adplus-dvertising

Class 11 Geography MCQ Chapter 11 ভূমিগত জলপ্ৰৱাহ

Class 11 Geography MCQ Chapter 11 ভূমিগত জলপ্ৰৱাহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 11 ভূমিগত জলপ্ৰৱাহ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 11 ভূমিগত জলপ্ৰৱাহ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 11

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা

১। Swallow Hole ক’ত সৃষ্টি হয়?

(ক) হিমবাহ অঞ্চলত।

(খ) চূণশিল পৃষ্ঠত।

(গ) আগ্নেয়গিৰিত।

(ঘ) নদী মুখত।

উত্তৰঃ (খ) চূণশিল পৃষ্ঠত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। Limestone Cave কিহেৰে গঠিত হয়?

(ক) বায়ুৰ ঘৰ্ষণেৰে।

(খ) হিমবাহেৰে।

(গ) জলৰ গলন বিক্ৰিয়াৰে।

(ঘ) উষ্ণতাৰ প্রভাৱেৰে।

উত্তৰঃ (গ) জলৰ গলন বিক্ৰিয়াৰে।

৩। Stalactite ক’ত গঠন হয়?

(ক) গহ্বৰ মজিয়াত।

(খ) পাহাৰৰ ওপৰত।

(গ) গহ্বৰ চালত।

(ঘ) নদীৰ কাষত।

উত্তৰঃ (গ) গহ্বৰ চালত।

৪। ভু-আকৃতিক দৃশ্যপটসমূহক কি নামেৰে পৰিচয় কৰা হয়?

(ক) কাষ্ট ভূ-আকৃতি।

(খ) দ্ৰৱণ।

(গ) লেপিজ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কাষ্ট ভূ-আকৃতি।

৫। চূণশিল পৃষ্ঠত একে পদ্ধতিৰে গঠন হোৱা বৃহতাকায় গাঁতসমূহৰ নাম কি?

(ক) চূণশিলা বুনিয়াদ।

(খ) কাষ্ট ভূ-আকৃতি।

(গ) উপত্যকা অথবা উভালা

(ঘ) ঘোল-বন্ধু অথবা অৱতৰণ বন্ধু।

উত্তৰঃ (ঘ) ঘোল-বন্ধু অথবা অৱতৰণ বন্ধু।

৬। চূণশিল আৰু বৰষুণৰ পানীৰ মাজত ঘটা বিক্ৰিয়াৰ ফলত চুণ-পানী অর্থাৎ কি দ্রৱণ সৃষ্টি হয়?

(ক) চূণশিল সুৰংগ।

(খ) কেল্চিয়াম-বাইকার্বনেট।

(গ) অধঃক্ষেপণৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কেল্চিয়াম-বাইকার্বনেট।

৭। চুণশিলৰ প্ৰধান উপাদান কি?

(ক) চূণশিল সুৰংগ।

(খ) কেলচিয়াম কার্বনেট।

(গ) অধঃক্ষেপণ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) কেলচিয়াম কার্বনেট।

৮। চুণশিলপৃষ্ঠৰ ওপৰত অসংখ্য চোকা অথবা জোন্ডাল অৱয়ব গঢ়ি উঠে। ধাৰযুক্ত জোঙাল অৱয়বপূর্ণ চুণশিলৰ পৃষ্ঠৰ একোখনক কি বোলে?

(ক) গহ্বৰ মজিয়া।

(খ) কাষ্ট।

(গ) লেপিজ।

(ঘ) ড’লমাইট।

উত্তৰঃ (গ) লেপিজ।

৯। উপবৃত্তাকাৰ চেহেৰাৰ অৱতৰণ ৰন্ধ একোটাৰ মুখমণ্ডলৰ আকাৰ কেইবৰ্গমিটাৰ মানৰ পৰা এক হেক্টৰ অৰ্থাৎ কিমান পর্যন্ত হ’ব পাৰে?

(ক) ৭০ বর্গ মিটাৰ।

(খ) ৮০ বর্গ মিটাৰ।

(গ) ৯০ বর্গ মিটাৰ।

(ঘ) ১০০ বর্গ মিটাৰ।

উত্তৰঃ (ঘ) ১০০ বর্গ মিটাৰ।

১০। বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে নামি আহোতে কি শোষণ কৰে?

(ক) কার্বন-ডাইঅক্সাইড।

(খ) অক্সিজেন।

(গ) নাইট্ৰ’জেন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) কার্বন-ডাইঅক্সাইড।

১১। অৱতৰণ ৰন্ধ্ৰ ঘাইকৈ কেই প্ৰকাৰৰ?

(ক) তিনি প্ৰকাৰৰ।

(খ) দুই প্ৰকাৰৰ।

(গ) চাৰি প্ৰকাৰৰ।

(ঘ) পাঁচ প্রকাৰৰ।

উত্তৰঃ (খ) দুই প্ৰকাৰৰ।

১২। ভূ-পৃষ্ঠৰ তলদেশত উৎপত্তি হোৱা ক্ষয়জাত অৱয়বক কি বোলে?

(ক) লেপিজ।

(খ) অক্সিজেন।

(গ) চুণশিল গহ্বৰ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) চুণশিল গহ্বৰ।

১৩। চূণশিলত পানী গলিলে কি গঠন হয়?

(ক) ষ্টেলেকটাইট।

(খ) জলাশয়।

(গ) গুহা।

(ঘ) স্খলিত অৱতৰণ।

উত্তৰঃ (ক) ষ্টেলেকটাইট।

১৪। কিতাপত নাম ৰখা গহ্বৰৰ গঠনক কি বুলি জনা যায়?

(ক) গুহা।

(খ) বেলুন।

(গ) সিঙ্কহোল।

(ঘ) ড’লিন।

উত্তৰঃ (ক) গুহা।

১৫। কাৰ্বনিক এচিডে কি কৰিব পাৰে?

(ক) জলাশয় গঠন।

(খ) মাটি সৃষ্টি।

(গ) তাপ উৎপন্ন।

(ঘ) গলিত পাথৰ সৃষ্টি।

উত্তৰঃ (ঘ) গলিত পাথৰ সৃষ্টি।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top