adplus-dvertising

Class 11 Geography MCQ Chapter 16 সৌৰ আতপন, তাপ-প্রতিসম আৰু উষ্ণতা

Class 11 Geography MCQ Chapter 16 সৌৰ আতপন, তাপ-প্রতিসম আৰু উষ্ণতা Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 16 সৌৰ আতপন, তাপ-প্রতিসম আৰু উষ্ণতা and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 16 সৌৰ আতপন, তাপ-প্রতিসম আৰু উষ্ণতা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 16

চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু

১। জানুৱাৰী মাহৰ তিনি তাৰিখত সূৰ্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব কিমান কিলোমিটাৰ হয়?

(ক) ১৪৭ নিযুত।

(খ) ১৫৭ নিযুত।

(গ) ১৬৭ নিযুত।

(ঘ) ১৭৭ নিযুত।

উত্তৰঃ (ক) ১৪৭ নিযুত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। সৌৰ আতপনৰ বৈষম্যৰ ঘাই কাৰণ কেইটা?

(ক) দুইটা।

(খ) তিনিটা।

(গ) চাৰিটা।

(ঘ) পাঁচটা।

উত্তৰঃ (ঘ) পাঁচটা।

৩। কিহৰ উষ্ণতা পৰিৱৰ্তন কাৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰকাৰী বাহ্যিক উপকৰণক বায়ুৰ উষ্ণতা নিৰ্ণেয়ক কৰক বোলে?

(ক) জলমণ্ডলৰ।

(খ) স্থলমণ্ডলৰ।

(গ) বায়ুমণ্ডলৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) বায়ুমণ্ডলৰ।

৪। ট্ৰপ’ছ্ফিয়েৰত কিমান উচ্চতালৈকে বায়ুমণ্ডল দেখা যায়?

(ক) ৮-১৮ কি.মি.।

(খ) ২০-৩০ কি.মি.।

(গ) ৫০ কি.মি.।

(ঘ) ১০০ কি.মি.।

উত্তৰঃ (ক) ৮-১৮ কি.মি.।

৫। বিকিৰণৰ দ্বাৰা কিমান তাপ শক্তি মহাকাশলৈ ওলাই যায়?

(ক) ১৫%

(খ) ২৩%

(গ) ৫০%

(ঘ) ৮%

উত্তৰঃ (গ) ৫০%

৬। বিষুৱত কেন্দ্ৰিক অঞ্চলত জুলাই মাহত সমুদ্র পৃষ্ঠৰ তাপমাত্রা কিমান হয়?

(ক) ৩০° চেলচিয়াচ।

(খ) ১৮° চেলচিয়াচ।

(গ) ২৪° চেলচিয়াচ।

(ঘ) ২৭° চেলচিয়াচ।

উত্তৰঃ (ঘ) ২৭° চেলচিয়াচ।

৭। কোনটো অঞ্চলত জানুৱাৰী-জুলাইত উষ্ণতাৰ পাৰ্থক্য ৬০° চেলচিয়াচতকৈও অধিক হয়?

(ক) ইউৰেছিয়াৰ উত্তৰ-পূব।

(খ) আফ্ৰিকা।

(গ) দক্ষিণ আমেৰিকা।

(ঘ) অষ্ট্ৰেলিয়া।

উত্তৰঃ (ক) ইউৰেছিয়াৰ উত্তৰ-পূব।

৮। কিমান শতাংশ বাষ্পীভৱনৰ লগে লগে বায়ুমণ্ডলত সংযোগ ঘটে?

(ক) ২২ শতাংশ।

(খ) ২৩ শতাংশ।

(গ) ২৪ শতাংশ।

(ঘ) ২৫ শতাংশ।

উত্তৰঃ (খ) ২৩ শতাংশ।

৯। বায়ুমণ্ডলীয় উত্তপন পৰিক্ৰমাৰ অন্তৰ্গত প্ৰক্ৰিয়াটোৰ নাম কি?

(ক) তাপ-প্ৰতিমান।

(খ) দীর্ঘ-তৰংগ বিকিৰণ।

(গ) অভিবহন প্ৰক্ৰিয়া।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) অভিবহন প্ৰক্ৰিয়া।

১০। পৃথিৱীৰ কোন অঞ্চলত সৌৰ-আতপনৰ প্ৰভাৱত উষ্ণতা সৰ্বাধিক থাকে?

(ক) বিষুৱীয় অঞ্চল। 

(খ) উপক্রান্তীয় অঞ্চল। 

(গ) মেৰু অঞ্চল। 

(ঘ) উত্তৰ গোলাৰ্ধ।

উত্তৰঃ (খ) উপক্রান্তীয় অঞ্চল। 

১১। বায়ুমণ্ডল উত্তপ্ত হোৱাৰ মুখ্য পদ্ধতি হ’ল—

(ক) সূৰ্যৰ বিকিৰণ।

(খ) পানীৰ বাষ্প।

(গ) বায়ুৰ শোষণ। 

(ঘ) পৃথিৱীৰ বিকিৰণ।

উত্তৰঃ (ঘ) পৃথিৱীৰ বিকিৰণ।

১২। পৃথিৱীৰ পৰিৱেশৰ পৰা প্রতিক্রিয়াহীনভাৱে প্রতিফলন ঘটা বশ্মিসমূহক কি বোলে? 

(ক) সূৰ্যৰ বিকিৰণ।

(খ) অভিবহন প্রক্রিয়া।

(গ) অস্থিৰ সংমিশ্রণ।

(ঘ) গোলকীয় প্রতিফলন।

উত্তৰঃ (ঘ) গোলকীয় প্রতিফলন।

১৩। বায়ুপুঞ্জৰ ঊর্ধ্বগমন অথবা উত্তৰণৰ মাধ্যমত উচ্চ-স্তৰৰ বায়ুমণ্ডল উত্তপ্ত হোৱা পদ্ধতিৰ নাম কি?

(ক) পৰিচলন।

(খ) অভিবহন।

(গ) তাপ-প্ৰতিমান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পৰিচলন।

১৪। উষ্ণ বতাহৰ সোঁতে শীতল ভূ-পৃষ্ঠ কোবাই যোৱাৰ ফলত বায়ুমণ্ডলীয় তাপভাণ্ডাৰৰ পৰা মুঠ সৌৰ আতপনৰ কিমান শতাংশ জোখৰ তাপ শক্তি ভূ-পৃষ্ঠত সংযোগ ঘটে?

(ক) ২ শতাংশ।

(খ) ৪ শতাংশ।

(গ) ৭ শতাংশ।

(ঘ) ১০ শতাংশ।

উত্তৰঃ (খ) ৪ শতাংশ।

১৫। কিহৰ এককৰ সহায়ত তাপশক্তিৰ পৰিমাণ নিৰূপণ কৰা হয়?

(ক) তাপ-বিলোমান।

(খ) তাপ শক্তি।

(গ) কেলৰি।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) কেলৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top