Class 11 Geography MCQ Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা

Class 11 Geography MCQ Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 21 সামুদ্রিক জলৰাশিৰ উষ্ণতা আৰু লৱণতা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 21

পঞ্চম গোট: জলমণ্ডল

১। সাগৰৰ পৃষ্ঠৰ গড় উষ্ণতা কিমান?

(ক) ২২°C

(খ) ২৭°C

(গ) ৩০°C

(ঘ) ১৮°C

উত্তৰঃ (খ) ২৭°C

২। উষ্ণতা অধিক হোৱাৰ মুখ্য কাৰক হ’ল—

(ক) বতাহ।

(খ) সোঁত।

(গ) অক্ষাংশ।

(ঘ) স্থলভাগ।

উত্তৰঃ (গ) অক্ষাংশ।

৩। হেলোক্লাইন কি?

(ক) সাগৰৰ সোঁত।

(খ) গভীৰ অঞ্চল।

(গ) উষ্ণতা স্তৰ।

(ঘ) লৱণতা হ্ৰাস বা বৃদ্ধিৰ স্তৰ।

উত্তৰঃ (ঘ) লৱণতা হ্ৰাস বা বৃদ্ধিৰ স্তৰ।

৪। লৱণতা মাপিবলৈ ব্যৱহাৰ কৰা একক হ’ল—

(ক) ppm.

(খ) gm/L.

(গ) ppt.

(ঘ) mL/cm³.

উত্তৰঃ (গ) ppt.

৫। কোনটো সাগৰত আটাইতকৈ বেছি লৱণতা পোৱা যায়?

(ক) বংগোপসাগৰ।

(খ) লোহিত সাগৰ।

(গ) বাল্টিক সাগৰ।

(ঘ) আৰৱ সাগৰ।

উত্তৰঃ (খ) লোহিত সাগৰ।

৬। আটলান্টিক মহাসাগৰৰ গড় লৱণতা কিমান?

(ক) ৩২‰

(খ) ৩০‰

(গ) ৩৩‰

(ঘ) ৩৬‰

উত্তৰঃ (ঘ) ৩৬‰

৭। লোহিত সাগৰৰ লৱণতা কিমান?

(ক) ৩৫‰

(খ) ৩২‰

(গ) ৪১‰

(ঘ) ৩৮‰

উত্তৰঃ (গ) ৪১‰

৮। সমুদ্ৰৰ পানী গধূৰ হোৱাৰ মূল কাৰণ হ’ল—

(ক) অধিক বতাহ।

(খ) অধিক উষ্ণতা।

(গ) অধিক লৱণতা।

(ঘ) নিম্নচাপ।

উত্তৰঃ (গ) অধিক লৱণতা।

৯। থাৰ্মক্লাইন চলাচলত ‘থার্মো’ মানে কি?

(ক) তাপ।

(খ) ঘনত্ব।

(গ) লৱণতা।

(ঘ) অক্সিজেন।

উত্তৰঃ (ক) তাপ।

১০। কোনটো সাগৰৰ লৱণতা আটাইতকৈ কম?

(ক) আৰৱ সাগৰ।

(খ) বংগোপসাগৰ।

(গ) আটলান্টিক সাগৰ।

(ঘ) দক্ষিণ মহাসাগৰ।

উত্তৰঃ (খ) বংগোপসাগৰ।

১১। গভীৰ সমুদ্ৰৰ পানীৰ উষ্ণতা সাধাৰণতে—

(ক) ১৫-২০°C

(খ) ১০-১৫°C

(গ) ৫-১০°C

(ঘ) ০-৫°C

উত্তৰঃ (ঘ) ০-৫°C

১২। সমুদ্ৰজলৰ উষ্ণতা কিহৰ দ্বাৰা কম-বেছি হয়?

(ক) অক্ষাংশ।

(খ) গভীৰতা।

(গ) বতাহৰ সোঁত।

(ঘ) ওপৰৰ সকলো।

উত্তৰঃ (ঘ) ওপৰৰ সকলো।

১৩। সমুদ্ৰৰ পৃষ্ঠৰ পৰা ৪৫০০ মিটাৰ গভীৰতালৈ উষ্ণতা সাধাৰণতে কিমান হয়?

(ক) ০°C

(খ) ২°C

(গ) ৫.৫°C

(ঘ) ২০°C

উত্তৰঃ (খ) ২°C

১৪। থার্মক্লাইন স্তৰত উষ্ণতা হ্ৰাসৰ ধাৰা কিমান?

(ক) প্রতি ১০০ মিটাৰত ২°C

(খ) প্রতি ৩৬ মিটাৰত ১°C

(গ) প্রতি ৩৬ মিটাৰত ১০°C

(ঘ) প্রতি ৫০ মিটাৰত ৫°C

উত্তৰঃ (গ) প্রতি ৩৬ মিটাৰত ১০°C

১৫। পৃষ্ঠ স্তৰৰ ঠিক তলৰ অংশক কি নামেৰে জনা যায়?

(ক) হেল’ক্লাইন।

(খ) সম-উষ্ণ স্তৰ।

(গ) ঘনত্ব স্তৰ।

(ঘ) থার্মক্লাইন।

উত্তৰঃ (ঘ) থার্মক্লাইন।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top