adplus-dvertising

Class 11 Geography MCQ Chapter 27 ভাৰতৰ অৱবাহতন্ত্র

Class 11 Geography MCQ Chapter 27 ভাৰতৰ অৱবাহতন্ত্র Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 27 ভাৰতৰ অৱবাহতন্ত্র and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 27 ভাৰতৰ অৱবাহতন্ত্র

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 27

অষ্টম গোট: ভাৰতৰ ভূ-আকৃতি

১। ভাৰতৰ বৃহত্তম নদীৰ নাম কি?

(ক) গংগা।

(খ) ব্রহ্মপুত্ৰ।

(গ) সিন্ধু।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ব্রহ্মপুত্ৰ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। ব্ৰহ্মপুত্ৰৰ কিমান সংখ্যক প্রধান উপনদী আছে?

(ক) ১০ সংখ্যক।

(খ) ১৫ সংখ্যক।

(গ) ৮ সংখ্যক।

(ঘ) ১২ সংখ্যক।

উত্তৰঃ (গ) ৮ সংখ্যক।

৩। সিন্ধু নদী কোনটো অঞ্চলৰ পৰা উৎপত্তি হৈছে?

(ক) তিব্বত।

(খ) হিমাচল প্ৰদেশ।

(গ) পাকিস্তান।

(ঘ) বাংলাদেশ।

উত্তৰঃ (ক) তিব্বত।

৪। নর্মদা নদী ক’ত উৎপন্ন হৈছে?

(ক) মহাদেও পৰ্বত।

(খ) জবলপুৰ।

(গ) অমৰকণ্টক শৃংগ।

(ঘ) মুলতাই।

উত্তৰঃ (গ) অমৰকণ্টক শৃংগ।

৫। কি শব্দৰ অৰ্থ গভীৰ পানীৰ নৈ?

(ক) ধূঁৱাধাৰ।

(খ) মাৰ্বল ৰক।

(গ) নর্মদা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) নর্মদা।

৬। তাপী নদীৰ উৎসস্থান হ’ল—

(ক) অমৰকণ্টক।

(খ) মহাদেও পৰ্বত।

(গ) সাতপুৰা পৰ্বত।

(ঘ) বিন্ধ্য পৰ্বত।

উত্তৰঃ (খ) মহাদেও পৰ্বত।

৭। তাপী নদী দৈৰ্ঘ্যৰ কিমান?

(ক) ১৩১৩ কি.মি.।

(খ) ১৬০ কি.মি.।

(গ) ৭২৪ কি.মি.।

(ঘ) ১০৪০ কি.মি.।

উত্তৰঃ (গ) ৭২৪ কি.মি.।

৮। নর্মদা নদী কোন পৰ্বত অঞ্চলৰ পৰা উৎপত্তি হৈছে?

(ক) সাতপুৰা।

(খ) হিমালয়।

(গ) বিন্ধ্য।

(ঘ) মেঘালয়।

উত্তৰঃ (ক) সাতপুৰা।

৯। নর্মদা নদী কিমান কিলোমিটাৰ প্ৰৱাহিত হৈ আৰৱ সাগৰত মিলিত হয়?

(ক) ৭৪ কিলোমিটাৰ।

(খ) ১৬০ কিলোমিটাৰ।

(গ) ১০৭৮ কিলোমিটাৰ।

(ঘ) ৯০০ কিলোমিটাৰ।

উত্তৰঃ (ঘ) ১৬০ কিলোমিটাৰ।

১০। তলত দিয়া কোনখন নদী হিমালয় অঞ্চলৰ নদী হিচাপে গণ্য হয়?

(ক) গংগা।

(খ) দামোদৰ।

(গ) কোপাই।

(ঘ) সুবৰ্ণৰেখা।

উত্তৰঃ (ক) গংগা।

১১। গংগা নদীৰ মুঠ জলপ্রবাহৰ প্ৰায় কিমান শতাংশ পানী দাক্ষিণাত্য মালভূমিৰ উপনদীসমূহে যোগান ধৰে?

(ক) ২০ শতাংশ।

(খ) ৩০ শতাংশ।

(গ) ৪০ শতাংশ।

(ঘ) ৫০ শতাংশ।

উত্তৰঃ (গ) ৪০ শতাংশ।

১২। দাক্ষিণাত্য মালভূমিৰ নদীসমূহে মুঠ বছৰি কিমান ঘন কিলোমিটাৰ পানী বোৱাই আনে?

(ক) ১৯৭ ঘন কি.মি.।

(খ) ৬৪০ ঘন কি.মি.।

(গ) ৯০.৫ ঘন কি.মি.।

(ঘ) ৫১৫.৭৭ ঘন কি.মি.।

উত্তৰঃ (ঘ) ৫১৫.৭৭ ঘন কি.মি.।

১৩। ভাৰতৰ মুঠ নদ-নদী জলপ্ৰবাহৰ অধিকাংশ অংশ কোনটো সাগৰত পৰে?

(ক) আৰৱ সাগৰ।

(খ) খম্ভাত উপসাগৰ।

(গ) বংগোপসাগৰ।

(ঘ) মান্নাৰ উপসাগৰ।

উত্তৰঃ (গ) বংগোপসাগৰ।

১৪। দুটা নদী অৱবাহিকাৰ মাজৰ সীমা নিৰ্ধাৰণকাৰী উচ্চভূমি অৱয়বৰ শীৰ্ষৰেখাক কি বোলে?

(ক) জলপ্ৰপাত।

(খ) জলাধাৰ।

(গ) উপত্যকা।

(ঘ) জলবিভাজিকা অথবা জলচ্ছেদ ৰেখা।

উত্তৰঃ (ঘ) জলবিভাজিকা অথবা জলচ্ছেদ ৰেখা।

১৫। গংগাৰ বিশিষ্ট উপনদী ৰামগংগাৰ জলপ্ৰবাহ বছৰি কিমান?

(ক) ৯৩.০২ ঘন কিলোমিটাৰ।

(খ) ১৫.৬২ ঘন কিলোমিটাৰ।

(গ) ৫২.২০ ঘন কিলোমিটাৰ।

(ঘ) ৬১.৫৬ ঘন কিলোমিটাৰ।

উত্তৰঃ (খ) ১৫.৬২ ঘন কিলোমিটাৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top