Class 11 Business Studies MCQ Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.
Class 11 Business Studies MCQ Chapter 2 ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.
ব্যৱসায় সংগঠনৰ প্ৰকাৰ সমূহ
Chapter: 2
| প্রথম খণ্ড: ব্যৱসায়ৰ বুনিয়াদ |
১। ব্যক্তিগত শব্দৰ অৰ্থ কি?
(ক) সামূহিক।
(খ) ৰাজহুৱা।
(গ) একক।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) একক।
২। প্ৰতিষ্ঠানৰ গৰাকী কোন?
(ক) কৰ্মচাৰী।
(খ) গ্ৰাহক।
(গ) ব্যৱস্থান।
(ঘ) মালিক।
উত্তৰঃ (ঘ) মালিক।
৩। ব্যক্তিগত ব্যৱসায়ীৰ সম্পদ কি?
(ক) অৰ্ধ সীমিত।
(খ) সীমিত।
(গ) অসীম।
(ঘ) গোপন।
উত্তৰঃ (খ) সীমিত।
৪। যৌথহিন্দু পৰিয়ালৰ ব্যৱসায়ৰ সদস্য কেই ধৰণে নিয়ন্ত্রিত হয়?
(ক) তিনি ধৰণে।
(খ) চাৰি ধৰণে।
(গ) দুই ধৰণে।
(ঘ) ওপৰত এটাও নহয়।
উত্তৰঃ (গ) দুই ধৰণে।
৫। কোম্পানী ব্যৱসায় কিমান চনৰ ভাৰতীয় কোম্পানী আইনৰ দ্বাৰা গঠিত হয়?
(ক) ১৯৬৯ চনৰ।
(খ) ১৯৫৬ চনৰ।
(গ) ১৮৬৭ চনৰ।
(ঘ) ১৫৩৪ চনৰ।
উত্তৰঃ (খ) ১৯৫৬ চনৰ।
৬। কাৰ মতে— “যৌথ মূলধনী কোম্পানী হ’ল লাভৰ উদ্দেশ্যে গঠিত সংগঠন য’ত মূলধন অংশত বিভক্ত”?
(ক) পিটাৱ ড্ৰকৰ।
(খ) এল. এইচ. হেনী।
(গ) আলফ্ৰেড মার্শেল।
(ঘ) আডাম স্মিথ।
উত্তৰঃ (খ) এল. এইচ. হেনী
৭। কোম্পানী কিহৰ দ্বাৰা সৃষ্টি কৰা হয়?
(ক) বাণিজ্যিক চুক্তি।
(খ) চৰকাৰী আদেশ।
(গ) আইন।
(ঘ) ব্যক্তিগত উদ্যোগ।
উত্তৰঃ (গ) আইন।
৮। কিমান চনৰ কোম্পানী আইন অনুযায়ী কোম্পানীৰ পঞ্জীভুক্তকৰণ বাধ্যতামুলক?
(ক) ১৮৬৭ চনৰ।
(খ) ১৯৯০ চনৰ।
(গ) ১৭৭৮ চনৰ।
(ঘ) ১৯৫৬ চনৰ।
উত্তৰঃ (ঘ) ১৯৫৬ চনৰ।
৯। টাটা কোম্পানী কিমান শতিকাৰ শেষভাগত প্রতিষ্ঠা কৰিছিল?
(ক) ১৯ শতিকাৰ।
(খ) ১২ শতিকাৰ।
(গ) ২২ শতিকাৰ।
(ঘ) ১৮ শতিকাৰ।
উত্তৰঃ (ক) ১৯ শতিকাৰ।
১০। প্রাইভেট কোম্পানীৰ নামৰ পিছত কোনটো শব্দ ব্যৱহাৰ কৰিব লাগে?
(ক) লিমিটেড কোম্পানী।
(খ) আনুষ্ঠানিক প্ৰতিষ্ঠান।
(গ) প্রাইভেট লিমিটেড।
(ঘ) একক উদ্যোগ।
উত্তৰঃ (গ) প্রাইভেট লিমিটেড।
১১। কোম্পানীত থকা বিভিন্ন প্ৰকাৰৰ স্বার্থজড়িত পক্ষসমূহৰ মাজত কি হ’ব পাৰে?
(ক) সম্পৰ্ক।
(খ) উন্নয়ন।
(গ) বিবাদ বা মতানৈক্য।
(ঘ) সহযোগিতা।
উত্তৰঃ (গ) বিবাদ বা মতানৈক্য।
১২। ভেল কিমান বছৰ আগত প্ৰতিষ্ঠা কৰা হৈছিল?
(ক) ৫০ বছৰ।
(খ) ২১ বছৰ।
(গ) ৪০ বছৰ।
(ঘ) ২৮ বছৰ।
উত্তৰঃ (গ) ৪০ বছৰ।
১৩। ভেলে প্রায় কেইটা সামগ্রী উৎপাদন কৰে?
(ক) ১৮০ টা।
(খ) ১১৮ টা।
(গ) ১৭০ টা।
(ঘ) ১৬৫ টা।
উত্তৰঃ (ক) ১৮০ টা।
১৪। লাক্সাৰ কোম্পানীয়ে মুঠ বজাৰৰ প্ৰায় কিমান অংশত বেপাৰ কৰে?
(ক) ১০%
(খ) ১৫%
(গ) ২০%
(ঘ) ২৫%
উত্তৰঃ (গ) ২০%
১৫। ১৯ শতিকাৰ শেষভাগত টাটা কোম্পানী কোনে প্রতিষ্ঠা কৰিছিল?
(ক) ঘনশ্যাম দাস বিৰলাৰ।
(খ) দাদাভাই নাওৰোজী।
(গ) জামছেদজী টাটা।
(ঘ) পুৰ্ণচন্দ্ৰ ৰায়।
উত্তৰঃ (গ) জামছেদজী টাটাই।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.



