Class 11 Geography MCQ Chapter 17 বায়ুৰ সঞ্চালন আৰু বতৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 17 বায়ুৰ সঞ্চালন আৰু বতৰ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 17 বায়ুৰ সঞ্চালন আৰু বতৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
বায়ুৰ সঞ্চালন আৰু বতৰ
Chapter: 17
চতুর্থ গোট: বায়ুমণ্ডল, বতৰ আৰু জলবায়ু |
১। বায়ুমণ্ডলীয় চাপ কিহৰ ফলত সৃষ্টি হয়?
(ক) চন্দ্ৰৰ আকৰ্ষণ বল।
(খ) পৃথিৱীৰ ঘূৰ্ণন।
(গ) পৃথিৱীৰ মাধ্যাকর্ষণ বল।
(ঘ) সমুদ্রস্ৰোত।
উত্তৰঃ (গ) পৃথিৱীৰ মাধ্যাকর্ষণ বল।
২। সমুদ্রপৃষ্ঠত গড়ৰ বায়ুচাপ কিমান?
(ক) ৯৮০ মিলিবাৰ।
(খ) ১০১৩.২ মিলিবাৰ।
(গ) ৮২০ মিলিবাৰ।
(ঘ) ১২৫০ মিলিবাৰ।
উত্তৰঃ (খ) ১০১৩.২ মিলিবাৰ।
৩। ক’ৰিয়লিৰ বল ক’ত উৎপন্ন হয়?
(ক) চন্দ্ৰৰ প্রভাৱত।
(খ) পৃথিৱীৰ আহ্নিক গতিত।
(গ) সূৰ্যৰ আকৰ্ষণ বলত।
(ঘ) সমুদ্ৰ স্ৰোতত।
উত্তৰঃ (খ) পৃথিৱীৰ আহ্নিক গতিত।
৪। স্থানীয় বতাহ কিমান সময়লৈ স্থায়ী হয়?
(ক) ১ সপ্তাহ।
(খ) ১ দিন।
(গ) ১ মাহ।
(ঘ) ১ বছৰৰ।
উত্তৰঃ (খ) ১ দিন।
৫। মৌচুমী বতাহৰ সময়ত দক্ষিণ-পশ্চিম বতাহ কিমান শতাংশ বৃষ্টিপাত আনিবলৈ সক্ষম হয়?
(ক) ২০%
(খ) ৫০%
(গ) ৮০%
(ঘ) ১০০%
উত্তৰঃ (গ) ৮০%
৬। বায়ুচাপৰ একক হ’ল—
(ক) পাস্কেল।
(খ) কেলভিন।
(গ) নিউটন।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) পাস্কেল।
৭। চক্রবাতৰ কেন্দ্ৰত থকা অঞ্চলক কি বোলে?
(ক) বৃত্ত।
(খ) অক্ষি।
(গ) প্ৰাচীৰ।
(ঘ) ক’ণা।
উত্তৰঃ (খ) অক্ষি।
৮। বায়ুচাপৰ ভাৰসাম্য কিহে ৰক্ষা কৰে?
(ক) বৃষ্টিপাতে।
(খ) সূৰ্যই।
(গ) বজ্ৰপাতে।
(ঘ) বতাহে।
উত্তৰঃ (ঘ) বতাহে।
৯। ভূ-পৃষ্ঠৰ পৰা কিমান কি.মি. পর্যন্ত উচ্চতাৰ পৰিসৰত বলি থকা বিভিন্ন ধৰণৰ বতাহৰ গতিবেগৰ ওপৰত ভূ-আকৃতিক অৱয়বৰ প্রভাৱ সুস্পষ্ট হৈ থাকে?
(ক) ২-৩ কি.মি.।
(খ) ৩-৩ কি.মি.।
(গ) ৪-৩ কি.মি.।
(ঘ) ১-৩ কি.মি.।
উত্তৰঃ (ঘ) ১-৩ কি.মি.।
১০। আৰৱ সাগৰ, বংগোপসাগৰ আৰু ভাৰত মহাসাগৰীয় উৎসৱ কিছুমান ক্রান্তীয় চক্রবাতৰ ব্যাস কিমান কিলোমিটাৰ?
(ক) ৫০০-১০০০ কি.মি.।
(খ) ৬০০-১২০০ কি.মি.।
(গ) ৭০০-১৪০০ কি.মি.।
(ঘ) ৮০০-১৬০০ কি.মি.।
উত্তৰঃ (খ) ৬০০-১২০০ কি.মি.।
১১। নিৰক্ষৰেখাৰ পৰা মেৰৰ দিশে বায়ুচাপ সাধাৰণতে—
(ক) হ্ৰাস পায়।
(খ) বৃদ্ধি পায়।
(গ) একে থাকে।
(ঘ) হঠাৎ হ্ৰাস পায়।
উত্তৰঃ (খ) বৃদ্ধি পায়।
১২। জলীয় বাষ্প শুকান বায়ুতকৈ—
(ক) ঘন।
(খ) গধূৰ।
(গ) পাতল।
(ঘ) উজনি।
উত্তৰঃ (গ) পাতল।
১৩। সমুদ্রপৃষ্ঠত বায়ুচাপত―
(ক) বায়ু স্থিৰ হৈ থাকে।
(খ) উচ্চতা অধিক থাকে।
(গ) উত্তাপ কম থাকে।
(ঘ) জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে।
উত্তৰঃ (ঘ) জলীয় বাষ্পৰ পৰিমাণ বেছি থাকে।
১৪। কিমান অক্ষাংশৰ মাজত নিৰক্ষীয় নিম্নচাপ বলয় গঠন হয়?
(ক) ১০°–২০°
(খ) ২০°–৩০°
(গ) ৫০°–১০০°
(ঘ) ৩০°–৫০°
উত্তৰঃ (গ) ৫০°–১০০°
১৫। মেৰুৰ ওচৰত অপকেন্দ্ৰিক বল—
(ক) বেছি থাকে।
(খ) কম থাকে।
(গ) একে থাকে।
(ঘ) হঠাৎ বৃদ্ধি পায়।
উত্তৰঃ (খ) কম থাকে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.