Class 11 Geography MCQ Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 19 পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
পৃথিৱীৰ জলবায়ু আৰু ইয়াৰ পৰিৱৰ্তন
Chapter: 19
চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু |
১। পৃথিৱীব্যাপী সর্বাধিক জনপ্রিয়তা লাভ কৰা জলবায়ুৰ শ্ৰেণীবিভাজন আঁচনিখন কি নামৰ বহুদেশীয় জীৱবিজ্ঞানীজনে উদ্ভাৱন কৰিছিল?
(ক) ব্লাডিমিৰ কোপেন।
(খ) ক্রান্তীয় বৃষ্টি-অৰণ্য।
(গ) উপক্রান্তীয় আর্দ্র।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ব্লাডিমিৰ কোপেন।
২। কোপেনৰ জলবায়ু শ্রেণীবিভাজনৰ আধাৰক কি বোলা হয়?
(ক) বৰষুণ আৰু মাটি।
(খ) উষ্ণতা আৰু বৰষুণ।
(গ) বায়ুৰ গতি।
(ঘ) আগ্নেয়গিৰিৰ বিস্ফোৰণ।
উত্তৰঃ (খ) উষ্ণতা আৰু বৰষুণ।
৩। তলৰ কোনটো জলবায়ু পৰিৱৰ্তনৰ প্রধান গেছ?
(ক) অক্সিজেন।
(খ) নাইট্ৰ’জেন।
(গ) কাৰ্বন ডাইঅক্সাইড।
(ঘ) হাইড্ৰজেন।
উত্তৰঃ (গ) কাৰ্বন ডাইঅক্সাইড।
৪। মৌলিকভাৱে কোপেন জলবায়ু শ্রেণী কিমান খণ্ডত বিভক্ত?
(ক) দুটা খণ্ডত।
(খ) তিনিটা খণ্ডত।
(গ) চাৰিটা খণ্ডত।
(ঘ) পাঁচটা খণ্ডত।
উত্তৰঃ (ঘ) পাঁচটা খণ্ডত।
৫। ভাৰত উপমহাদেশ, দক্ষিণ আমেৰিকাৰ পূৰ্বোত্তৰ অংশ, উত্তৰ অস্ট্রেলিয়া আৰু কৰিব সাগৰীয় উপকূলত কি পোৱা যায়?
(ক) ক্রান্তীয় মৌচুমী জলবায়ু (Am)।
(খ) ক্রান্তীয় ছাভানা (Aw)।
(গ) উপক্রান্তীয় বৃষ্টিঅৰণ্য (Cf)।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) উপক্রান্তীয় বৃষ্টিঅৰণ্য (Cf)।
৬। কিমান চনত ব্লাডিমিৰ কোপেনৰ জন্ম হৈছিল?
(ক) ১৮৪৬ চনত।
(খ) ১৮৫৬ চনত।
(গ) ১৮৬৯ চনত।
(ঘ) ১৮৭৪ চনত।
উত্তৰঃ (ক) ১৮৪৬ চনত।
৭। কোপেনে তেওঁৰ জলবায়ু শ্রেণীবিভাজনৰ আঁচনিখন কিমান চনত উপস্থাপন কৰিছিল?
(ক) ১৯০০ চনত।
(খ) ১৯০৯ চনত।
(গ) ১৯১৪ চনত।
(ঘ) ১৯১৮ চনত।
উত্তৰঃ (ঘ) ১৯১৮ চনত।
৮। কাৰ্বন-মন’ক্সাইডৰ সংকেত কি?
(ক) (NO)।
(খ) (CO)।
(গ) (CFC)।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) (NO)।
৯। পার্থিৱ কাৰণ কেই প্ৰকাৰৰ?
(ক) তিনি প্ৰকাৰৰ।
(খ) দুই প্ৰকাৰৰ।
(গ) চাৰি প্ৰকাৰৰ।
(ঘ) পাঁচ প্ৰকাৰৰ।
উত্তৰঃ (খ) দুই প্ৰকাৰৰ।
১০। মহাদেশসমূহৰ ঘাইকৈ পূব উপকূলীয় অঞ্চলত কিমান ডিগ্ৰী অক্ষাংশৰ মাজত উপক্রান্তীয় নাতিশীতোষ্ণ জলবায়ু পোৱা যায়?
(ক) ৪০° — ৫০° অক্ষাংশ।
(খ) ২০° — ৬০° অক্ষাংশ।
(গ) ৩০° — ৫০° অক্ষাংশ।
(ঘ) ৫০° — ৬০° অক্ষাংশ।
উত্তৰঃ (গ) ৩০° — ৫০° অক্ষাংশ।
১১। শুষ্ক জলবায়ু কেই প্ৰকাৰৰ?
(ক) দুই প্ৰকাৰৰ।
(খ) তিনি প্ৰকাৰৰ।
(গ) চাৰি প্ৰকাৰৰ।
(ঘ) পাঁচ প্ৰকাৰৰ।
উত্তৰঃ (ক) দুই প্ৰকাৰৰ।
১২। কিমান চনত ব্লাডিমিৰ কোপেনৰ মৃত্য হৈছিল?
(ক) ১৯১০ চনত।
(খ) ১৯১৮ চনত।
(গ) ১৯৩৬ চনত।
(ঘ) ১৯৪০ চনত।
উত্তৰঃ (ঘ) ১৯৪০ চনত।
১৩। কিমান চনত কিউটো চুক্তি স্বাক্ষৰিত হৈছিল?
(ক) ১৯৯৫ চনত।
(খ) ১৯৯৭ চনত।
(গ) ২০০০ চনত।
(ঘ) ২০০৫ চনত।
উত্তৰঃ (খ) ১৯৯৭ চনত।
১৪। উপক্রান্তীয় শীত-সিক্ত জলবায়ুৰ সংকেত হ’ল—
(ক) Cf.
(খ) Cw.
(গ) Cs.
(ঘ) Cfa.
উত্তৰঃ (গ) Cs.
১৫। বিশ্বৰ কিমান খন ৰাষ্ট্ৰই অনুমোদন কৰা কিউটো প্ৰট’কল চুক্তিৰ কাৰ্যকাল ২০০৫ চনত আৰম্ভ হৈছিল?
(ক) ৩৫ খন।
(খ) ৯০ খন।
(গ) ১০০ খন।
(ঘ) ১৪১ খন।
উত্তৰঃ (ঘ) ১৪১ খন।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.