adplus-dvertising

Class 11 Geography MCQ Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত

Class 11 Geography MCQ Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 13 সামুদ্রিক তৰংগ আৰু সামুদ্রিক স্রোত

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 13

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা

১। তলৰ কোনটো উপকূলীয় অঞ্চলত ভূ-আকৃতিৰ ক্ষিপ্ৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক?

(ক) বতাহ।

(খ) সাগৰৰ ঢৌ।

(গ) বৰষুণ।

(ঘ) ভূমিকম্প।

উত্তৰঃ (খ) সাগৰৰ ঢৌ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। অন্তর্গম (Inlet) ক’ত গঠিত হয়?

(ক) পাহাৰমূৰত।

(খ) গাঁৱৰ মাজত।

(গ) শিলাময় উপকূলত।

(ঘ) প্ৰান্তৱৰ্তী শস্যখনত।

উত্তৰঃ (গ) শিলাময় উপকূলত।

৩। ঢৌ-ছেদিত সমতল পৃষ্ঠক কি বুলি কোৱা হয়?

(ক) অৱক্ষিপ্ত বেদিকা।

(খ) অৱক্ষেপণজাত জালাভূমি।

(গ) সামুদ্রিক গহ্বৰ।

(ঘ) তৰংগছেদিত বেদিকা।

উত্তৰঃ (ঘ) তৰংগছেদিত বেদিকা।

৪। বালিময় সমতল উপকূলক কি বুলি কোৱা হয়?

(ক) অৱক্ষেপণজাত জালাভূমি।

(খ) অৱক্ষিপ্ত বেদিকা।

(গ) তৰংগছেদিত বেদিকা।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) অৱক্ষিপ্ত বেদিকা।

৫। সাগৰৰ ঢৌয়ে গঠিত দীঘলীয়া অৱক্ষেপণ কণিকাক কি বোলে?

(ক) স্পীট।

(খ) উপতটীয় চৰ।

(গ) বালুকাতট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) স্পীট।

৬। নিম্নভূমি উপকূল সাধাৰণতে কিহৰ ফলত গঠিত হয়?

(ক) আগ্নেয়গিৰি।

(খ) বায়ু ক্ষয়।

(গ) নদীৰ অৱক্ষেপণ।

(ঘ) সমুদ্রৰ উত্থান।

উত্তৰঃ (গ) নদীৰ অৱক্ষেপণ।

৭। উপতটীয় চৰৰ বৈশিষ্ট্য কি?

(ক) উজান মুখী।

(খ) সোঁতত ভাহে।

(গ) অগ্ন্যুৎপাতৰ ফল।

(ঘ) উপকূলৰ সমান্তৰাল।

উত্তৰঃ (ঘ) উপকূলৰ সমান্তৰাল।

৮। লেগুণৰ তলিভাগত সামুদ্রিক আৰু মহাদেশীয় উৎসৰ পৰা উটিভাঁহি অহা গেদ জমা হৈ এসময়ত কি গঠন হয়?

(ক) উপতটীয় চৰ।

(খ) উপকূল সমভূমি।

(গ) তৰংগ-ছেদিত ভৃগু।

(ঘ) উপকূলৰ সমান্তৰাল।

উত্তৰঃ (খ) উপকূল সমভূমি।

৯। সাগৰৰ তৰংগে বিচ্ছিন্ন কৰা উপাদান ক’ত জমা হয়?

(ক) উপকূলত।

(খ) হিমবাহত।

(গ) নদীৰ মুখত।

(ঘ) মহীসোপানত।

উত্তৰঃ (ঘ) মহীসোপানত।

১০। তৰং বিচ্ছেদিত উপাদানে কি গঠন কৰে?

(ক) দ্ৰাৱক-ভূমি।

(খ) উপকূল উপত্যকা।

(গ) অৱক্ষিপ্ত বেদিকা।

(ঘ) হিমবাহ উপত্যকা।

উত্তৰঃ (গ) অৱক্ষিপ্ত বেদিকা।

১১। বালিময় অপক্ষেপণ ক্ষেত্ৰক কি বোলে?

(ক) খাল।

(খ) পুলিন।

(গ) মৰণভূমি।

(ঘ) তটৰেখা।

উত্তৰঃ (খ) পুলিন।

১২। পুলিনৰ অন্য নাম কি?

(ক) খাল।

(খ) বালুকাতট।

(গ) নদীতট।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) বালুকাতট।

১৩। স্পীট গঠনৰ ফলত কি সৃষ্টি হয়?

(ক) সাগৰৰ হ্ৰাস।

(খ) তটৰ বিস্ফোৰণ।

(গ) লেগুণ।

(ঘ) পৰ্বতৰ উৎপত্তি।

উত্তৰঃ (গ) লেগুণ।

১৪। বালিময় ঢাপ যদি সমুদ্রপৃষ্ঠৰ ওপৰলৈ উঠে, তাক কি বোলে?

(ক) ৰোধক-চৰ।

(খ) উপত্যকা।

(গ) উপদ্বীপ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ৰোধক-চৰ।

১৫। সাগৰৰ তৰংগৰ মূল ক্ষয়ী কাৰ্য ক’ত সংঘটিত হয়?

(ক) নদীত।

(খ) উপকূলত।

(গ) হিমবাহত।

(ঘ) প্ৰবাল দীপ্তত।

উত্তৰঃ (খ) উপকূলত।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top