Class 11 Business Studies MCQ Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Class 11 Business Studies MCQ Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Business Studies MCQ Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ Question Answer in Assamese and select need one. AHSEC Class 11 Business Studies Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Business Studies MCQ Class 11 Solutions.

Class 11 Business Studies MCQ Chapter 6 ব্যৱসায়ৰ সামাজিক দায়বদ্ধতা আৰু ব্যৱসায়ৰ নীতিশাস্ত্ৰ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Business Studies Multiple Choice Solutions in Assamese Medium are part of All Subject Solutions. Here we have given AHSEC Class 11 Business Studies MCQ Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 6

দ্বিতীয় খণ্ড: কোম্পানী সংগঠন , বিত্ত আৰু বেহা-বেপাৰ

১। ব্যৱসায় প্রতিষ্ঠানটো কি?

(ক) অর্থনৈতিক অনুষ্ঠান।

(খ) ৰাজনৈতিক অনুষ্ঠান।

(গ) সামাজিক অনুষ্ঠান।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অর্থনৈতিক অনুষ্ঠান।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। কিহে পৃথিৱীৰ মাটি, পানী আৰু বায়ুৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে?

(ক) বনাঞ্চল বৃদ্ধিয়ে।

(খ) পৰিৱেশ সংৰক্ষণে।

(গ) প্ৰদূষণে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) প্ৰদূষণে।

৩। নিগমৰ সামাজিক দায়বদ্ধতা (CSR) ধাৰণাটোৰ উৎপত্তি ক’ত হৈছিল?

(ক) ভাৰত।

(খ) সংযুক্ত যুক্তৰাজ্য।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) জাপান।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

৪। CSR ধাৰণাৰ প্ৰাথমিক উদ্দেশ্য কি আছিল?

(ক) লাভ বৃদ্ধি।

(খ) অংশীদাৰৰ সংখ্যা বৃদ্ধি।

(গ) সমাজৰ কল্যাণ সুৰক্ষা।

(ঘ) কৰ ৰেহাই।

উত্তৰঃ (গ) সমাজৰ কল্যাণ সুৰক্ষা।

৫। Anti Trust Act ক’ত প্ৰণয়ন কৰা হৈছিল?

(ক) ভাৰত।

(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(গ) সংযুক্ত যুক্তৰাজ্য।

(ঘ) ফ্ৰান্স।

উত্তৰঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

৬। ব্যৱসায়ৰ নীতিশাস্ত্ৰৰ ধাৰণাটোৰ জন্ম কেতিয়া হৈছিল?

(ক) ১৯৬০ চনত।

(খ) ১৯৭০ চনত।

(গ) ১৯৮০ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (খ) ১৯৭০ চনত।

৭। ব্যৱসায়ৰ নীতিশাস্ত্ৰ কোন দেশত জন্ম লাভ কৰিছিল?

(ক) জাপান।

(খ) ভাৰত।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) কেনেডা।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

৮। নিগমৰ নিয়ন্ত্ৰণৰ জন্ম ক’ত হৈছিল?

(ক) জাৰ্মানী।

(খ) সংযুক্ত যুক্তৰাজ্য।

(গ) চিন।

(ঘ) ভাৰত।

উত্তৰঃ (খ) সংযুক্ত যুক্তৰাজ্য।

৯। নিগমৰ নিয়ন্ত্ৰণৰ মূল উদ্দেশ্য কি?

(ক) কৰ নীতি নিৰ্ধাৰণ।

(খ) উৎপাদন বৃদ্ধি।

(গ) অংশধাৰকৰ স্বাৰ্থ সুৰক্ষা।

(ঘ) বজাৰ শেহতীয়া তথ্য বিতৰণ।

উত্তৰঃ (গ) অংশধাৰকৰ স্বাৰ্থ সুৰক্ষা।

১০। Corporate Governance-এ কাক দায়িত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ে?

(ক) কৰ্মচাৰী।

(খ) ৰাজনীতিক।

(গ) নিগমৰ সঞ্চালকসকল।

(ঘ) মজুৰি কৰ্তৃপক্ষ।

উত্তৰঃ (গ) নিগমৰ সঞ্চালকসকল।

১১। বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰণয়ন কৰা হয়?

(ক) ১৯৭৪ চনত।

(খ) ১৯৭২ চনত।

(গ) ১৯৮৬ চনত।

(ঘ) ১৯৮০ চনত।

উত্তৰঃ (খ) ১৯৭২ চনত।

১২। জল (প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) আইন কেতিয়া প্ৰচলিত হৈছিল?

(ক) ১৯৮৮ চনত।

(খ) ১৯৮০ চনত।

(গ) ১৯৭৪ চনত।

(ঘ) ১৯৭২ চনত।

উত্তৰঃ (গ) ১৯৭৪ চনত।

১৩। বায়ু (প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ) আইন কিমান চনত সংশোধন কৰা হৈছিল?

(ক) ১৯৭২ আৰু ১৯৭৫ চনত।

(খ) ১৯৭৪ আৰু ১৯৮৮ চনত।

(গ) ১৯৭8 আৰু ১৯৮০ চনত।

(ঘ) ১৯৭৪ আৰু ১৯৮০ চনত।

উত্তৰঃ (খ) ১৯৭৪ আৰু ১৯৮৮ চনত।

১৪। পৰিৱেশ (সুৰক্ষা) আইন কিমান চনত প্ৰণয়ন কৰা হয়?

(ক) ১৯৮০  চনত।

(খ) ১৯৮৬ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৯৭২ চনত।

উত্তৰঃ (খ) ১৯৮৬ চনত।

১৫। বন (সংৰক্ষণ) আইন কিমান চনত সংশোধন কৰা হৈছিল?

(ক) ১৯৭২ চনত।

(খ) ১৯৭৪ চনত।

(গ) ১৯৮৮ চনত।

(ঘ) ১৯৯০ চনত।

উত্তৰঃ (গ) ১৯৮৮ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top