adplus-dvertising

Class 11 Geography MCQ Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি

Class 11 Geography MCQ Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 20 জলচক্ৰ, সাগৰ আৰু সাগৰতলি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 20

পঞ্চম গোট: জলমণ্ডল

১। পৃথিৱীৰ কিমান শতাংশ পৃষ্ঠ সাগৰ-মহাসাগৰে আগুৰিছে?

(ক) ৫০ শতাংশ।

(খ) ৬০ শতাংশ।

(গ) ৭১ শতাংশ।

(ঘ) ৭৫ শতাংশ।

উত্তৰঃ (গ) ৭১ শতাংশ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। পৃথিৱীৰ পানীভাগৰ প্ৰায় কিমান শতাংশ সামুদ্রিক জলৰূপে সংৰক্ষিত?

(ক) ৭০ শতাংশ।

(খ) ৯৭.২৫ শতাংশ।

(গ) ৬৫ শতাংশ।

(ঘ) ৫২ শতাংশ।

উত্তৰঃ (খ) ৯৭.২৫ শতাংশ।

৩। জলচক্ৰৰ বিশেষ বৈশিষ্ট্য কি?

(ক) একবাৰ ব্যৱহাৰযোগ্য।

(খ) পুনৰভৰযোগ্য।

(গ) বদ্ধ পদ্ধতি।

(ঘ) বিকেন্দ্রীভূত নহয়।

উত্তৰঃ (খ) পুনৰভৰযোগ্য।

৪। তলৰ কোনটো পানীক দ্ৰাৱক বুলি কোৱা হয়?

(ক) সীমিত দ্ৰাৱক।

(খ) উচ্চ ঘনতাৰ দ্ৰাৱক।

(গ) বিশ্বজনীন দ্ৰাৱক।

(ঘ) নিৰৱ দ্ৰাৱক।

উত্তৰঃ (গ) বিশ্বজনীন দ্ৰাৱক।

৫। জলসম্পদৰ মুঠ আয়তন কিমান?

(ক) ১৪০৮ নিযুত ঘন কি.মি.।

(খ) ২৩০ নিযুত ঘন কি.মি.।

(গ) ১৫ নিযুত ঘন কি.মি.।

(ঘ) ৪০ নিযুত ঘন কি.মি.।

উত্তৰঃ (ক) ১৪০৮ নিযুত ঘন কি.মি.।

৬। পানী কেতিয়াবা কোন যৌগৰ অণুত সোমায়?

(ক) NaCl.

(খ) CO₂.

(গ) CHO.

(ঘ) HCl.

উত্তৰঃ (গ) CHO.

৭। মহাদেশৰ পৰা সাগৰলৈ পানী প্ৰবাহৰ পৰিমাণ কিমান?

(ক) ২৫,০০০ ঘন কি.মি.।

(খ) ৮০,০০০ ঘন কি.মি.।

(গ) ১২,০০০ ঘন কি.মি.।

(ঘ) ৪৬,০০০ ঘন কি.মি.।

উত্তৰঃ (ঘ) ৪৬,০০০ ঘন কি.মি.।

৮। বায়ুমণ্ডলত পানীৰ গড় উপস্থিতি-

(ক) ৩%

(খ) ২% 

(গ) ৪%

(ঘ) ৬%

উত্তৰঃ (গ) ৪%

৯। হিমবাহী ক্ষয়চক্ৰত প্রধান ভূমিকা কিহে পালন কৰে?

(ক) বায়ু।

(খ) শিল।

(গ) পানী।

(ঘ) প্ৰাণী।

উত্তৰঃ (গ) পানী।

১০। মুঠ জলৰ কিমান শতাংশ ভূত্বকৰ শিলাস্তৱত থাকে?

(ক) ৬%

(খ) ৯৫%

(গ) ২৫%

(ঘ) ১০%

উত্তৰঃ (খ) ৯৫%

১১। জলচক্ৰৰ উৎসস্ৰোত কি?

(ক) নদী।

(খ) জলাশয়।

(গ) হিমবাহ।

(ঘ) সাগৰ।

উত্তৰঃ (ঘ) সাগৰ।

১২। পৃথিৱীৰ মুঠ বৃষ্টিপাতৰ পৰিমাণ অধিক হয়-

(ক) স্থলভাগত।

(খ) সাগৰত।

(গ) উপত্যকাত।

(ঘ) গিৰিত।

উত্তৰঃ (খ) সাগৰত।

১৩। মহীসোপান সাধাৰণতে কিমান মি গভীৰতালৈ বিস্তৃত থাকে?

(ক) ৫০০ মি।

(খ) ১০০০ মি।

(গ) ২০০ মি।

(ঘ) ২০০০ মি।

উত্তৰঃ (গ) ২০০ মি।

১৪। সমুদ্ৰখাতৰ গভীৰতা সাধাৰণতে-

(ক) ২০০০ মি।

(খ) ৫০০০ মি।

(গ) ১৫০০০ মি।

(ঘ) ১০০০০ মি।

উত্তৰঃ (ঘ) ১০০০০ মি।

১৫। মেৰিয়ানা খাত কোনটো মহাসাগৰত অৱস্থিত?

(ক) আটলান্টিক মহাসাগৰত।

(খ) ভাৰত মহাসাগৰত।

(গ) প্রশান্ত মহাসাগৰত।

(ঘ) উত্তৰ মহাসাগৰত।

উত্তৰঃ (গ) প্রশান্ত মহাসাগৰত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top