

৬। নাইট্ৰ’জেন চক্রত ভূমিকা গ্ৰহণ কৰা অণুজীৱৰ নাম কি?

(ক) এমিবা।

(খ) ইউগ্লিনা।

(গ) ৰাইজ’বিয়াম।

(ঘ) ক্ল’ষ্ট্ৰিডিয়াম।

উত্তৰঃ (গ) ৰাইজ’বিয়াম।

৭। পৰিস্থিতিতন্ত্রৰ এক পৰিৱৰ্তনশীল উপাদান হ’ল—

(ক) পাহাৰ।

(খ) মাটি।

(গ) জনসংখ্যা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) জনসংখ্যা।

৮। তলৰ কোনটো গেছ সালোকসংশ্লেষণত ব্যৱহৃত হয়?

(ক) অক্সিজেন।

(খ) নাইট্ৰ’জেন।

(গ) হাইড্ৰজেন।

(ঘ) কাৰ্বন ডাইঅক্সাইড।

উত্তৰঃ (ঘ) কাৰ্বন ডাইঅক্সাইড।

৯। উৎপাদক, ভক্ষক আৰু বিজাৰকৰ মাজত গঢ় লোৱা পৰিসৰটোক কি বোলে?

(ক) পৰিস্থিতিতন্ত্র।

(খ) শক্তি-পথ।

(গ) খাদ্য-জাল।

(ঘ) খাদ্য-পথ।

উত্তৰঃ (ক) পৰিস্থিতিতন্ত্র।

১০। পৃথিৱীৰ সমুদায় জীৱ আৰু জীৱসমুদায়ৰ লগত নির্জীৱ পৰিৱেশৰ পাৰস্পৰিক সম্পৰ্কৰ সংঘটনস্থলীখনক কি বোলে? 

(ক) অণুজীৱ।

(খ) জীৱজগত।

(গ) জীৱজাত দ্ৰব্য।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) জীৱজগত।

১১। কাৰ্বন চক্রটো কিহৰ সৈতে সম্পৰ্কিত?

(ক) জলচক্র।

(খ) নিত্ৰজেন চক্র।

(গ) গেছীয় চক্র।

(ঘ) ধাতব চক্র।

উত্তৰঃ (গ) গেছীয় চক্র।

১২। সালোকসংশ্লেষণ কাৰ্যত উদ্ভিদে কিহৰ পৰা কাৰ্বন আহৰণ কৰে?

(ক) বায়ুমণ্ডলৰ পৰা।

(খ) পানী পৰা।

(গ) মৃত পদাৰ্থ পৰা।

(ঘ) মৃত প্ৰাণীৰ দেহৰ পৰা।

উত্তৰঃ (ক) বায়ুমণ্ডলৰ পৰা।

১৩। উদ্ভিদৰ পৰা কাৰ্বন প্ৰাণীৰ দেহলৈ কিহৰ যোগেদি স্থানান্তৰ হয়?

(ক) জলৰ যোগেদি।

(খ) পতনৰ যোগেদি।

(গ) ভক্ষণৰ যোগেদি।

(ঘ) দহনৰ যোগেদি।

উত্তৰঃ (গ) ভক্ষণৰ যোগেদি।

১৪। প্রাণী বা উদ্ভিদৰ মৃতদেহত থকা কাৰ্বন কিহৰ দ্বাৰা উলিয়ায়?

(ক) উদ্ভিদৰ দ্বাৰা।

(খ) দহনৰ দ্বাৰা।

(গ) বিজাৰণৰ দ্বাৰা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বিজাৰণৰ দ্বাৰা।

১৫। সালোকসংশ্লেষণৰ ফলত নিৰ্মিত প্ৰধান যৌগ কোনটো?

(ক) জলীয় বাষ্প।

(খ) চেলুলোজ।

(গ) প্ৰ’টিন।

(ঘ) কাৰ্বহাইড্ৰেট।

উত্তৰঃ (ঘ) কাৰ্বহাইড্ৰেট।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top