Class 11 Business Studies Important Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies Important Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ Solutions in Assamese and select need one. Class 11 Business Studies Additional Solutions Assamese Medium Download PDF. HS 1st Year Business Studies Important Question Answer Assamese Medium.
Class 11 Business Studies Important Chapter 9 এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Important Notes Assamese Medium are part of All Subject Solutions. Here we have given HS 1st Year Business Studies Important Solutions in Assamese for All Chapters, You can practice these here.
এম. এছ. এম. ই আৰু ব্যৱসায়িক উদ্যোগ
Chapter: 9
| দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ |
| IMPORTANT QUESTION AND ANSWER |
১। উদ্যোগীকৰণ কি?
উত্তৰঃ উদ্যোগীকৰণ হ’ল যিকোনো অর্থনৈতিক কাৰ্য্যকলাপৰ দ্বাৰা পৃথকভাৱে নিজৰ ব্যৱসায় স্থাপন কৰা প্ৰক্ৰিয়া।
২। উদ্যোগী বুলিলে কি বুজা?
উত্তৰঃ যিজন ব্যক্তিয়ে নিজৰ ব্যৱসায় স্থাপন কৰে তেওঁক উদ্যোগী বুলি কোৱা হয়।
৩। উদ্যোগীকৰণে কিহত স্ব-নিয়োজনৰ উপৰিও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে?
উত্তৰঃ উদ্যোগীকৰণে কর্মসংস্থাপন আৰু পেছাৰ বাবে সুযোগ সৃষ্টি আৰু সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
৪। উদ্যোগীকৰণে কিহৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য হয়?
উত্তৰঃ উদ্যোগীকৰণ এটা জাতিৰ সামগ্রিক অর্থনৈতিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ।
৫। উন্নয়নশীল আৰু উন্নত দেশত উদ্যোগীকৰণৰ প্ৰয়োজনীয়তাৰ পাৰ্থক্য কি?
উত্তৰঃ উন্নয়নশীল দেশত উন্নয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ উদ্যোগীৰ প্ৰয়োজন হয়, আৰু উন্নত দেশত এই উন্নয়ন বৰ্তাই ৰাখিবলৈ উদ্যোগীকৰণৰ প্ৰয়োজন হয়।
৬। অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে কিহত সহায় কৰে?
উত্তৰঃ অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে উৎপাদন, নিয়োগ আৰু কর্মসংস্থাপন বৃদ্ধি কৰাত সহায় কৰে।
৭। MSME আইনখন ভাৰতত কেতিয়া বলৱৎ কৰা হয়?
উত্তৰঃ MSME আইনখন ভাৰতত ২০০৬ চনত বলৱৎ কৰা হয়।
৮। MSME আইনৰ অধীনত উদ্যোগ কেইটা ভাগত বিভক্ত হৈছে?
উত্তৰঃ MSME আইনৰ অধীনত উদ্যোগ দুটা ভাগত বিভক্ত কৰা হৈছে – সেৱা খণ্ড আৰু পন্য উৎপাদন খণ্ড।
৯। উদ্যমিতা কি?
উত্তৰঃ উদ্যমিতা হৈছে কিছুমান মানুহৰ সৃষ্টিমূলক কাম-কাজ, যিবোৰ কাম-কাজ ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰি আৰ্থিক লাভ উপাৰ্জন কৰিব পাৰি।
১০। উদ্যমী বুলিলে কি বুজা?
উত্তৰঃ যিসকল ব্যক্তিয়ে নাচ-গান বা নৃত্য আদি পৰিৱেশন কৰিছিল সেই সকলকহে উদ্যমী বুলি কৈছিল।
১১। ১৮ শতিকাত কোনে উদ্যমিতাক অর্থনৈতিক কাম-কাজ হিচাপে গণ্য কৰিছিল?
উত্তৰঃ ১৮ শতিকাত ফ্ৰেঞ্চ অৰ্থনীতিবিদ ৰিচাৰ্ড কেনটিলনে উদ্যমিতাক অর্থনৈতিক কাম-কাজ হিচাপে গণ্য কৰিছিল।
১২। যিসকল ব্যক্তিয়ে ঘৰৰ নক্সা, বাট-পথ আদিৰ দিশ নিৰ্ণয় কৰিছিল তাক কি বুলি অভিহিত কৰিছিল?
উত্তৰঃ যিসকল ব্যক্তিয়ে ঘৰৰ নক্সা, বাট-পথ আদিৰ দিশ নিৰ্ণয় কৰিছিল তাকে উদ্যমিতা বুলি অভিহিত কৰিছিল।
১৩। সত্তৰৰ দশকত অসমত উদ্যমিতা বিকাশৰ প্ৰথম ব্যৱস্থা কোনে কৰিছিল?
উত্তৰঃ সত্তৰৰ দশকত অসমত উদ্যমিতা বিকাশৰ প্ৰথম ব্যৱস্থা মাননীয় মুখ্যমন্ত্রী স্বর্গীয় শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই কৰিছিল।
১৪। উদ্যমিতা শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে?
উত্তৰঃ উদ্যমিতা শব্দটো উদ্যমি বা প্রতিষ্ঠান শব্দৰ পৰা লোৱা হৈছে।
১৫। উদ্যমী শব্দটো ক’ৰ পৰা আহিছে আৰু তাৰ অৰ্থ কি?
উত্তৰঃ উদ্যমী শব্দটো ফ্ৰেঞ্চৰ ‘Entrepreude’ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অহৰণ কৰা বা গ্ৰহণ কৰা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


