Class 11 Geography MCQ Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা

resppost2025

Class 11 Geography MCQ Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 15 বায়ুমণ্ডলৰ সংযুতি আৰু সংৰচনা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 15

চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু

১। বায়ুমণ্ডলত নাইট্ৰ’জেনৰ ঘনত্ব কিমান?

(ক) ২০.৯৪৯%

resppost2025

(খ) ৭৮.০৮৭%

(গ) ০.৯৩৪%

(ঘ) ২১.০%

sqare

উত্তৰঃ (খ) ৭৮.০৮৭%

২। পৃথিৱীৰ বায়ুমণ্ডল কিমান উচ্চতালৈ বিস্তৃত?

(ক) ৩০ কি.মি.।

(খ) ৭০ কি.মি.।

sqare

(গ) ১০,০০০ কি.মি.।

(ঘ) ৫০০ কি.মি.।

উত্তৰঃ (গ) ১০,০০০ কি.মি.।

sidebar2026

৩। বায়ুমণ্ডলৰ স্তৰ কেইটা?

(ক) এটা।

2026

(খ) দুটা।

(গ) তিনিটা।

(ঘ) চাৰিটা।

উত্তৰঃ (ঘ) চাৰিটা।

৪। বায়ুমণ্ডলৰ কিমান শতাংশ গেছ সমুদ্রপৃষ্ঠৰ পৰা ২৯ কি.মি ভিতৰত থাকে?

sidebar2026

(ক) ৯৭%

(খ) ৯৯%

(গ) ৮০%

(ঘ) ৫০%

উত্তৰঃ (ক) ৯৭%

৫। বায়ুমণ্ডলটো সমুদ্রপৃষ্ঠৰ পৰা প্রায় কিমান কিলোমিটাৰ উচ্চতালৈকে আৱৰি আছে?

(ক) ২০.০০০ কি.মি.।

(খ) ১০.০০০ কি.মি.।

(গ) ৩০.০০০ কি.মি.।

(ঘ) ৪০.০০০ কি.মি.।

উত্তৰঃ (খ) ১০.০০০ কি.মি.।

৬। বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছটো হ’ল–

(ক) অক্সিজেন।

(খ) আৰ্গন।

(গ) নাইট্ৰ’জেন।

2026

(ঘ) কাৰ্বন-ডাইঅক্সাইড।

উত্তৰঃ (গ) নাইট্ৰ’জেন।

৭। বায়ুমণ্ডলৰ কোনটো গেছ Greenhouse Effect-ৰ বাবে সৰ্বাধিক দায়ী?

(ক) অক্সিজেন।

(খ) মিথেন।

(গ) নাইট্ৰ’জেন।

(ঘ) কাৰ্বন-ডাইঅক্সাইড।

উত্তৰঃ (ঘ) কাৰ্বন-ডাইঅক্সাইড।

৮। ব্যস্তানুপাতিক হাৰত ট্রপ স্ফিয়েত বায়ুৰ উষ্ণতা পৰিৱৰ্তনৰ এইটো লক্ষণক কি বোলে?

(ক) লেপছ নিৰীখ।

(খ) নাইট্ৰ’জেন।

(গ) হাইড্ৰ’জেন।

(ঘ) ট্র’পস্ফিয়েৰ।

উত্তৰঃ (ক) লেপছ নিৰীখ।

৯। নিচিনা অংশত জলীয় বাষ্পৰ আকাৰত উপস্থিত উপাদানবোৰে কি নিৰ্ধাৰণ কৰে?

(ক) লঘুত্ব।

(খ) চাপ।

(গ) ঘনত্ব।

(ঘ) আর্দ্রতা।

উত্তৰঃ (ঘ) আর্দ্রতা।

2026

১০। সমুদ্রপৃষ্ঠ অৱস্থানৰ পৰা ৮-১০ কি. মি. উচ্চতাৰ পৰিসৰত বিস্তৃত হৈ থকা সমগুণী বায়ুস্তৰটোৰ নাম কি?

(ক) ষ্ট্ৰেট’স্ফিয়েৰ।

(খ) ট্রপ’স্ফিয়েৰ।

(গ) মেছ’স্ফিয়েৰ।

(ঘ) থার্ম’স্ফিয়েৰ।

উত্তৰঃ (খ) ট্রপ’স্ফিয়েৰ।

১১। সমুদ্রপৃষ্ঠৰ পৰা প্ৰায় কিমান কি. মি. উচ্চতাৰ ভিতৰত বায়ুমণ্ডলীয় উপাদানবোৰ প্রায় একে অনুপাতত পোৱা যায়?

(ক) পঞ্চাশ কি.মি.।

(খ) ষাঠি কি.মি.।

(গ) সত্তৰ কি.মি.।

(ঘ) আশী কি.মি.।

উত্তৰঃ (গ) সত্তৰ কি.মি.।

১২। বায়ুমণ্ডলত থকা হালধীয়া আকৰ্ষণশীল কণাসমূহক কি বোলে?

(ক) ধূলিকণা।

(খ) ৰশ্মি।

(গ) জুলীয়া।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ধূলিকণা।

১৩। উষ্ণ-সিক্ত ক্রান্তীয় মণ্ডলৰ নিম্নস্তৰৰ বায়ুত আয়তনৰ লেখেৰে কিমান শতাংশ পর্যন্ত জলীয় বাষ্প নিহিত থাকে?

(ক) ২ শতাংশ।

2026

(খ) ৩ শতাংশ।

(গ) ৪ শতাংশ।

(ঘ) ৫ শতাংশ।

উত্তৰঃ (গ) ৪ শতাংশ।

১৪। আয়ন’স্ফিয়েৰৰ উচ্চসীমা, অর্থাৎ ভূ-পৃষ্ঠৰ ৪০০ কি. মি. উচ্চতাৰ পৰা বায়ুমণ্ডলৰ ঊর্ধ্বতম মণ্ডলটোক কি বোলে?

(ক) মেৰুপ্ৰভা।

(খ) বহির্মণ্ডল।

(গ) লেপছ নিৰীখ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বহির্মণ্ডল।

১৫। নাইট্র’জেন আৰু অক্সিজেন গেছে বায়ুমণ্ডলৰ মুঠ আয়তনৰ কিমান শতাংশ অধিকাৰ কৰিছে?

(ক) ৬৯.০৩৬ শতাংশ।

(খ) ৭৯.০৩৬ শতাংশ।

(গ) ৯৯.০৩৬ শতাংশ।

(ঘ) ৮৯.০৩৬ শতাংশ।

উত্তৰঃ (গ) ৯৯.০৩৬ শতাংশ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top