Class 11 Geography MCQ Chapter 12 হিমবাহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 12 হিমবাহ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.
Class 11 Geography MCQ Chapter 12 হিমবাহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.
হিমবাহ
Chapter: 12
| তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা |
১। হিমবাহ মূলতঃ ক’ত গঠিত হয়?
(ক) সমতল ভূমিত।
(খ) বনাঞ্চলত।
(গ) নদীৰ কাষত।
(ঘ) উচ্চ অক্ষাংশ বা উচ্চ পৰ্বতীয়া অঞ্চলত।
উত্তৰঃ (ঘ) উচ্চ অক্ষাংশ বা উচ্চ পৰ্বতীয়া অঞ্চলত।
২। হিমবাহৰ খনন কাৰ্যত সৃষ্টি হোৱা উপত্যকাক কি বোলে?
(ক) V-আকৃতি উপত্যকা।
(খ) W-আকৃতি উপত্যকা।
(গ) U-আকৃতি উপত্যকা।
(ঘ) L-আকৃতি উপত্যকা।
উত্তৰঃ (গ) U-আকৃতি উপত্যকা।
৩। হিমবাহৰ খনন কাৰ্যত গঠিত বাটি-আকৃতিৰ গহ্বৰটো কি নামেৰে জনা যায়?
(ক) চার্ক।
(খ) এৰেট।
(গ) হৰ্ণ।
(ঘ) কেইম।
উত্তৰঃ (ক) চার্ক।
৪। দুটা হিমবাহৰ মাজত থকা সুঁতিয় গিৰিশৃংগক কি বোলে?
(ক) টাৰ্ন।
(খ) এৰেট।
(গ) ড্ৰামলিন।
(ঘ) কেটল।
উত্তৰঃ (খ) এৰেট।
৫। চাৰিওফালে হিমবাহে খনন কৰিলে গঠিত হোৱা শৃংগটো কি?
(ক) কেইম।
(খ) এস্কাৰ।
(গ) হৰ্ণ।
(ঘ) ফিয়র্ড।
উত্তৰঃ (গ) হৰ্ণ।
৬। উপহিমবাহৰ দ্বাৰা সৃষ্টি কৰা উচ্চতলত থকা উপত্যকা ক’ত দেখা যায়?
(ক) উপক্ষেপভূমিত।
(খ) হিমখাত।
(গ) ঝুলন উপত্যকাত।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) ঝুলন উপত্যকাত।
৭। হিমবাহৰ দ্বাৰা কঢ়িয়াই অনা মৃত্তিকা-শিল মিশ্ৰণক কি বোলে?
(ক) ড্ৰামলিন।
(খ) টাৰ্ন।
(গ) ফিয়র্ড।
(ঘ) হিমবাহী গোলাশ্ম মৃত্তিকা।
উত্তৰঃ (ঘ) হিমবাহী গোলাশ্ম মৃত্তিকা।
৮। হিমবাহৰ খনন কাৰ্যত সৃষ্টি হোৱা উপত্যকাৰ আকৃতি হৈছে—
(ক) L-আকৃতি।
(খ) U-আকৃতি।
(গ) V-আকৃতি।
(ঘ) T-আকৃতি।
উত্তৰঃ (খ) U-আকৃতি।
৯। উপহিমবাহে সৃষ্ট উপত্যকাবোৰক কি নামেৰে জনা যায়?
(ক) ঝুলন উপত্যকা।
(খ) প্ৰান্তীয় উপত্যকা।
(গ) হিমখাত।
(ঘ) ফিয়র্ড।
উত্তৰঃ (ক) ঝুলন উপত্যকা।
১০। সমুদ্ৰজলেৰে পূৰ্ণ হিমবাহী উপত্যকাক কি বোলে?
(ক) কেটল।
(খ) কেইম।
(গ) ফিয়র্ড।
(ঘ) এস্কাৰ।
উত্তৰঃ (গ) ফিয়র্ড।
১১। ড্রামলিন অৱয়ব দীঘলে ১ কিলোমিটাৰ আৰু উচ্চতাই কিমান মিটাৰ পৰ্যন্ত হ’ব পাৰে?
(ক) ১০ মিটাৰ।
(খ) ২০ মিটাৰ।
(গ) ৫০ মিটাৰ।
(ঘ) ৩০ মিটাৰ।
উত্তৰঃ (ঘ) ৩০ মিটাৰ।
১২। হিমনদ্য অৱক্ষেপণৰ ফলত সৃষ্টি হোৱা চাপৰ আৰু মসৃণ পৃষ্ঠৰ স্তুপসমূহক কি বোলা হয়?
(ক) ড্ৰামলিন।
(খ) কেইম।
(গ) ফিয়র্ড।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ড্ৰামলিন।
১৩। হিমবাহৰ খনন কাৰ্যত শিলত হোৱা ঘঁহা কাৰ্যটো হ’ল—
(ক) হিমানী ধাৱন।
(খ) অপঘর্ষণ।
(গ) আবৰণ।
(ঘ) বিস্ফোৰণ।
উত্তৰঃ (খ) অপঘর্ষণ।
১৪। হিমবাহৰ মাজেৰে বৈ যোৱা গলা পানীৰ সোঁতক কি বোলে?
(ক) সৰোবৰ।
(খ) হিমস্তপ।
(গ) হিমনদ্য প্ৰবাহ।
(ঘ) উপহিমবাহ।
উত্তৰঃ (গ) হিমনদ্য প্ৰবাহ।
১৫। দুই মুখ উন্মুক্ত হৈ থকা গহবৰসমূহক কি বোলে?
(ক) সৰোবৰ।
(খ) হিমস্তপ।
(গ) বিস্ফোৰণ।
(ঘ) চূণশিল সুৰংগ।
উত্তৰঃ (ঘ) চূণশিল সুৰংগ।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



