Class 11 Geography MCQ Chapter 14 বতাহ

Class 11 Geography MCQ Chapter 14 বতাহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 14 বতাহ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 14 বতাহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 14

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা

১। বতাহে পৰিবহন কৰা সকলোবোৰ অৱক্ষয়ক কি বোলে?

(ক) বায়ুভাৰ।

(খ) ভাসভাৰ।

(গ) অপঘৰ্ষণ।

(ঘ) অনুপদী ভাৰ।

উত্তৰঃ (ক) বায়ুভাৰ।

২। বতাহে সম্পাদন কৰা ক্ষয়ীভৱন কার্য কেই প্ৰকাৰৰ?

(ক) দুই প্ৰকাৰৰ।

(খ) তিনি প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্ৰকাৰৰ।

উত্তৰঃ (খ) তিনি প্ৰকাৰৰ।

৩। বায়ুভাৰৰ প্ৰকাৰ কেইটা?

(ক) দুটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ক) দুটা।

৪। বায়ুভাৰ কেতিয়া মাটিত খহি পৰে?

(ক) বায়ুবেগ বৃদ্ধি পালে।

(খ) আর্দ্ৰতা হ্ৰাস পালে।

(গ) বায়ুবেগ বা আর্দ্ৰতা কমিলে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বায়ুবেগ বা আর্দ্ৰতা কমিলে।

৫। মাটিৰে চুচুৰি যোৱা বায়ুভাৰৰ নাম কি?

(ক) বায়ুভাৰ।

(খ) ভাসভাৰ।

(গ) অপঘৰ্ষণ।

(ঘ) অনুপদী ভাৰ।

উত্তৰঃ (ঘ) অনুপদী ভাৰ।

৬। ধূলি-বালি জমা হোৱা বালিময় স্থানক কি বোলে?

(ক) মৰুভূমি।

(খ) ওয়াড়ি।

(গ) প্লায়া।

(ঘ) জলপ্রপাত।

উত্তৰঃ (গ) প্লায়া।

৭। চীন দেশত গঠন হোৱা ল’ৱেচভূমিৰ বিস্তৃতি কিমান বর্গ কিলোমিটাৰ?

(ক) ৫ লাখ বৰ্গ কি.মি.।

(খ) ৭ লাখ বৰ্গ কি.মি.।

(গ) ৩ লাখ বৰ্গ কি.মি.।

(ঘ) ১ লাখ বৰ্গ কি.মি.।

উত্তৰঃ (খ) ৭ লাখ বৰ্গ কি.মি.।

৮। স্থলপৃষ্ঠৰ ওপৰত বায়ুভাৰ খহি পৰাৰ ফলত পতনক্ষেত্রত গঠন হোৱা উৰ্বৰ সমতল ক্ষেত্রসমূহক কি বোলে?

(ক) ল’ৱেচ।

(খ) পেডিপ্লেইন।

(গ) বার্খান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ল’ৱেচ।

৯। কিহৰ ফলত বতাহে ধূলি বহু দূৰলৈ নিবলৈ সক্ষম হয়?

(ক) ভূমিৰ আর্দ্ৰতা।

(খ) নদীৰ বেগ।

(গ) বায়ুবেগৰ বৃদ্ধি।

(ঘ) সূৰ্যৰ তাপ।

উত্তৰঃ (ঘ) সূৰ্যৰ তাপ।

১০। মৰুপৃষ্ঠৰ তৰংগ সদৃশ ক্ষুদ্র অৱয়বৰ নাম কি?

(ক) ল’ৱেচ।

(খ) পেডিপ্লেইন।

(গ) বার্খান।

(ঘ) তৰংগচিহ্ন।

উত্তৰঃ (ঘ) তৰংগচিহ্ন।

১১। চীনদেশীয় ল’ৱেচভূমিত জমা হোৱা বায়ৱীয় অৱক্ষেপ স্তৰসমূহ ঠায়ে ঠায়ে কিমান মিটাৰপর্যন্ত গভীৰ?

(ক) দুশ।

(খ) তিনিশ।

(গ) চাৰিশ।

(ঘ) পাঁচশ।

উত্তৰঃ (খ) তিনিশ।

১২। তলৰ কোনটো বায়ৱীয় অৱনমনৰ ফলত গঠিত হয়?

(ক) ইনছেলবার্গ।

(খ) পেডিপ্লেইন।

(গ) অৱনমন গর্ত।

(ঘ) প্লায়া।

উত্তৰঃ (গ) অৱনমন গর্ত।

১৩। অপঘর্ষণৰ ফলত কি গঠিত হয়—

(ক) গহ্বৰ।

(খ) তৰংগচিহ্ন।

(গ) ছত্রক শিলা।

(ঘ) জলাশয়।

উত্তৰঃ (গ) ছত্রক শিলা।

১৪। বার্খানৰ আকৃতি কেনেকুৱা?

(ক) বৃত্ত।

(খ) ত্ৰিকোণ।

(গ) অর্ধচন্দ্ৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) ত্ৰিকোণ।

১৫। অপঘৰ্ষণৰ ফলত উৎপত্তি হোৱা খলাবমা পৃষ্ঠক কি বোলে?

(ক) ল’ৱেচ।

(খ) পেডিপ্লেইন।

(গ) বার্খান।

(ঘ) য়াৰডাং।

উত্তৰঃ (ঘ) য়াৰডাং।

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top